title large_stringlengths 6 143 | text large_stringlengths 167 4.97k |
|---|---|
প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টিত ভাৰত বিশ্বৰ প্ৰথম স্থানত | বিশ্বৰ বিভিন্ন দেশৰ প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ আৰু পেলনীয়া প্লাষ্টিকৰ ব্যৱস্থাপনাৰ ব্যৱস্থা সন্দৰ্ভত লিড্ছ পশ্চিম য়ৰ্কশ্বায়া, ইংলেণ্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষকে চলোৱা এক অধ্যয়নৰ প্ৰতিবেদন বিশ্বৰ আগশাৰীৰ বিজ্ঞান পত্ৰিকা 'নেচাৰ'ত অলপতে প্ৰকাশ পাইছে৷ AI মডেলিঙৰ সহায়ত চলোৱা এই অধ্যয়নৰ প্ৰতিবেদনৰ মতে, সম্প্ৰতি বিশ্বৰ মুঠ... |
৭টা শ্বুটাৰক গ্ৰেপ্তাৰ | নতুন দিল্লী লবেশ বিষয়া গেঙৰ বিৰুদ্ধে তপৰতা বৃদ্ধি কৰি দিল্লী আৰক্ষীৰ বিশেষ গোটে গেংটোৰ কমেও সাতটা সদেহজনক শ্বুটাৰক গ্ৰেপ্তাৰ কৰে৷ এই শ্বুটাৰকেইটাই ৰাজস্থানত কোনো এজনক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল৷ উল্লেখযোগ্য যে যোৱা ২ অক্টোবৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকিক বিষয়া গেঙে গ্ৰেপ্তাৰ হত্যা কৰিছিল৷ দিল্লী আৰক্ষ... |
খোলবাদন প্ৰতিযোগিতাত অহিৰ বৰুৱাৰ প্ৰথম স্থান | মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৬ সংখ্যক আৱিৰ্ভাৱ মহোসৱ উপলক্ষে শ্ৰীমন্ত শংকৰ বৃষ্টি বিকাশ সমিতিৰ উদ্যোগত শংকৰ-মাধৱ ক্ষেত্ৰত অনুষ্ঠিত খোলবাদন প্ৰতিযোগিতাত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ তথা অসম সত্ৰ মহাসভা পৰীক্ষাৰ পৰিবাৰ বায়ন বিভাগৰ ছাত্ৰ অহিৰ বৰুৱাই প্ৰথম পুৰস্কাৰ লাভ কৰে৷ উল্লেখ্য যে, সন্মানিত সত্ৰীয়া গুৰু পিতৃ পংকজ বৰুৱাৰ ও... |
ছট্টিশগড়ত ৩গৰাকী মহিলা নক্সালবাদী নিহত | নাৰায়ণপুৰ, ১ আগষ্ট ছট্টিশগড়ত নক্সালবাদী নিহত হৈছিল৷ এক সংস্থাত বৃহস্পতিবাৰে নিৰাপত্তা বাহিনীৰ সৈতে হোৱা জনক মহিলা নিহত হয়৷ আৰক্ষী নক্সালবাদী হিছাপে অভিয়ানত জিলাখনৰ আত্মভ্ৰমাদ কামৰূপত পুৱা ৮ বজাত হোৱা সংঘৰ্ষত এই তিনিগৰাকী নক্সালবাদী নিহত হয়৷ নিৰাপত্তা বাহিনীৰ এটা যৌথ দলে এই অভিয়ান চলাইছিল৷ |
কেতিয়া নিষ্পত্তি হ’ব সীমা-সমস্যা? | কেতিয়া নিষ্পত্তি হ’ব সীমা-সমস্যা?
সকলোতকৈ ডাঙৰ কথা যে দুখনকৈ চুক্তি স্বাক্ষৰ কৰা পাছতো যোৱা পাঁচ বছৰত চুবুৰীয়া ৰাজ্যই দখল কৰা এক বিঘা ভূমিও অসমে পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ বিপৰীতে এতিয়ালৈকে অৰুণাচল প্ৰদেশে অসমৰ ৬,৪.৭ হেক্টৰ, নগালেণ্ডে ০.১ হেক্টৰ, মেঘালয়ৰ ১.১ হেক্টৰ, মিজোৰামৰ ৫.৮ হেক্টৰ ভূমি দখল কৰি আছে৷ ন... |
এসপ্তাহত দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক তেল ডিপ'ত ইউক্ৰেইনৰ আক্ৰমণ | এসপ্তাহত দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক তেল ডিপ'ত ইউক্ৰেইনৰ আক্ৰমণ
কিয়েভ, ৩ ডিচেম্বৰ ১ ইউক্ৰেইনৰ ভূমিসমূহে ৰাজ্যিক এটা তেল ডিপ'ত দেওবাৰে মাত্ৰ এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আক্ৰমণ চলায়৷ এই কথা ৰাজ্যিক এজন তেল বিষয়টো কৰা ৰাজ্যিক ইউক্ৰেইনৰ সহস্ৰাধিক ঘৰত অৱস্থা কৰাৰ তাবুকি দিয়াৰ পাছতে ইউক্ৰেইনে এই প্ৰত্যুত্তৰ দিয়ে৷ |
তিনিটা এটি এম প্ৰৱক্ষক গ্ৰেপ্তাৰ | মহানগৰ ব্যৰ্থ মহানগৰত এটি এম প্ৰৱক্ষক দলৰ কাৰ্যকলাপ বুজি পোৱাৰ সময়তে বুদ্ধ লোকৰ মহানগৰ গড়চুকত এম প্ৰৱক্ষক আৰক্ষীয়ে এটি এম প্ৰৱক্ষক আৰক্ষীয়ে সেম্ব্ৰেল কৰিবলৈ সম্মত হয়৷ বিশেষ সুৱই দিয়া খবৰৰ জৰিয়তে আৰক্ষীয়ে অভিয়ান কৰাই এটি এম কাৰ্য সম্প্ৰদায়ৰ অধিকৃতিৰ তিনিটা গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰা প্ৰৱক্ষক দলটোৰ দুটাৰ নাম আমিৰুল ... |
ঘগ্ৰাপাৰত কংগ্ৰেছৰ সাংগঠনিক সভা | বানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিয়ে আৰু নাৰীক নিৰাপত্তা দিব নোৱাৰা মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰে৷ তেওঁ লগতে কয় য়ে ফাকীবাজী আৰু লুণ্ঠনকাৰী চৰকাৰৰ ৬ৰ বিধানসভাৰ নিৰ্বাচনত অশোক শৰ্মাই বুলি উল্লেখ কৰিব পাৰি তাৰ বাবে সকলো কৰ্মীকে ৰাইজৰ মাজলৈ যাবলৈ আহবান জনায়৷ সভাত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, কং... |
চোৰক গ্ৰেপ্তাৰ | মহানগৰ বাৰ দিছপুৰ আৰক্ষীয়ে আজি অভিয়ান চলাই এটা চোৰক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰা চোৰটোৰ নাম ৰাকেশ বড়ো৷ চোৰটোৰ পৰা আৰক্ষীয়ে দুটা চুৰি ম'বাইল, এটা লেণ্টপ আৰু এখন স্কুটী জব্দ কৰে৷ চোৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে |
আৰ্থিক দৈন্যতাৰ বাবেই যেন থমকি ৰৈছে এজন যুৱ লেখকৰ কলম | টীয়ক সমষ্টিৰ অন্তৰ্গত কাকজান চাওঁখাত ভৰলুৱা অঞ্চলৰ এজন যুৱ সম্ভাৱনাময় কবি তথা লেখক বুবুল শইকীয়া ৷ এই যুৱ সম্ভাৱনাময় লেখক জন থমকি ৰ’ব লগা হৈছে আৰ্থিক দৈন্যতাৰ বাবেই৷ উচ্চ শিক্ষাৰে শিক্ষিত বুবুলে সৰুৰে পৰাই কৰি গৈছিল সাহিত্য চৰ্চা ৷ কুৰিৰো অধিক কবিতা প্ৰবন্ধ লিখা বুবুল শইকীয়াই পাঁচখন কৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম... |
ৱাকফ (সংশোধনী) আইনক 'ঐতিহাসিক' আখ্যা মোডীৰঃ কংগ্ৰেছক সমালোচনা | ৱাকফ সংশোধনী আইনক সামাজিক ন্যায়ৰ দিশত এক ডাঙৰ পদক্ষেপ আখ্যা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ তেওঁ পুনৰ এই আইনখনৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ বিৰোধীক লক্ষ্য কৰি লয়৷
এই উকৃষ্ট আইন ৱাকফ আইন সমগ্ৰ সমাজৰ সুবিধাৰ্থে, মুছলমান সমাজৰ সুবিধাৰ্থে প্ৰণয়ন কৰাৰ বাবে দেশৰ সংসদক অভিনন্দন জনাইছো৷ এতিয়া ৱাকফৰ পবিত্ৰ আত্মা সুৰক্ষিত হ’... |
2৮ ডিচেম্বৰৰ পৰা গোগামুখত ধেমাজি এবছুৰ ২৬ সংখ্যক বাৰ্ষিক অধিৱেশন : উখল-মাখল ঔগুৰি দাউহাৰো পথাৰ | অসমৰ অন্যতম ভুমিপুত্ৰ বড়ো সকলৰ একমাত্ৰ ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্হা চমুকৈ এবছুৰ ধেমাজি জিলা সমিতিৰ ৬ সংখ্যক বাৰ্ষিক অধিৱেশনখন কালিৰ পৰা অনুষ্ঠিত হব ৷ ধেমাজি জিলাৰ গোগামুখৰ মধ্য মিংমাং পঞ্চায়তৰ অন্তৰ্গত ঔগুৰিৰ দাউহাৰো পথাৰত ৮ আৰু ৯ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰেে অনুষ্ঠিত হ’বলগা অধিৱেশনৰ প্ৰস্তুতিি পৰ্ব ... |
জিলেলে জিলেলে- কাৰ সৃষ্টি? ৰাজীৱ শদিয়াৰ গানক নিজৰ বুলি প্ৰচাৰ কৰিছিল সীমান্ত শেখৰে! | ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই৷ উজনি অসমত ৰাজীৱ শদিয়াৰ মৃ্ত্যুয়ে একপ্ৰকাৰৰ যেন গণ জাগৰনৰ সৃষ্টি কৰিছিল৷ লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হৈছিল ৰাজীৱ শদিয়াৰ শ্ৰাদ্ধ৷
আপডেট কৰা হৈছে |
লাহৰীঘাটৰ এটি কণমানিক লৈ নিঃসহায় পিতৃ মাতৃৰ উচুপনি | এটি মৰম লগা কণমানি৷ বয়স মাত্ৰ চাৰি মাহ৷ শিশুটিৰ নাম নিধিৰাণী ডেকা৷ এক জটিল ৰোগত আক্ৰান্ত শিশুটি৷ এই কণমানি শিশুটিয়ে হয়তু আপোনাকো মোহিত কৰিব ৷ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ খহনীয়াগ্ৰস্ত কাঠনিৰ পংকজ ডেকা আৰু হিমামণি দাস ডেকাৰ একমাত্ৰ চাৰিমহীয়া কন্যা শিশুটিৰ জন্ম লগ্নৰে পৰাই নাই মলদ্বাৰ৷ কেৱল প্ৰস্ৰাৱ দ্বাৰে কৰি আছে শৌচ – প্ৰ... |
গহপুৰত মহিলাৰ অৰ্দ্ধাকাশ নাট্য গোষ্ঠী গঠন | অসমৰ সাম্প্ৰতিক নাট্য আন্দোলনক শক্তিশালী ৰূপে গঢ় দিয়াৰ উদ্দেশ্য আৰু নাট মঞ্চস্থৰে নাৰী সমাজক জাগ্ৰত কৰাৰ লক্ষৰে গহপুৰৰ সোলেঙীত অৰ্দ্ধাকাশ নাট্য গোষ্ঠী গহপুৰ গঠন কৰা হয়৷ এই উপলক্ষে গহপুৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ভদ্ৰেশ্বৰী বৰাৰ সভাপতিত্বত হেম সোলেঙী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাৰ আঁত ধৰে সোল... |
পশ্চিম বংগ কৰ্তব্যত কনিষ্ঠ চিকিৎসকৰ পুনৰ যোগদান | কলকাতা, ১ ছেপ্টেম্বৰ ১ প্ৰায় দেও মাহৰ পাছত আজি পশ্চিম বংগৰ বিভিন্ন চৰকাৰী চিকিৎসালয়সমূহত কনিষ্ঠ চিকিসকসকলে কামত পুনৰ যোগ দিয়ে৷ আৰ জি কৰ মেডিকেল কলেজ হস্পিটেলত কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা চিকিসকৰ বলাকাৰ আৰু হত্যাৰ প্ৰতিৰালত তেওঁলোকে কমৰিবিচ পালন কৰিছিল৷ কনিষ্ঠ চিকিসকসকলে অত্যাৱশ্যকীয় আৰু জৰুৰী সেবাত কৰ্তব্যত পুনৰ যো... |
অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত | অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই
সেই নিৰ্দ্দিষ্ট কৰা খেলুৱৈসকলৰ নাম এতিয়া এপিএলৰ খেলুৱৈ নিলামৰ প্ৰক্ৰিয়ালৈ আগবাঢ়িব ৷ অহা ৯ জুলাইত ৬ গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত এপিএলৰবাবে খেলুৱৈৰ নিলাম অনুষ্ঠিত হ'ব আৰু তাতে অংশগ্ৰহণকাৰী ফ্ৰেঞ্চাইজিসমূহে লীগৰ উদ্বোধনী ছিজনৰ... |
অসম, পশ্চিম বংগ, ৰাৰখণ্ডৰ জনগাঁথনি ইতিমধ্যেই সলনি হ'ল ঃ মুখ্যমন্ত্ৰী ড° শৰ্মা | ‘অনুপ্ৰৱেশৰ বাবেই এদিন সলনি হ'ব দেশৰ জনগাঁথনি’
ভাৰত-বাংলাদেশ সীমান্তৰ বহু অঞ্চল আজিও উন্মুক্ত, বংগ সীমান্তলৈ ভাৰতলৈ আহিয়েই আছে বহিষ্টায়, তাৰ পাছতো নীৰব মমতা অসম আন্দোলনৰ সময়ত আমি কৈছিলোঁ, 'অসমক আজি বন্ধ' কৰক, নহ'লে সমগ্ৰ ভাৰতেই অনুপ্ৰৱেশৰ প্ৰাসাদ পৰিব, তেতিয়া কংগ্ৰেছে আমাৰ কথা শুনা নাছিল |
সাংবাদিক কল্যাণ পুঁজি, কৰুণাধাৰা, হৃদয়বান ব্যক্তিৰ পৰা সহায় বিচাৰি কাতৰ আহ্বান | মঙলদৈ
ওদালগুৰি জিলাৰ টংলা কছাৰীতল নিবাসী, সাংবাদিক ধনেশ্বৰ ৰাভা ৮ বৰ্তমান শয্যাগত৷ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা তেওঁ বৃক্কৰোগত আক্ৰান্ত৷ দৰিদ্ৰতাই কোঙা কৰা এই সাংবাদিকজনে অৰ্থৰ অভাৱত নিয়মীয়াকৈ কৰিব পৰা নাই উন্নত চিকিৎসা৷ দুটা সন্তানৰ পিতৃ ধনেশ্বৰ ৰাভাই সেয়ে ৰাজ্যখনৰ বিভিন্ন দল সংগঠন, হৃদয়বান ব্যক্তি, অসম চৰকাৰৰ তথ্য আ... |
অইল লক্ষ্য ৰ খেল ৪ নৱেম্বৰৰ পৰা ডিৰাক ইলেভেন ষ্টাৰ কোৱাৰ্টাৰত | দুলীয়াজান অইল ইণ্ডিয়া লিমিটেড 'চি এছ আৰ'ৰ ক্ৰীড়া আটান অন্তৰ্গত 'অইল লক্ষ্য'ৰ ৪-৫ বৰ্ষৰ ডেভেলপমেণ্ট লীগ ফুটবল অহা ৪ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি উদ্যোক্তাসকলৰ নিচে ভিনে চাংমাৰে জনাইছে৷ ৰাফস্টাৰ সেইদিনা তিনিটা ডিৰাক লাংকাছি ৰাজহুৱা খেলপথাৰত অভাৰম্ভ হ'ব এই লীগ তথা ছোৱালীৰ ৬ বছৰ অনুপস্থিত টিপিয়ায়, টিংখং আৰু মৰ্কুট সুয়োগিতা... |
গিৰিজানন্দ চৌধুৰী বিশ্ববিঃক বাছ প্ৰদান এছ বি আইৰ | মহানগৰ বিউৰো ভাৰতীয় ষ্টেট বেংকে এছ বি আই তেওঁলোকৰ গুৱাহাটীৰ আৱাৰদ্বাৰত কাৰ্যসূচীৰ অধীনত চি এছ এছ এশিয়াৰ সামাজিক দায়স্বাভাৱিক নিৰ্ধাৰণ অধীনত চৌধুৰী বিশ্ববিদ্যালয়ৰ দৰিদ্ৰ আৰু প্ৰান্তীয় ছাত্ৰ-ছাত্ৰীৰ অহা-যোৱাৰ সুবিধাৰ বাবে ০খন আসনযুক্ত বাতানুকূল বাছ এখন প্ৰদান কৰিছে৷ ৭ ছেপ্টেম্বৰৰ বিলি বিশ্ববিদ্যালয় চৌধুৰী আয়োজিত এটা অন... |
শিলচৰত অসমীয়া ভাষাক অপমান: মাজবাট থানাত এজাহাৰ দাখিল কেইবাটাও জাতীয় সংগঠনৰ | শিলচৰ ৰে’ল ষ্টেচনত আৰু শিলচৰ আই এচ বি টি চৌহদত প্ৰৱেশ কৰি শিলচৰৰ দুটা তথাকথিত বাঙালী সংগঠন বি ডি ৱাই এফ আৰু সদৌ বাঙালী যুৱ-ছাত্ৰ সংস্থাৰ কিছুসংখ্যক নেতা – কৰ্মীয়ে অসমীয়া ভাষাত লিখা জলজীৱন মিছনৰ চৰকাৰী ফলকত ক’লা ৰং সানি ‘ বাঙালী লিখুন ‘ বুলি লিখি অসমীয়া ভাষাক অপমান কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া ৰাজ্যৰ দল-সংগ... |
আৰ্কষণীয় হব মাহমৰা সমষ্টিৰ নিৰ্বাচনী যুজঁ : চিপৰাং মৰা ৰাজনীতিত লাভাম্বাবিত হব নেকি বিজেপি ? | আৰ্কষণীয় হব চৰাইদেউ জিলাৰ ৫ নং মাহমৰা বিধান সভা সমষ্টিৰ নিৰ্বাচনী যুজঁ৷ মুলত সমষ্টিটোত এইবাৰ শাসকীয় বিজেপি দলৰ সমান্তৰাল ভাবে কংগ্ৰেছ আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰ দলৰ মাজতে যুজঁ অব্যাহত থাকিব৷ উল্লেখযোগ্য যে সমষ্টিটোৰ ৯ জন ভোটাৰে নিৰ্ণয় কৰিব ৰাজনৈতিক নেতাৰ ভাগ্য৷ আমাৰ হাতত পৰা তথ্য অনুসৰি সমষ্টিটোৰ পৰা ৰাইজ... |
১০ বছৰৰ পাছতহে ৰূপালী পৰ্দাক বিদায় জনাব আমিৰ খানে | কভিড মহামাৰীৰ সময়তে আমিৰ খানে অভিনয় ত্যাগ কৰাৰ কথা চিন্তা কৰিছিল৷ যদিও পৰিয়ালৰ অনুৰোধতে অভিনয়লৈ উভতি আহিছিল আমিৰ খানে৷ ইয়াৰ পাছতো সমস্যা৷ ২ত তেওঁ অভিনয় কৰা 'লাল সিং চাড্ডা' নামৰ ছবিখনে বক্স অফিচত বেয়াৰ্কে মাৰ খায়৷ তাৰ পাছত বিৰতি ল'লেও পুনৰ অভিনয়লৈ প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত লৈছে 'মিঃ পাৰফেকচনিষ্ট' আমিৰে৷ সম্প্ৰতি এক
... |
সুন্দৰৰ মন্ত্ৰ | ৬ ওবাছাটী, মঙলবাৰ, ৭ ভাস, ৬ শক
সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোবামী মাতে/সোহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে । ৷ চৌদিপে সুন্দৰৰ ফুলাক মন্ত্ৰখনি ওনিবাৰ, প্ৰভাতে প্ৰভাতে চৌপাশে বেলকা ফুল আৰু ফুল দেখিবাৰ অনুসৰণ সুন্দৰ হ'ব লাগিব৷ ৰূপকোঁৱৰ জ্যোতিৰোপা আগবঢ়াল মান-মন্ত্ৰ হয়তো উপচি আছিল সুন্দৰৰ বাল্যবাৰ আৰু সেইবাবেই তেওঁ হয়তো মনচেদু... |
ব্ৰহ্মপুত্ৰৰ নামনিত পৰিব ভয়াবহ প্ৰভাৱ | তড়ি গতিত বৃদ্ধি পাবলৈ লৈছে৷ এনে উষ্ণতা বৃদ্ধিয়ে উত্তৰ মেৰুৰ বৰফপিণ্ডবোৰ গলাবলৈ আৰম্ভ কৰিছে আৰু সাগৰপৃষ্ঠৰ উচ্চতা ভয়াবহভাৱে বৃদ্ধি হৈছে
গোলকীয় উষ্ণতাৰ বৃদ্ধি একে গতিত চলি থাকিলে অচিৰেই সমুদ্ৰৰ ওচৰত থকা কেইবাখনো দেশৰ মাটি সাগৰৰ পানীত ডুব যাব৷ আনহাতে, বিশ্বজুৰি শীত আৰু গ্ৰীষ্ম কালৰ প্ৰাবন্য বৃদ্ধি পাব৷ সেইদৰে খৰাং আৰু প... |
ৰে'ল দুৰ্ঘটনা ৫ বছৰত ৰে'লৱেৰ ৩১৩ কোটি টকাৰ ক্ষতি | নতুন দিল্লী, ৭ নৱেম্বৰ ১ যোৱা ৫ বছৰত আলেমান ৰে'ল দুৰ্ঘটনাৰ বাবে তেওঁলোকে ৩ কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতি হয়৷ আজি লোক সভাত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এটা লিখিত উত্তৰণ এটা বন্ধা কয়৷ |
আজিৰ পৰা কুলহাটীত নৱ দুৰ্গাৰ পূজা | হাজোৰ কুলহাটীৰ ২ সমাজকৰ্মী তথা উদ্যোগপতি কনমালী শৰ্মাই মুখ্য বন্তি প্ৰজ্বলন কৰি সকলোকে মা দুৰ্গা দেৱীক ভক্তি ভাব লৈ পূজা-অৰ্চনা কৰিবলৈ আহৰণ জনায়৷ কুলহাটী গাঁও উন্নয়ন সভাতিৰ শতমো উদ্যোগ হয়৷ ধৰ্মপ্ৰজ্ঞা উদ্বোচ্চন কৰে কুলহাটী গাঁও উন্নয়ন সমিতিৰ দুৰ্গা পূজা পৰিচয়না সমিতিৰ সভাপতি যতীন্দ্ৰ দত্ত৷ ইয়াৰ পিছত ২ জন ০ বছৰ বয়সৰ ... |
মৰিগাঁৱৰ ৰাজপথতে জ্বলিল কাপোৰ ভৰ্তি ট্ৰাক | আজি সন্ধিয়া মৰিগাঁৱৰ ৰাজপথত এখন ট্ৰাকত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ মৰিগাওঁ জিলাৰ ধৰমতুল আৰক্ষী থানাৰ ঠেকেৰাগুৰিৰ ৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা৷
অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে পথটোৰ দুয়ো দিশে যান-বাহনসমূহ আৱদ্ধ হৈ পৰে
পাছত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপিত কৰে যদিও ট্ৰাকখন আৰু ট্ৰাকখনত কঢ... |
বাজিকে পৰ্যায়ৰ বৰ'টিক্স প্ৰতিযোগিতা | বাজিকে পৰ্যায়ৰ বৰ'টিক্স প্ৰতিযোগিতা
বাজিকে পৰ্যায়ৰ বৰ'টিক্স প্ৰতিযোগিতা হৈছে আগ্ৰহীসকলৰ বাবে প্ৰগ্ৰেমিং, যান্ত্ৰিক ডিজাইন, ইলেক্ট্ৰ'নিক্স আৰু সমস্যা সমাধানকে ধৰি কাৰিকৰী দক্ষতা বৃদ্ধিৰ এক মঞ্চ৷
আমাৰ বিজ্ঞান, প্ৰয়ুক্তি আৰু উদ্ভাৱনীমূলক প্ৰস্তোগসমূহত যোগদান কৰি এটি সুন্দৰ ভৱিষ্য গঢ়ি তোলাত বৰঙণি যোগাবলৈ সকলোকে আমন্ত্ৰণ জ... |
দুমুনিচকীৰ মেধাবী ছাত্ৰ ছাজিদ আখতাৰৰ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি কাতৰ আহ্বান পিতৃ মাতৃৰ | দৰং জিলাৰ ছিপাঝৰ সমষ্টিৰ দুমুনিচকীৰ সমীপৰ মাৰুৱাচকী গাঁৱৰ আব্দুল ৱাহিদ আৰু ৰেনু বেগমৰ একমাত্ৰ পুত্ৰ ছাজিদ আখতাৰ ২ বিগত কেইবা বছৰৰ পৰাই বৃক্ক জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে যদিও এইপৰ্যন্ত সুস্থ হৈ উঠা নাই ৷ দুয়োটা বৃক্ক বিকল হৈ পৰাত আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা ব্যয়বহুল চিকিৎসাৰ বাবে তীব্ৰ আৰ্থিক সংকটৰ সন্মু... |
শিক্ষাৰ্থী আৰু সামাজিক মাধ্যম | আজিৰ তাৰিখত নতুন প্ৰয়ুক্তিৰ লগতে জীৱনটোক উন্নত আৰু আৰামদায়ক কৰি তোলা বিভিন্ন আৱিষ্কাৰৰ সৃষ্টি হৈছে
এইসমূহৰ ভিতৰত সংবাদ মাধ্যমো অন্যতম৷ সংবাদ মাধ্যম হৈছে এনে এটি বিষয় যাৰ জৰিয়তে বহু তথ্য লাভ কৰিব পাৰি আৰু মানুহে ঘৰতে বহি পৃথিৱীৰ বিয়ে জমিব পাৰে৷
'ক্লেৰ মনিটৰ অন চাইক'লজি'ৰ মতে, 'নৱ প্ৰজন্মৰ মাজত হতাশাৰ কাৰণ হৈ পৰিছে সংবা... |
ভিয়েটনাম, চীনত বা-মাৰলী য়াগীৰ তাণ্ডৰ | ভিয়েটনাম, চীনত বা-মাৰলী য়াগীৰ তাণ্ডৰ
হানাই ভিয়েটনামৰ কৰ্তৃপক্ষই কয় যে বা মাৰলী য়াগীয়ে শনিবাৰে দু পৰাৰ ফলসমূহৰ উত্তৰ অধিকাৰ খুন্দা মৰাৰ দেশখনে এজন লোকৰ মৃত্যু হয় আৰু ৮জন লোক আহত হয়৷ ইয়াৰ আগেয়ে শক্তিশালী বা-মাৰলীটোৱে চীনৰ হানিয়ান প্ৰদেশত খুন্দা মৰাৰ ফলত ৪ জন লোকৰ মৃত্যু আৰু ৯ জন লোক আহত হয়৷ চীনৰ সম্মাননা সহ শ্ৰাধিক... |
গোৰেশ্বৰৰ পুঠিমাৰী নৈত অচিনাক্ত মহিলাৰ মৃতদেহ | বিটি আৰ নবগঠিত তামুলপুৰ জিলাৰী দেব বেটাগাৰত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহে উদ্ধাৰ হোৱা ঘটনাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ গোৰেশ্বৰ আৰক্ষীয়ে ঘটনা হিচাপে এ বাৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ স্থানীয় ৰাইজে মহিলাগৰাকীক বলাংকাৰ কৰি পুঠিমাৰী নৈত পেলাই দিয়া বুলি সন্দেহ কৰিছে৷ |
বাঁহ হৈ থাকিবনে সাহ | চলিছে বাঁহ ধ্বংসযজ্ঞ৷ এমূৰৰ পৰা কাটি তহিলং কৰা হৈছে বাঁহনিবোৰ আৰু সেই বাঁহ ট্ৰাক, ৰে'লেৰে গৈ আছে বহিঃৰাজ্যলৈ৷ উল্লেখযোগ্য যে অসমত দেশৰ মুঠ বাঁহ উপাদনৰ চল্লিশ শতাংশ উপাদন হয়৷ অৰ্থা দেশৰ অন্যতম বাঁহ উপাদনকাৰী ৰাজ্য হ'ল অসম৷ অসমৰ চৌদিশ বাঁহেৰে ভৰা৷ অসমৰ জনজীৱনৰ লগত বাঁহ অতীজৰে পৰা সংপৃক্ত হৈ আহিছে৷ এটা সময় আছিল গৃহ নিৰ্... |
ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা | ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা - পৰিচালক হেমেন শৰ্মা আৰু নাই
সৰুৰে পৰা নাটক, অভিনয়ৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ থকা হেমেন শৰ্মাই ৯ চনত "নটৰাজ থিয়েটাৰ"ত অভিনয় জগতত প্ৰবেশ কৰে এগৰাকী অভিনেতা ৰূপে৷ |
অইল ইণ্ডিয়া এফ চি ফাইনেলত | অইল ইণ্ডিয়া এফ চি ফাইনেলত
নগাঁও ঃ খেলৰ বাতৰি দিওঁতা যোৱাবাৰত ফুটবল মহিলাৰ অইল ইণ্ডিয়া কেম্পিয়ন স্থাপন প্ৰতিযোগিতাত মানৱী সন্মান লাভ কৰিছে৷ পৰা ৫ প্ৰতিযোগিতাত ফুটবল মহিলাৰ অইল ইণ্ডিয়া কেম্পিয়ন স্থাপন প্ৰতিযোগিতাত ফ |
বকোৰ বন বিভাগৰ অভিযানত দুই লক্ষাধিক টকাৰ ফলা কাঠ জব্দ | দীৰ্ঘদিন ধৰি মুল্যবান কাঠৰ চোৰাং ব্যৱসায়ীয়ে দক্ষিণ কামৰূপৰ সংৰক্ষিত বনাঞ্চল সমূহৰ ওপৰত অবাধ ধ্বংস যজ্ঞ চলাই ইয়াৰ মূল্যৱান কাঠৰ চোৰাং বেহা অব্যাহত ৰখাৰ বিপৰীতে চৰকাৰৰ বন বিভাগেও এই চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে চলাইছে ধাৰাবাহিক অভিয়ান৷ বন বিভাগৰ এই অভিয়ানৰ মাজতে বুধবাৰে পুৱতি নিশা বন বিভাগে এক গোপন সূত্ৰৰ পম খেদি চোৰাং কাঠৰ ... |
এ বি এমছুৰ ওদালগুৰি জিলাৰ সভাপতিৰ পদত্যাগ | সভাপতি ঃ এজন সংবাদত্যা সেনী বি টি চি সংখ্যালঘু ছাত্ৰ সম্বা এ বি এমছুৰ ওদালগুৰি জিলা সমিতিৰ সভাপতিয়ে সদত্যাগ কৰিছে৷ দেওনোৱে জিলা সমিতিৰ নিম্ন সভাপতি জিয়াকল হকে কেন্দ্ৰীয় সমিতি নৈত সভাপতিলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমলৈ এক বিবৃতিয়োগে জানিবলৈ দিয়ে৷ জিয়াকল হকে সেৱা মাধ্যমলৈ তাৰ জাতীয় সংগঠনত সেৱা আগবঢ়াই অহা ন... |
মুখ্যমন্ত্ৰী ড | সুদূৰ কেৰেলাৰ পৰা দুমাহ পূৰ্বে নগাওঁলৈ শ্ৰমিক থবলৈ আহি ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আন্তঃ ৰাজ্যিক বন্ধৰ বাবে নগাঁওত আৱদ্ধ হৈ থাকি ৬ জুনত এক দুৰ্ভাগ্যজনক পৰিস্থিতিত অকাল মৃত্যুক সাৱটি লোৱা কেৰেলাৰ ক’চিৰ অভিজি এম এম নামৰ বাছ চালক জনৰ মৃতদেহটো ৭ জুনৰ দিনা সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰ... |
কাম-কাজ অচল নগাঁও গাৰ্লছ ভাৰ উপ-ভাৰতবৰ | জানিব পৰা মতে, নগাঁও গাৰ্লছ ভাৰত উপ-ভাৰতবৰটোত কৰ্মৰত পোঠ্ৰী উপাধিসকলে আক্ৰমণ কৰিব লগত মুখ্য কাৰ্যালয়ৰ সকলো ধৰণৰ ইন্টাৰনেট সংযোগ বিচ্ছিন্ন হৈ থকা হেতুকে যোৱা চাৰি দিন ধৰি সকলো ধৰণৰ কাম-কাজ অক্ষুণ্ণ কৰা বিষয়টো উৰ্ধ্বতন কৰ্তৃপক্ষৰ অৱগত কৰাইছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ফলত ইয়া... |
খালেদা জিয়াৰ পুত্ৰসহ সকলোকে দোষমুক্ত | খালেদা জিয়াৰ পুত্ৰসহ সকলোকে দোষমুক্ত
চাকা ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেত হাছিনাৰ এটা সমালোচক শ্বেত হাছিনাৰ এটা সমালোচক আক্ৰমণৰ এটা গোচৰত প্ৰকাৰ উচ্চ ন্যায়ালয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক বহমান আৰু প্ৰাক্তন মন্ত্ৰী লুতফুজামান বাবৰকে ধৰি সকলো অভিয়ুক্ত দোষমুক্ত কৰে৷ |
Sanjay Bangar Son Transformation: আৰিয়ান বাংগাৰ হ'ল আনায়া বাংগাৰ! প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰৰ লিংগৰ পৰিৱৰ্তন | প্ৰতি বছৰে বহু লোকে হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীৰ সহায়ত লিংগ পৰিৱৰ্তন কৰে, শেহতীয়া ঘটনাটো হৈছে প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় বাংগাৰৰ সন্তানৰ৷ Aryan Bangar
সঞ্জয় বাংগাৰৰ কন্যা আনায়াই ছ’চিয়েল মিডিয়াত মুকলিকৈ প্ৰকাশ কৰিছে যে তেওঁ কেনেদৰে হৰম’ন ট্ৰেন্সফৰ্মেচন কৰিলে৷ জন্মৰ সময়ত তেওঁ ল’ৰা আছিল, মাক-দেউতাকে নাম ৰাখিছিল ‘আৰিয়ান’৷ ক... |
আমলখি সকলোৰে বাবে ভাল নে? | বছৰৰ সকলো সময়তে আমলখি হৈছে এবিধ উপকাৰী ফল৷ সমান্তৰালভাৱে বিশেষজ্ঞসকলে কিছু লোকক আমলখি খোৱাৰ পৰা বিৰত থাকিবলৈও উপদেশ দিয়ে৷ আমলখিয়ে ছাল আৰু চুলিৰ পৰা হজমলৈকে সকলোবোৰৰ প্ৰতি মনোয়োগ দিয়ে৷ ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে৷ আমলখিয়ে শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ গতিকে পুষ্টিবিদসকলে নিয়মীয়াকৈ এই ফলটো খা... |
এই নিয়মসমূহৰ বিষয়ে সজাগ হৈ ৰ'ব আৰু ঠগবাজিৰ পৰা হাত সাৰি থাকিব | এই নিয়মসমূহৰ বিষয়ে সজাগ হৈ ৰ'ব আৰু ঠগবাজিৰ পৰা হাত সাৰি থাকিব
নিয়ম 1: বিজনেছ কৰেস্পেণ্ডেণ্ট / অপাৰেটৰৰ পৰিচয় প্ৰমাণপত্ৰ বিচাৰি পৰীক্ষা কৰিব
নিয়ম 2: পৰীক্ষা কৰি চাব যাতে ফিংগাৰপ্ৰিণ্ট স্কেনিং ডিভাইচত যাতে অন্য কোনো কাগজ / স্বচ্ছ ফিল্ম ইত্যাদি লগাই থোৱা নাই
নিয়ম 3: ট্ৰেঞ্জেকশ্যন স্লিপ বিচাৰিব আৰু প্ৰত্যেকটো AEPS ট্ৰেঞ্... |
ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা : প্ৰাণ গ'ল যুৱকৰ | ৰঙাপৰাত সোমবাৰে নিশা সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে দুজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ ৰঙাপৰাৰ চেঁচা চাহ বাগিচাৰ ফেক্টৰীৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো ৷ |
শ্বোলে চিনেমাত ধৰ্মেন্দ্ৰই চলাইছিল আচল গুলী | ৫ চনত মুক্তিলাভ কৰা চিনেমা শ্বোলেৰ জনপ্ৰিয়তা আজিৰ তাৰিখতো কম হোৱা নাই৷ চিনেমাখনৰ বচন, সংগীত আজিও জনপ্ৰিয় হৈ আছে ৰাইজৰ মাজত৷ চিনেমাখনৰ প্ৰতিটো দৃশ্য দৃশ্যগ্ৰহণ কৰাৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল প্ৰয়োজক গোষ্ঠীয়ে৷ চিনেমাখনৰ এটা দৃশ্যত এনে এক অঘটন সংঘটিত হয় যে ধৰ্মেন্দ্ৰই আচল গুলী প্ৰয়োগ কৰে৷ কিন্তু ভাগ্য ভাল আছিল যাৰ... |
এটা চকু সম্পূৰ্ণ বিকল, কাজিৰঙাত চিকিৎসাধীন | কমিয়াৰ ঃ নিজা বাঘট দিওঁতা কলিয়াৰ সম্মেলিত অধিবাসী এলেকা কেৰিবাকৰিত বাঘটক মানৱৰূপী নামেৰে আক্ৰমণ কৰি আহত কৰা ঢেকীয়াপতীয়া বাঘটকে অৱশেষত আজি পুৰতি নিশা ২-০ বজাত ট্ৰেংকুলাইজ কৰি পিঞ্জাবদ্ধ কৰে৷ কালি পুৱাৰ ভাগতে জখলাবন্ধা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ চৌহদৰ পিছফালে বাঘটো প্ৰত্যক্ষ কৰাৰ পাছতেই বন বিভাগৰ খবৰ আক্ৰমণ কৰিও একাংশ... |
কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনত চামগুৰিৰ উন্নয়ন নোহোৱাৰ বাবে ৰকিবুল হুছেইনেই জগৰীয়া | কংগ্ৰেছৰ ৫ বছৰীয়া শাসনত চামগুৰিৰ উন্নয়ন নোহোৱাৰ বাবে ৰকিবুল হুছেইনেই জগৰীয়া
কপহীহাট ১ এজন সংবাদদাতা, ০ নৱেম্বৰ ১ নিৰ্বাচনী হিসাই ভয়াৱহ কৰে ধাৰণ ৰকাৰ সময়তে আজি চামগুৰি সম্বন্ধৰ দেশৰীয়া মুৰব্বত দাঞ্জি চামগুৰি |
চাণক্য ডিফেন্স ডায়লগত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী চীনৰ সৈতে সম্পৰ্ক সুস্থিৰ কিন্তু স্বাভাৱিক নহয় | চাণক্য ডিফেন্স ডায়লগত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী চীনৰ সৈতে সম্পৰ্ক সুস্থিৰ কিন্তু স্বাভাৱিক নহয়
সৈতে প্ৰতিযোগিতা কৰিব লাগিব, সহযোগিতা কৰিব লাগিব, সহাৱস্থান কৰিব লাগিব, সম্মুখ-সম্মুখী হ'ব লাগিব আৰু তৰ্ক-বিতৰ্ক কৰিব লাগিব৷ চাণক্য ডিফেন্স ডায়লগত ভাষণ দি জেনেৰেলজনে কয়—চীনৰ সৈতে থকা তৰ্ক নিয়ন্ত্ৰণ ৰেখাৰ এল এ চি... |
মঙলদৈত দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ | মঙলদৈত ৭ আগষ্ট মঙলদৈত গা-ধোৱা চাপলি নিবাসী দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী নৰমান আলীক গ্ৰেপ্তাৰ কৰিছে আশৰীয়া৷ নিজামঙল লোকৰ একাউন্টৰ জৰিয়তে কম লুটি আছিল বুধ নৰমান আলীৰ নেতৃত্বত এটা সংগঠিত অপৰাধী চমৰ্ট৷ আৰ্কটি কৌশলেৰে বহু লোকৰ পৰা সৰুকাৰীক কাজি তালুকদাৰ কালি সংবাদশাসনক অভিনিত দিয়া অনুসৰি সমগ্ৰ দেশজুৰি অপৰাধৰ সমাজত চলাই আছে এই চাই... |
ইউক্ৰেইনৰ বায়ু সেনাৰ কমাণ্ডাৰক বৰ্খাস্ত | ইউক্ৰেইনৰ বায়ু সেনাৰ কমাণ্ডাৰক বৰ্খাস্ত
কীভাবে, ১ আগষ্ট ১ ইউক্ৰেইনৰ বায়ুপতি ভলা ডিমিৰ জেলেনস্কিয়ে বায়ু সেনাৰ কমাণ্ডাৰ মাইকোলা অলেন্ড্ৰুকক তেওঁৰ পদবীৰ পৰা বৰ্খাস্ত কৰিছে৷ ছ'চিয়েল মিডিয়াত দিয়া এটা প'ষ্টত জেলেনস্কিয়ে কয় যে তেওঁ ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীসমূহৰ বায়ু সেনাৰ কমাণ্ডাৰজনক সলনি কৰিবলৈ সিদ্ধান্ত নিয়ে৷ ইউক্ৰেইনৰ কমা... |
ডবকাত আৰক্ষীৰ অভিযানত কোটি টকাৰ হেৰইন জব্দ | মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিয়ান অব্যাহত আছে ৷ ৰাজ্যৰ সৰ্বত্ৰে সৰ্বগ্ৰাসী ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিয়ান অব্যাহত থকাৰ সময়ত হোজাই জিলাৰ ডবকা আৰক্ষীৰ অভিয়ানত ধৰা পৰে অনুমানিক পাঁচ কোটি টকা বজাৰ মূল্যৰ নিষিদ্ধ হেৰইন ৷ হোজাই জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, নাগালেণ্ডৰ ডিমাপু... |
সুশাসনত গুজৰাট প্ৰথম, মহাৰাষ্ট্ৰ দ্বিতীয়, তৃতীয় কোন? | সুশাসন নাই নেকি অসমত? অসমত সুশাসন প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হৈছে নেকি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ? এক সমীক্ষাত প্ৰকাশ পোৱা তথ্যই এই প্ৰশ্ন জগাইছে সকলোৰে মনত৷ ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী, “ভাৰত ৰত্ন” অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱসটি ধেমাজি “সুশাসন দিৱস” হিচাবে পালন কৰে বিজেপিয়ে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ... |
বাতৰি কাকত-আলোচনীৰ ‘ঋদ্ধি’ | নগাঁৱৰ ডিমৰুণ্ডৰিত অৱস্থিত প্ৰাৱ কুমাৰ বৰাৰ ‘ঋদ্ধি’ বাতৰি কাকত প্ৰাৱ আলোচনীৰ এক উল্লেখযোগ্য সংগ্ৰহালয়৷ বৰ্তমান কাকত-আলোচনী পঢ়া লোকৰ সংখ্যা দিনকদিনে কমিবলৈ ধৰিছে৷ বহুতো জনপ্ৰিয় কাকত-আলোচনীৰ প্ৰকাশ পঢ়ুৱৈৰ অভাৱত বন্ধ হৈ পৰিছে৷ ভৱিষ্য প্ৰজন্মই যাতে এইবোৰ পঢ়িবলৈ নাপালেও চাব পাৰে, সেই উদ্দেশ্য লৈয়ে বৰাই |
গোসাঁইগাঁৱৰ দাৱাগুৰিত মহা শিৱ ৰাত্ৰি উৎসৱৰ ৰূপালী জয়ন্তী | প্ৰতিবছৰৰ দৰে এইবেলিও গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৱৰ্তী দাৱাগুৰি স্হিত বাথৌপুৰী জগন্নাথ ধামত ১ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহা শিৱ ৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে
লগতে উক্ত মন্দিৰৰ ৰূপালী জয়ন্তী বৰ্ষ পালনৰ বাবেও একাধিক কাৰ্যসূচী গ্ৰহন কৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি মন্দিৰ তথা উসৱ পৰিচালনা সমিতি... |
কাৰাটেত পদকপ্ৰাপ্ত খেলুৱৈক সম্বৰ্ধনা | কাৰাটেত : ১ আগষ্ট : ভাৰত নৰ্থ মঙলদৈ ক্লাবে মঙলদৈ ৰাজ্য সংসদ উত্তৰ প্ৰদেশৰ চন্দ্ৰ পাৰ্শ্ব প্ৰতিষ্ঠানৰ মুক্তি পাবলৈ প্ৰতিষ্ঠান লাভ কৰিছে৷ ইয়াৰ সোণালী পানৰ হিলচোলৰ ক্ৰীড়া প্ৰকল্পত আজি অনুষ্ঠিত হোৱা খেলত নৰ্থ মঙলদৈ ক্লাবে মঙলদৈ টাউন ক্লাবক ৭-১ গ'লি প্ৰণীল ব্যৱধানত পৰাজিত কৰে৷ নৰ্থ মঙলদৈ ক্লাবে অধিনায়ক এটাকৈ গ'লি বিয়াৰ বিপ... |
মঙল গ্ৰহত সজা ঘৰ কেনেকুৱা হ'ব | মঙল গ্ৰহত মানুহ থাকিব পৰা ঘৰৰ আকাৰ কেনেকুৱা হ'ব?— সেইটো এটা ডাঙৰ প্ৰশ্ন, কিয়নো গ্ৰহটোত পৃথিৱীৰ দৰে ঘৰ সাজি মানুহ থাকিব নোৱাৰিব৷ কিয়নো মঙলৰ বায়ুমণ্ডলৰ লগতে আন ভালেমান সমস্যা আছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি স্পেচএক্সৰ অভিয়ন্তাসকলে গম্বুজৰ আকাৰৰ ঘৰ সজাৰ চেষ্টা কৰি আছে৷ এইখনৰ ঘৰে গ্ৰহটোৰ পৰিৱেশত মানুহক তেজস্ক্ৰিয় বিকিৰণৰ পৰা ব... |
বটদ্ৰৱা থানত এ আই চি চিৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ তত্বাৱধায়ক মনোজ চৌহান | আজি মনোজ চৌহানৰ বটদ্ৰৱা থান দৰ্শনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক মৃনাল হাজৰিকা, কংগ্ৰেছ দলৰ জিলা সভাপতি প্ৰশান্ত শইকীয়াকে আদি কৰি কেইবাগৰাকী নেতা কৰ্মীয়ে সংগ প্ৰদান কৰে৷
শেষত সাংবাদিকৰ আগত কয় যে, অসম নহয়, ভাৰত নহয় সমগ্ৰ বিশ্বৰ বাবে শংকৰদেৱ আদৰ্শ৷ তেওঁ মানৱ সেৱা, একতাৰ বানী বিলাই গৈছে৷ সেই আদৰ্শৰ অনুপ্ৰেৰণাত আমি গু... |
Red Meat: সাৱধান! ৰঙা মাংস বেছিকৈ খায় নেকি? ৰেডমিটৰ আছে বহু অপকাৰ | ৰঙা মাংসৰ দৰে খাদ্যত অধিক পৰিমাণৰ চৰ্বি, প্ৰটিন আৰু আইৰণ থাকে যদিও ইয়াত অধিক পৰিমাণৰ চেচুৰেটেড ফেট আৰু কলেষ্টেৰল থাকে৷ যিয়ে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে৷ অত্যধিক ৰঙা মাংস খোৱাৰ ফলত হৃদৰোগ, উচ্চ ৰক্তচাপ, কেন্সাৰ আদিৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে৷
অধিক ৰঙা মাংস খালে আমাৰ শাৰীৰিক স্বাস্থ্য নষ্ট হ’ব পাৰে৷ অতিৰিক্ত পৰিমাণৰ... |
এ টি ভিৰে টহল দিব ভাৰতীয় সেনাই | নতুন দিল্লী, ১ ডিচেম্বৰ ১ চীন সাম্ৰাজ্যৰ প্ৰকৃত বিষয় প্ৰণয়ন ৰোগত স্বাভাৱিক ধৰি নিহত এলেকাসমূহত টহল দিয়াৰ বাবে ভাৰতীয় সেনাকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ উল্লেখযোগ্য যে এই অঞ্চলবোৰত এতিয়া শীত কালত প্ৰচণ্ড শীতক কালৰ পৰা প্ৰতি ভাগ সমান৷ শূন্যৰ সৰ্বাগত শুৰু আৰু নামান্না এলেকা বাস হোৱা আৰু তাৰ নিয়ম৷ এনে ভাৱতীয় সেনাকেই এই অ... |
ব্ৰিকছ সন্মিলনৰ সামৰণি: ড্ৰাগছ সৰবৰাহ ৰোধৰ বাবে গ্ৰহণ ‘গুৱাহাটী ঘোষণা-পত্ৰ’ | প্ৰথমাৱস্থাত ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাক সামৰি ব্ৰিকছ গঠন হৈছিল ৷
এই বৈঠকৰ অন্তত সদস্য দেশসমূহৰ মুৰব্বীসকলে সৰ্বসন্মতিক্ৰমে এক ঐতিহাসিক ‘গুৱাহাটী ঘোষণা-পত্ৰ’ গ্ৰহণ কৰে৷ এই দুদিনীয়া বৈঠকত নিচাজাতীয় সামগ্ৰী সৰবৰাহ আৰু ইয়াৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সু-সংগঠিত অপৰাধসমূহৰ বিৰুদ্ধে যৌথভাৱে যুঁজ ... |
পুৰণিগুদামৰ ‘ৰুদ্ৰ বৰুৱা সংগীত একাডেমী’ৰ ৰূপালী জয়ন্তীৰ সফল সামৰণি | এই ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷
নগাঁৱৰ অন্যতম অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ‘অবিনশ্বৰ গোষ্ঠী’ৰ ব্যৱস্থাপনাত বিগত ৫ বৰ্ষৰ জুলাই মাহৰ পৰা শুভাৰম্ভ হোৱা এই ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ এই ঐতিহাসিক ৰূপালী জয়ন্তী বৰ্ষৰ... |
দিল্লীত বিস্ফোৰণ | নতুন দিল্লী আজি পুৱা দিল্লীৰ ৰোহিণীৰ প্ৰশান্ত বিহাৰত এটা বিস্ফোৰণ হয়৷ এখন উদ্যানৰ সীমাৰ বেৰৰ ওচৰত হোৱা বিস্ফোৰণটোৰ স্থানত সিঁচৰতি হৈ পৰা এবিধ 'বগা পাউডাৰ' আৰক্ষীয়ে পৰীক্ষা কৰে৷ এমাহৰ আগতেও একেটা অঞ্চলতে এটা বিস্ফোৰণ হৈছিল৷ |
ৰংগেশ্বৰী পাম গাঁৱত বিধ্বস্ত পথত ভূই ৰুই মাছ ধৰি ৰাইজৰ অভিনৱ প্ৰতিবাদ | কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৰংগেশ্বৰী পাম গাঁৱত আজি ৰাইজে পথত ভূই ৰুই মাছ ধৰি সভানেত্ৰী মাফুজা আহমেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ জানিব পৰা মতে, ০-১ বৰ্ষৰ অধীনত এম, জি এনৰেগাৰ জৰিয়তে ছমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত ভখুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত জমিৰ উদ্দিনৰ ঘৰ হৈ জলজল... |
বিমান বন্দৰত হ'ব 'উড়ান যাত্ৰী কেকে' | নতুন দিল্লী, ৩ ডিচেম্বৰ ১ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমান বন্দৰসমূহত 'উড়ান যাত্ৰী কেকে' মুকলি কৰা ঘোষণাই বিমান যাত্ৰী পানীৰ দৰে দিয়ে৷ এই কেকে'সমূহত খাদ্য আৰু পানীৰ সৰ্বোচ্চ অত্যধিক সামগ্ৰীসমূহ তুলনামূলকভাৱে কম মূল্যত উপলব্ধ হ'ব৷ কলকাতা বিমান বন্দৰত দেওবাৰে এই ধৰণৰ প্ৰথমখন কেকে পৰীক্ষামূলকভাৱে মুকলি কৰা হয়৷ দেও... |
নলবাৰীত আয়োজিত আলোচনাত ভাগ লৈ ড° বিনীতা বৰা দেৱচৌধুৰী মাতৃভাষাক শ্ৰদ্ধা কৰিবলৈ শিকিলেহে ভাষাৰ বিকাশ সম্ভৱ | = দৈনিক জনমসূচি
নলবাৰীত আয়োজিত আলোচনাত ভাগ লৈ ড° বিনীতা বৰা দেৱচৌধুৰী মাতৃভাষাক শ্ৰদ্ধা কৰিবলৈ শিকিলেহে ভাষাৰ বিকাশ সম্ভৱ
বেলশৰ এজন সংবাদদাতা, ৪ ডিচেম্বৰ ২ বিকোনো এটা ভাষা হঠা জন্ম নহয় এটা ভাষাৰ জন্ম কালত মাতৃভাষা লাভৰ দৰেই বহু ভাষাৰ দ্ৰুপতি হৈ থাকে৷ অসমীয়া ভাষাৰ প্ৰতি স্বীকৃতি লাভত উফুল্ল হৈ সহিত্য, সংস্কৃতি আৰু সমাজ... |
ভি জি আৰ-পি জি আৰ ভূমিৰ বেদখল উচ্ছেদ হ'বই লাগিব | নয়ায়ালয়ৰ দ্বাৰস্থ হোৱাত উচ্ছেদ কৰিব পৰা নাই৷ খেৰপিৰ একাক লোক নয়ায়ালয়ৰ কাম চাপিছে যদিও হাওৰাঘাটৰ লোকসকলক কিয় আজিও জাননীয়ে দিয়া নাই বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ ৰাজহ বিভাগৰ বিষয়াসকলে চৰজৰাম ভদ্ৰান্ত প্ৰতিবেদন নিদিয়াৰ বাবে হাওৰাঘাটৰ প্ৰেক্ষি বিজ্ঞানৰ মাটিত বসবাস কৰা লোকসকলক উচ্ছেদৰ জাননী দিব পৰা নাই বুলি মুখ্য কাৰ... |
সামাজিক মাধ্যমক সমাজৰ বাবে সমাজৰ বাবে লিত নাথ | সামাজিক মাধ্যমৰ অন্যতম উল্লেখযোগ্য সুবিধা আৰু অধিকাংশ গান্ধাজিক কৰি কোনো আৰু সমাজৰ অৱ্যাহাৰত লোকসকলক নিয়ম সুবিধাৰ সাহায়্য তথা পৰিচালনা অনুসৰি ক্ষেত্ৰা প্ৰদান কৰে৷ পৰম্পৰাগত সংসাৰ মাধ্যমেৰে মাথোঁ নিৰ্দিষ্ট সংখ্যক মানুহৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল, যি প্ৰায়েই জনহাৰ কঠিন উদ্দেশ্য ধৰি ক্ষমতাৰ গতিশীলতাৰ আবাহত বাহিৰিয়ে কিছু সামা... |
‘ভাৰত বিশ্বৰ তৃতীয়...’ | ‘ভাৰত বিশ্বৰ তৃতীয় । ’
প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে যি গতি আৰু মান্নাত আন্তৰ্গাপীন নিৰ্মাণ কৰিছে সি ভয়তুৰ্বপূৰ্ণ হে দেখা যে৷ বু মুলকটা বয়সত সম্পদ বিনিয়োগৰ বৃহত্তম উপাদনশীল মাধ্যম বুলি কয়৷ সেই কয়, ৪ চনত ইউ পি এ লেকসৰ প্ৰথম ৰাইজৰ ও’মুনদিন বন্ধ আহিল আৰু ০ হাজাৰ গোট চৰা আৰু সেয়া ৪ চনত ২ বাৰ সেয়া চেলাই উদালৈ বুদ্ধি পাল... |
ৰাষ্ট্ৰপতি ভাৰতত নতুন দিল্লী | ৰাষ্ট্ৰপতি ভাৰতত নতুন দিল্লী ভাৰতত চাৰিদিনীয়া দিপাক্ষিক অমণসূচীৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামন্ত্ৰ মুহন্ত ভেওঁৰ পত্নী হাজিম মহামন্ত্ৰ তেওঁৰ পত্নী মুহন্ত ভেওঁৰ পত্নী ভাৰতত অপস্থিত হেওঁ ৰাষ্ট্ৰপতি মেলিপী মুৰ্মুক সাক্ষা কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰিব৷
বিহাৰত ছটা শিশুৰ সলিল সমাধি ছাজাৰাম বিহাৰৰ পোহ ইয়... |
Vaibhav Suryavanshi: IPLৰ সৰ্বকনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশীক ১.১ কোটিত ক্ৰয় ৰাজস্থান ৰয়েলছৰ | IPL এ ১.১ কোটি টকাত ৰাজস্থান ৰয়েলছে মেগা নিলামত ক্ৰয় কৰে বিহাৰৰ ৩ বছৰীয়া বৈভৱ সূৰ্যবংশীক৷ IPL ৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত বৈভৱ সূৰ্যবংশী৷ নিলামত সূৰ্যবংশীৰ ভিত্তি মূল্য ০ লাখ টকা আৰু দিল্লী কেপিটেলছে প্ৰথম নিলাম কৰে৷ Vaibhav Suryavanshi
দিল্লীৰ পিছতে ৰাজস্থানে এই খেলুৱৈজনক ক্ৰয় কৰে৷ কিন্তু চলিত বৰ্ষৰ জানুৱাৰী মা... |
End of preview. Expand in Data Studio
Assamese News Corpus
A cleaned corpus of 1,369 Assamese language news articles for training of Assamese language models.
Splits
| Split | Articles |
|---|---|
| train | 1,298 |
| validation | 71 |
Fields
| Field | Type | Description |
|---|---|---|
title |
string |
Article headline in Assamese |
text |
string |
Cleaned article body text |
Usage
from datasets import load_dataset
dataset = load_dataset("ananddey/assamese-news-corpus")
print(dataset["train"][0])
Size: 1.4M characters (348K tokens).
Citation
If you use this dataset in your research, please cite as:
@dataset{dey2026assamesenews,
title = {Assamese News Corpus},
author = {Anand Dey},
year = {2026},
publisher = {Hugging Face},
url = {https://huggingface.co/datasets/ananddey/assamese-news-corpus},
note = {A cleaned corpus of 1,369 Assamese language news articles for training of Assamese language models.},
}
- Downloads last month
- 22