text
stringlengths
100
331k
( The husband does not try to understand your suffering! Do this without breaking down ) বহু মহিলাই অভিযোগ কৰে যে স্বামীয়ে দুখ-কষ্ট বুজি নাপায় । এইটোও সঁচা যে মহিলাসকল কেতিয়াবা অলপ বেছি আৱেগিক হৈ পৰে । সেই সময়ত তেওঁলোকে বিচাৰে যে তেওঁলোকৰ সংগীয়ে সেই দুখটো বুজি পায় । কিন্তু যদি সেয়া নহয়, তেন্তে বেছি বেয়া অনুভৱ ক...
নগাঁও জিলাৰ ধিং আৰক্ষীয়ে আজি এক অভিযান চলাই অঞ্চলটোৰ এগৰাকী কুখ্যাত অপৰাধীক কৰায়ত্ত কৰা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আটকাধীন অপৰাধী গৰাকীক ধিং আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ নিৱাসী ইজাজুল হক বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে। তেওঁৰ পৰা আৰক্ষীয়ে এটা ৯ এম এম পিষ্টল, এটা খালি মেগজিন আৰু এট...
বজালী মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাষিকৰ ছাত্ৰ তথা সদানন্দ গায়ন আৰু স্বৰস্বতী গায়নৰ পুত্ৰ কিশোৰ গায়নক অসীম কলিতা নামৰ ২৮ বছৰীয়া লোক এজনে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিছিল। বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভাৰেগাঁৱত সংঘটিত এই আক্ৰমণৰ চাঞ্চল্য মাৰ নেযাওতেই ঘটনাই নতুন মোৰ লোৱাটো পৰিলক্ষিত হৈছে। সদ্যহতে আৰক্ষীয়ে অ...
২১ অক্টোবৰত বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ। মেচখনত ঘৰুৱা দল ভাৰতৰ বিপক্ষে মুখামুখি হ’ব ৱেষ্ট ইণ্ডিজ। আৰু সেই উদ্দেশ্যেই আজি গুৱাহাটীত উপস্থিত হ’ব বিৰাট কোহলি নেতৃ্ত্বাধীন টীম ইণ্ডিয়া । জানিব পৰা মতে ভাৰতীয় দলটো দুপৰীয়া ১ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব আৰু তাৰ পৰাই পোনে...
হাই বন্ধুসকল, মানশ ইয়াত এটা নতুন কাহিনীৰ সৈতে। মই টিভি চাই আমনি পাইছিলো আৰু চাবলৈ কিবা আকৰ্ষণীয় বিচাৰি বলৈ চেনেলবোৰৰ মাজত সলনি কৰি আছিলো। যেতিয়া মই দুৱাৰৰ ঘণ্টা শুনিছিলো তেতিয়া মই মাত্ৰ মোৰ চৰ্টছ আৰু গেঞ্জিত আছিলো। মই মাৰ বন্ধুবৰ্গৰ আশাত দুৱাৰৰ ফালে খোজ কাঢ়িছিলো কিয়নো তেওঁলোকে সাধাৰণতে অলপ চিট চেট কৰিবলৈ আহে। (Se...
ডিজিটেল ডেস্ক: দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা মনীষ চিছোদিয়াক চিবিআইয়ে সোমবাৰে জেৰা কৰে। আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত ৯ ঘণ্টা ধৰি সোধা-পোছা কৰে চিছোদিয়াক। জেৰা শেষ হোৱাৰ পাছতই চিছোদিয়াই কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ ভুৱা। ইয়াৰ পাছতেই মঙলবাৰে গুজৰাট ভ্ৰমণৰ বাবে যাব চিছোদিয়া। তেওঁ নিৰ্বা...
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰী অনন্ত কুমাৰৰ দেহাৱসান আজি পুৱা বেংগালুৰুৰ শংকৰ কৰ্কট হাস্পতালত ৫৯ বছৰত পৰলোকপ্ৰাপ্তি ঘটে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ কিছুদিন পূৰ্বে মন্ত্ৰী অনন্ত কুমাৰক ভেণ্টিলেটৰত ৰখা হৈছিল। আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ চিকিৎসালয়ৰ পৰা ব...
যোৱা ২৪ নৱেম্বৰত নতুন দিল্লীত সামৰণি পৰা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টিৰে ষষ্ঠবাৰলৈ বিশ্ব চেম্পিয়ন হোৱা মহিলা বক্সাৰ মেৰী কমক আদৰিবলৈ সাজু হৈ আছে মণিপুৰ। দেশবাসীক গৰ্বিত কৰা মণিপুৰৰ বৰ্ষীয়ান মহিলা বক্সাৰগৰাকীৰ সাফল্যত উৎফুল্লিত হৈ পৰা মণিপুৰ চৰকাৰে মেৰী কমক প্ৰদান কৰিব ৰাজ্যৰ ‘সৰ্বোচ্চ সন্মান’ । দেওবাৰ...
বজালী মহকুমাৰ অন্তৰ্গত জালিখাটা গাওত অৱস্থিত ৮৯ নং জালিখাটা প্ৰাথমিক বিদ্যালয়তো বুধবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে অনুষ্ঠিত হৈছে গুণোৎসৱ। শিক্ষা গ্ৰহণৰ প্ৰতি অগাধ ধাউতি থকা এই বিদ্যালয়ৰ দুই কণমানি ছাত্ৰই নিজৰ পিতৃৰ মৃত্যুৰ পিছতো কিন্তু অধ্যয়নত ব্ৰতী হৈ গুণোৎসৱত পৰীক্ষাত অৱতীৰ্ণ হৈছে। বজালীৰ জালিখাটা গাঁওৰ জিতেন ৰয় ন...
যোৱা দেওবাৰে অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসমৰ জনপ্ৰিয় গ্ৰাফিটি শিল্পী নীলিম মহন্তক আজি জামিন প্ৰদান কৰিছে অৰুণাচলৰ আদালতে। উল্লেখ্য যে গ্ৰাফিটি শিল্পী তথা সামাজিক কৰ্মী নীলিম মহন্তক ইটানগৰৰ ‘সম্প্ৰীতিৰ দেৱাল’ (Wall of Harmony) ত অংকন কৰা বান্ধ বিৰোধী গ্ৰাফিটিৰ (দেৱালত চিত্ৰ অংকন) বাবে অৰুণাচল আৰক্ষীয়ে তেওঁৰ লখিমপুৰ...
মুকালমুৱা : নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ। অসমৰ কৰ্মৰত সাংবাদিক আৰু সংবাদ কৰ্মী সকলৰ ন্যায্য প্ৰাপ্তিৰ হকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অহা অসম বাৰ্তাজীৱী সংঘৰ অন্তৰ্গত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে দেওবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ নপ্তিপাৰাস্তিত “গংগা-য...
মুকালমুৱা : ক’ভিডৰ তৃতীয়টো ঢৌৰ লহৰৰ মাজতেই ৰাজ্যজুৰি চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। ৰাজ্যৰ প্রান্তে প্রান্তে ভোগালীক আদৰিবলৈ সাজু হৈ পৰিছে ৰাইজ। ইতিমধ্যে ভেলা ঘৰ মেজি নিৰ্মাণ কৰি উৰুকাৰ নিশা সকলো মিলি এসাজ খাবলৈ সকলো অপেক্ষাত। ভোগালীক আদৰণি জনাবলৈ সমগ্ৰ ৰাজ্যবাসীৰ লগতে এতিয়া তত নাই নালবাৰীবাসী ৰাইজৰ। আনন্দত আত্মহাৰা হৈ...
মানহানিৰ গোচৰত তিৰুৱনন্তপুৰম আদালতে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদলৈ জাননী জাৰি কৰিছে। অহা ২ মে’ত প্ৰসাদক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ বিৰুদ্ধে এই মানহানিৰ গোচৰ তৰিছিল তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰে। কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ২০১৮চনৰ ডিচেম্বৰত তিৰুৱন...
ডেৰ মাহ আগলৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ থকা অসমত এতিয়া নিৰ্বাচনী বতাহ বলিছে। কিন্তু এই নিৰ্বাচনী কুচকাৱাজ চলি থকাৰ মাজতো অসমৰ ৰাইজে পাহৰা নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা। অসমত প্ৰবল গণ বিৰোধৰ সন্মুখীন হোৱা বিজেপিয়ে অনা এই বিধেয়কখনক এটা ইচ্ছ্যু হিচাপে লৈ ভোটাৰৰ মাজলৈ ওলাইছে কংগ্ৰেছ, এ আই য়ু ডি এফকে ধৰি আন ...
ছিকিম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ ভাতৃ সংগঠন যুৱ মৰ্চাই অহা ২৩ আৰু ২৪ ফেব্ৰুৱাৰিত দুদিনীয়া কাৰ্যসূচীৰে জিলা কালেক্টৰেট বিভাগৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব। আজি পূব ছিকিমৰ চিংতামত অৱস্থিত যুৱ মৰ্চাৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত এক আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লখ্য যে আজি অনুষ্ঠিত বৈঠকত ৰাজ্যিক সভাপতি ...
খোৱাপানীৰ নামত জনসাধাৰণক বৰ বিহ খুৱাইছে বহু জাতিক কোম্পানীয়ে। সেইদৰে জনস্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব নাই খাদ্য আৰু যোগান বিভাগৰ। উৎকট গৰমৰ বতৰত বজাৰত সহজে উপলব্ধ পানী খাওঁতে সাৱধান হ’ব। কিয়নো এইবাৰ খোৱাপানীৰ বটলত ওলাইছে মৃত মকৰা। যোৰহাট জিলাৰ চেলেংহাট পিঠাখোৱাৰ এগৰাকী মহিলাই দোকানৰ পৰাই ক্ৰয় কৰা স্পেলশ নামৰ এটা পানীৰ ব...
Four youths died in two separate road accidents যোৱা নিশা ৰংজুলি আৰু কৃষ্ণাইত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত ৪ জনকৈ যুৱক নিহত হোৱাৰ লগতে এজন যুৱক গুৰুতৰভাবে আহত হয়। প্ৰথমটো ঘটনা সংঘটিত হয় ৰংজুলি থানাৰ অন্তৰ্গত দৰংগিৰিৰ পেট্ৰ’ল ডিপোৰ সমীপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। পালচাৰ বাইকেৰে(AS-18-K-6829) দুধনৈৰ পৰা ৰাস মহোৎসৱ উপভো...
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে লগে ন চিন্তাৰে উদ্ভাসিত হৈ পৰিছে এদল নৱ প্ৰজন্ম। ইয়াৰে স্বাক্ষৰ দাঙি সমাজলৈ আগবঢ়াইছে অভিনৱ সম্পদ। কিছু দূৰদৰ্শী মনোভাৱ, বৈজ্ঞানিক দৃষ্টিভংগী, সুস্থ চিন্তাৰ ফচল স্বৰূপে সমাজলৈ আগবঢ়ালে এখন এম্বুলেন্স চাইকেল। শিৱসাগৰৰ চাই বিকাশ একাডেমিৰ ছাত্ৰ মুছাব্বীৰ ইছলাম আৰু তেওঁৰ তিনি গৰাকী বন্ধ...
এবিধ নতুন উদ্ভিদ। উদ্ভিদ বিধত হেনো ফলো লাগে ঠিক পনিয়লৰ দৰে ..। অসমীয়া আঙুৰ হিচাপে নামাকৰণ লাভ কৰা উদ্ভিদ বিধৰ সন্ধান পোৱা গৈছে তিনিচুকীয়া জিলাৰ বৰজান আৰু পদুমনিৰ সংৰক্ষিত বনাঞ্চলত। এই কথা প্ৰকাশ পাইছে টাইৱানৰ পৰা প্ৰকাশিত এখন আলোচনীত। আলোচনীখনত প্ৰকাশ পোৱা খবৰৰ ভিত্তিত সন্ধান কৰি বিচাৰি উলিয়াইছিলো সেই বিশেষ ব্যক্তি...
পানীত ডুবি নিচিহ্ন হৈ পৰিছিল স্পেইনৰ এখন গাঁও। ত্ৰিশ বছৰৰ পিছত পুনৰ ভাহি উঠিল সেই গাঁওখন। কিন্তু ভয়ংকৰ খৰাঙৰ বাবে ভাহি উঠা এই মৃত গাঁওখনে কেবল কঢ়িয়াই আনিলে যেন এক ‘জীৱন্ত ফছিল’ৰ সাধুহে। তথাপি, স্থানীয় লোকৰ বাবে ‘তেজৰ ধমনীত ইয়াৰ উশাহ’ বোওৱাৰ হেঁপাহ উথলি উঠিছে। তেওঁলোকক নিজৰ প্ৰিয় সেই আপোন গাঁৱখনৰ স্মৃতিয়ে কাতৰ কৰি তুলিছ...
তামিলনাডুৰ তিৰুবাৰুৰত যোৱা ৮ আৰু ৯ ফেব্রুবাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হয় ‘ইথ্নো ইকো –মিথো ফেচেট্ছ অফ নৰ্ষ্ট ইষ্ট ৰাইটিং ইন ইংলিছ’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আয়োজিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি পদ্মশ্ৰী বঁটা বিজয়ী তথা অসমৰ ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ ...
ভাৰতীয় ষ্টেইট বেংকৰ কলিয়াবৰ শাখাত থকা কাঠপাৰাৰ চফিৰ উদ্দিন নামৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিজা বেংক একাউণ্টৰ পৰা ৫ লাখৰো অধিক ধন হৰণলুকী হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ ৩০৭১০৬৩৩৩৭৫ নম্বৰৰ একাউন্টটোৰ পৰা যোৱা ২৩-২৬ আগষ্টৰ ভিতৰত নোহোৱা হয় পাঁচ লাখ দহ হাজাৰ আঠশ চৌৰাশী টকা। বেংকলৈ আহি নিজৰ পাছবুকৰ ধন...
‘জীৱশ্ৰেষ্ঠ মানৱ’ অভিধাটোক চৰম অপমান কৰি কোকৰাঝাৰ চহৰৰ ডালোৱাৰী চাহ বাগানৰ বাংলাবাৰীত আজি এটি সদ্যোজাত শিশুক কোনো দুষ্ট লোকে পলিথিন বেগৰ ভিতৰত পেলাই থৈ যায়। শিশুটো উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত এক প্ৰকাৰৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে৷ স্থানীয় লোকৰ পৰা জানিব পৰা মতে, বাংলাবাৰীত আজি নিচেই পুৱাই গোৱৰ্ধন সিং আৰু মংগল সিং নামৰ দুজন ...
যোৰহাটৰ মিশ্যন হস্পিটেলত কৰ্তব্যৰত এজন নিৰাপত্তাৰক্ষীয়ে চিকিৎসালয়খনৰ এগৰাকী মৃত ৰোগীৰ কাণৰ পৰা কাণফুলি চুৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিকিৎসালয়খনৰ এজন বিষয়াই কয় যে মৃত মহিলাগৰাকীক ২০ ফেব্ৰুৱাৰিৰ নিশা আই চি য়ুত ভৰ্তি কৰা হৈছিল আৰু সেই নিশাই মৃত্যুও হয়। পৰিয়ালে মৃতদেহটো ঘৰলৈ লৈ যোৱাৰ পিছত দাহ কৰাৰ বাবে প্ৰস্তুত কৰ...
এইআইইউডিএফ দলৰ জ্যেষ্ঠ নেতা তথা গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি খাইৰুল আলম মিঞাই আনুষ্ঠানিকভাৱে যোগদান কৰিলে ইউপিপিএল দলত। এইআইইউডিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰাৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিলে খাইৰুল আলম মিঞাই। গোসাঁইগাঁও প্ৰেছক্লাবত আয়োজন কৰা এক সংবাদমেলত এআইইউডিএফ দলত বিভিন্ন দায়িত্বত থকা দলৰ জ্যেষ্ঠ নেতা গৰাকীয়ে এআই...
এজনী ছোৱালী সকলো সময়তে অসহায়, অসহায় কেতিয়াবা তেওঁৰ পৰিয়ালৰ সৈতে, অসহায় কেতিয়াবা তেওঁৰ স্বামীৰ কাষত, কেতিয়াবা অসহায় তেওঁৰ নিজৰ ইচ্ছাৰ ওচৰত, কেতিয়াবা অসহায় তেওঁৰ সপোন বোৰৰ ওচৰত আৰু কেতিয়াবা অসহায় তেওঁৰ প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত। ছোৱালীৰ আধা জীৱন মানি লওঁতে লওঁতে কাটি যায়, সেয়া দেউতাৰ ঘৰতে হওঁক বা তেওঁৰ স্বামীৰ। ছোৱালী নিজৰ...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুৰ্নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ শূণ্য সহনশীলতাৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিৰ কথা ঘোষণা কৰিছে। তদন্তকাৰী সংস্থাক তেওঁলোকৰ দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সদায় বিৰোধীৰ বিৰুদ্ধেহে অভিযান চলাই আহিছে বুলি প্ৰায়ে অভিযোগ উত্থাপন হয়। কংগ্...
ডিজিটেল সংবাদ , বৰপেটাঃ সৰুক্ষেত্ৰীৰ চৰকাৰী ভূমি তথা বিল জলাশয়ত চলিছে ব্যাপক বেদখল ।হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি অবৈধ ভাবে আৰু জনপ্ৰতিনিধিৰ সহযোগত দখল কৰি নিশাটোৰ ভিতৰতেই প্ৰব্ৰজিত লোকে গাওঁ পাতিছে । সৰুক্ষেত্ৰীত অবৈধ ভাবে দখল কৰি গাওঁ পতা চৰকাৰী ভূমিত নিৰ্মাণ কৰা হৈছে চৰকাৰীভাৱে আবণ্টিত গৃহ,চৰকাৰী আঁচনিৰ দ্বাৰা নিৰ্ম...
মঙলদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত আজি সন্ধিয়া এটা আৰক্ষীৰ দলে এক অভিযান চলাই এন আৰ চিৰ এজন কৰ্মচাৰীক এজন লোকৰ পৰা এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বিনিময়ত উৎকোচ লোৱাৰ সময়তে হাতে-লোটে কৰায়ত্ত কৰে। আটকাধীন লোকজন পুঠিমাৰী গাঁও পঞ্চায়তৰ সচিব আব্দুল মালেক বুলি জানিব পৰা গৈছে। নৌছাদ আলী নামৰ এজন ভুক্তভোগী...
মুকালমুৱা : মুকালমুৱাত চাঞ্চল্য। এগৰাকী মহিলাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱাত মুকালমুৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। মূৰ আৰু কঁকালৰ তলৰ অংশ নাই মৃতদেহটোৰ। আৰক্ষীয়ে মৃতদেহটোৰ কঁকালৰ ওপৰৰ অংশ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। ৰাজ্যত এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে। হত্যা, ডকাইতি, ধর্ষণৰ দৰে ঘটনা প্ৰতিদিনে সংঘটিত হোৱা দ...
শ্ৰীলংকাৰ প্ৰখ্যাত সাহিত্যিক শ্বেহান কৰুণাতিলকালৈ আগবঢ়োৱা হৈছে সাহিত্য জগতৰ সন্মানীয় বঁটা বুকাৰ প্ৰাইজ। তেওঁৰ দ্বিতীয়খন গ্ৰন্থ ‘দ্য ছেভেন মুনছ অৱ মালি আলমেইদা’ৰ বাবে তেওঁক সন্মানীয় বুকাৰ প্ৰাইজৰ বিজয়ী হিচাপে মনোনীত কৰা হৈছে। কৰুণাতিলাকাই সোমবাৰে নিশা লণ্ডনত এক অনুষ্ঠানত ব্ৰিটিছ ৰাণী পদবীৰ উত্তৰাধিকাৰী কেমিলাৰ পৰা ...
আজি FCIৰ গুৱাহাটীৰ গুদামত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে বুজ ল’লে সকলো মজুদ খাদ্যসম্ভাৰৰ। তেঁও কয়, এই সময়ত খাদ্যবস্তুৰ বাবে যাতে অসুবিধা নহয় তাৰ বাবে মই বুজ লৈছোঁ। আঢ়ৈ মাহলৈ খাদ্য বস্তু আছে মজুত আছে আমাৰ হাতত বুলিও মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী সোণোৱালে। লগতে...
চলিত বৰ্ষৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী ক্লাছিক বডী বিল্ডিং প্ৰতিযোগিতাত শৰাইঘাটশ্ৰী খিতাপ দখল কৰে ছাৰ্ভিছেছৰ শৰীৰ চৰ্চা বিদ অনুজ কুমাৰ তালিয়ানে। ৰবিবাৰে মাছখোৱাৰ আই টি এ চেণ্টাৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাখনত তালিয়ানে অপূৰ্ব শৰীৰ চৰ্চাৰ কলা প্ৰদৰ্শন কৰি শৰাইঘাটশ্ৰীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগ...
অসমীয়া সাহিত্যৰ বিখ্যাত উপন্যাস 'মনোমতী'ৰ জন্মস্থান এই হাউলীতেই। নামনি অসমৰ বাণিজ্যিক চহৰ হাউলী বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠী ধৰ্মাৱালম্বী লোকেৰে গঠিত। এটা সময়ত মহাপুৰুষ শংকৰ-মাধৱ আৰু আঁতাসকলৰ লীলাভূমি আছিল এই বৃহত্তৰ হাউলী অঞ্চল। ১৯৫৪ চনতে জন্ম লোৱা চণ্ডী বৰুৱা স্মৃতি ভৱন হাউলীৰ সামজিক, সাংস্কৃতিক তথা বৌদ্ধিক কেন্দ...
ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ সময়ত আৰম্ভণিৰে পৰা এতিয়ালৈকে বিদেশীকে ধৰি মুঠ ১২গৰাকী সাংবাদিক নিহত হৈছে। দেওবাৰে ইউক্ৰেইনৰ মুখ্য ৰাষ্ট্ৰীয় আইন উপদেষ্টা ইৰিনা ভেনেদিকত’ভাই এই তথ্য সদৰী কৰিছে। ইৰিনাই লগতে এই সময়ছোৱাত আন ১০গৰাকী সাংবাদিক আহত হোৱা বুলিও দাবী কৰিছে। তেওঁ জানিবলৈ দিয়া মতে নিহত সাংবাদিকসকলৰ মাজত আমেৰিকা যুক...
আজি উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বিবেচিত এটা শুনানি হয়। বাদ পৰি ৰোৱা ৪০ লাখৰো অধিক লোকৰ দাবী-আপত্তিৰ ক্ষেত্ৰত পূৰ্বৰ ১৫বিধ নথি নে হাজেলাৰ প্ৰস্তাৱ অনুসৰি তাৰ মাজৰ ৫বিধ নথি বাদ দি ১০বিধক বৈধ নথি হিচাপে গণ্য কৰা হ’ব –এই মূল কথাটো আছিল আজিৰ শুনানিৰ গুৰুত্বপূৰ্ণ দিশ। আজিৰ শুনানি লৈ মুখ্য ন্যায়াধীশ ...
পেছাদাৰী মিডিয়া উপদেষ্টাৰ অভাৱে অসমৰ বিজেপি চৰকাৰ বিশেষকৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পেলাইছে ভীষণ অস্বস্তিকৰ পৰিস্থিতিত। অসম প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ৰ এক অনুষ্ঠানত বুধবাৰে দুঘণ্টা পলমকৈ উপস্থিত হৈ সাংবাদিকৰ সন্মুখত মুখ্য মন্ত্ৰীয়ে ক্ষমা বিচাৰিব লগা হোৱাটো নিশ্চিতভাৱে অস্বস্তিকৰ কথা। অনুষ্ঠানটো আছিল সাংবাদ...
খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধিতাক অসন্মান কৰি নাগৰিকত্ব বিধেয়কৰ প্ৰতি সমৰ্থন অব্যাহত ৰখা শাসক দল বিজেপিৰ বিৰুদ্ধে অসমৰ আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱস্থান ল’ব আছুৱে। বিজেপি উত্থাপিত বিধেয়কখনৰ বিৰুদ্ধে আছু আৰু ২৮টা সংগঠনে শনিবাৰে ৰাজ্যজুৰি কৰা প্ৰতিবাদৰ মাজতে ডিব্ৰুগড়ত সংগঠনটোৰ এই স্থিতি ঘোষণা কৰিছে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ...
চিৰাং জিলাৰ বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙাইগাঁৱত যোৱানিশা এটা সাতজনীয়া ডকাইতৰ দলে ট্ৰাকৰ পৰা বৈধ বিলাতী সুৰা লুট-পাত কৰাৰ প্ৰচেষ্টা চলায় ৷ ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীৰ দল উপস্থিত হৈ দুটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ডকাইত দুটা ক্ৰমে বিজনীৰ বাটাবাৰীৰ মামদ ফুলচান আলী(৩২) আৰু মোনাকোচাৰ ৰিয়াজ আহমেদ(২৬)। গুৱাহাটী...
প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা এই খেলখন ফুটবলপ্ৰেমীয়ে চাবলৈ উৎসুকতাৰে বাট চাই আছিল। শুকুৰবাৰে বিয়লি তিনি বজাত অসম-নাগালেণ্ড দলৰ মাজত খেল অনুষ্ঠিত হোৱাৰ লগে লগেই ৰাষ্ট্ৰীয় পৰ্যায়ত মিকটছ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়। ইপিনে খেল অনুষ্ঠিত হোৱাৰ আগে আগে ৰাষ্ট্ৰীয় মিকটছ ফুটবল ফেডাৰেচনৰ পতাকা উত্তোলন কৰে ফেডা...
ডিজিটেল ডেস্ক: Children's Day 2022- আজি শিশু কাইলৈ দেশৰ ধৰনী।শিশুসকলক লৈয়ে আৰম্ভ হয় সমাজ নিৰ্মাণৰ সপোন।জন্ম হোৱা ঘৰখনৰ পৰাই জনা-নজনাকৈ শিশুসকলে সকলো কথা শিকিবলৈ লয়।শিশুটি ডাঙৰ কৰিবলৈ পিতৃ-মাতৃয়ে অশেষ কষ্ট স্বীকাৰ কৰাৰ লগতে ভুল পথে যাতে তেওঁলোক গুচি নাযায়, তাৰ বাবে বহু সাৱধানতা আৰু সচেতনো হটবলগীয়া হয়। শিশু আৰু পিতৃ- মাত...
নগাঁও আৰক্ষী চাউনিৰ সভাগৃহত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত নগাঁৱৰ বিভিন্ন বিদ্যালয়ৰ ৪ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে তৰুণ গগৈ Asomiya Pratidin Published on : 23 Nov, 2022, 1:35 pm ডিজিটেল সংবাদ, নগাঁওঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী বুধবাৰে সাংসদ গৌৰৱ গগৈ ফেন ক্লাব আৰু নগাঁও জিলা এ...
ফিল্ডছ মেডেল হ’ল গণিত বিষয়ত আগবঢ়োৱা সৰ্বোচ্চ তিনিটা সন্মানৰ ভিতৰত অন্যতম এটা সন্মান বা বঁটা। প্ৰতি চাৰি বছৰৰ মূৰে মূৰে, চল্লিছ(৪০) বছৰৰ অনুৰ্ধৰ চাৰিজন গণিতজ্ঞক আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘই (International Mathematical Union) এই বঁটা প্ৰদান কৰে। যোৱা ১ আগষ্টৰ পৰা ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হৈ যোৱা ২০১৮ বৰ্ষৰ অধি...
গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অহা ২৫ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ১১ সংখ্যক ৰাষ্ট্ৰীয় ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ ২০১৮ অনুষ্ঠিত হ’ব। বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে অসম টেবুল টেনিজ সন্থাৰ সম্পাদক ত্ৰিদিব দুৱৰাই। তদুপৰি উক্ত সংবাদমেলতে টেবুল টেনিজ সন্থাৰ ফালৰ পৰা লগতে কোৱা হ. যে ২৮ খন ৰা...
মোদীৰ চৰকাৰে যিমানেই হিতাধিকাৰী সৃষ্টি কৰাৰ দাবী নকৰক কিয়, দেশত মুঠেও হ্ৰাস, পোৱা নাই দৰিদ্ৰ লোকৰ সংখ্যা। এই কথা পুনৰবাৰ প্ৰমাণ হৈছে বিশ্ব বেংকৰ এক প্ৰতিবেদনৰ পৰা। বিশ্ব বেংকে শেহতীয়াকৈ প্ৰকাশ প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ চনত মুঠ ৫.৬ কোটি ভাৰতীয়ই দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ কৱলত পৰিছে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি নামৰ...
নিশা প্ৰায় তিনি বাজোঁ বাজোঁ, চাৰি নম্বৰ হোষ্টেলৰ ভিতৰচ’ৰা অস্বাভাবিক ভাবে নিমাওমাও। বতাহে বজোৱা সুঁহুৰিৰ বাদে অন্য শব্দ শুনিবলৈ নাই। শীতৰ প্ৰকোপত হোষ্টেলৰ আশে-পাশে থকা হাবিৰ ফৰিঙকেইটাও আজি নিশ্চুপ। জালুকবাৰীৰৰ ফালে শীতৰ মাত্ৰা গুৱাহাটীৰ অন্য অঞ্চলতকৈ এনেও অলপ বেছি। তাতে আজিৰ দৰে মৃদু বতাহ বলি থাকিলেতো ক’বই নালাগে। দুই-...
খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে ল’বৰ বাবে দীৰ্ঘদিন ধৰি মাত মাতি অহা প্ৰব্ৰজন বিৰোধী মঞ্চৰ সভাপতি উপমন্যু হাজৰিকাই এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এন আৰ চি প্ৰকাশত সুখী নোহোৱা বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ‘৮...
বি টি চিৰ প্ৰানকেন্দ্ৰ কোকৰাঝাৰ চহৰত নৱনিৰ্মিত বি টি চিৰ চেন্ট্ৰেল চিলেক্সন বোৰ্ড চমুকৈ চি এছ বিৰ কাৰ্যালয় আজি উদ্ধোধন কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ৩ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত তিনি মহলীয়া নৱনিৰ্মিত কাৰ্যালয়টো উদ্ধোধন কৰাৰ পিচতেই বি টি চি সচিবালয় প্ৰাংগণত তথা বডোফানগৰত কৃষি বিভাগে আয়োজন কৰা আন এক ...
ডিজিটেল ডেস্কঃ পাকিস্তানক পৰাভূত কৰি এছিয়ান গেমছৰ পুৰুষৰ হকীত ব্ৰঞ্জ জয় কৰিবলৈ সমৰ্থ হৈছে ভাৰত। ছেমি ফাইনেল ট্ৰেজেডীৰ পিছত তৃতীয় স্থান নিৰ্ণয়ৰ বাবে অনুষ্ঠিত আজিৰ মেচখনত ভাৰতীয় দলটোৱে চিৰবৈৰী পাকিস্তানক ২-১ গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ আকাশদ্বীপ সিং আৰু হৰমনপ্ৰীত সিঙে গ'ল দুটা স্ক'ৰ কৰে। পাকিস্তানৰ হৈ গ'ল স্কৰ কৰে মহম্মদ আ...
মোৰ আজৰি সময়ৰ এয়া "হাতৰ কাম"...... If you would not be forgotten/ As soon as you are dead and rotten/ Either write things worth reading/ Or do things worth writing - Benjamin Franklin Saturday, July 29, 2017 অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা ক'ৰ্ডিনেট্ (Coordinate) কি? অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা ক'ৰ্ডিনেট্ (Coordinate) কি?...
‘‘খিলঞ্জীয়াক উচ্ছেদ কৰিব পাৰে চৰকাৰে ৷ কিন্তু বাংলাদেশীয়ে বেদখল কৰা ভূমিহে উচ্ছেদ কৰিব নোৱাৰে বিজেপি ৰাজ্য চৰকাৰখনে ৷’’ ডিব্ৰুগড়ত খিলঞ্জীয়াক উচ্ছেদ কৰাৰ বিৰোধিতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰে বিশাল প্ৰতিবাদ (KMSS protest against BJP govt in Dibrugarh) ৷ ডিব্ৰুগড়, 21 নৱেম্বৰ : ‘‘আমাক উচ্ছেদ নকৰিব; আমাৰ মাটি ...
এখন বৰফেৰে নিৰ্মাণ কৰা ৰেষ্টুৰেণ্ট, যি খন ৰেষ্টুৰেণ্ট এতিয়া হৈ পৰিছে কাশ্মীৰৰ গুলমাৰ্গ ভ্ৰমণ কৰা পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। স্কি ৰিজৰ্ট গুলমাৰ্গত বৰফেৰে নিৰ্মাণ কৰা ইগলুৰ ভিতৰত স্থাপিত এখন ব্যতিক্ৰমী ৰেষ্টুৰেণ্ট। ইগলু হৈছে বৰফেৰে নিৰ্মিত এটা ঘৰ। মূলতঃ তুষাৰপাত হোৱা অঞ্চলত তৈয়াৰ কৰা হয়। কানাডাৰ আৰ্কটিক আৰ...
ৰিয়েল মাদ্ৰিদ ক্লাব ডি ফুটবল, সাধাৰণতে ৰিয়েল মাদ্ৰিদ বুলি কোৱা হয়, মাদ্ৰিদত অৱস্থিত এটা স্পেনিছ পেছাদাৰী ফুটবল ক্লাব। ক্লাবটোৱে স্পেনিছ ফুটবলৰ শীৰ্ষ স্তৰৰ লা লিগাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ১৯০২ চনত মাদ্ৰিদ ফুটবল ক্লাব হিচাপে প্ৰতিষ্ঠা হোৱা এই ক্লাবটোৱে পৰম্পৰাগতভাৱে আৰম্ভণিৰে পৰাই বগা ৰঙৰ হোম কিট পিন্ধি আহিছে। সন...
উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭সংখ্যক দেৰগাওঁ অধিৱেশনখন আজিৰ পৰা দেৰগাৱঁৰ আহোম পথাৰত আৰম্ভ হৈছে। অহা ১০ ফেব্ৰুৱাৰি পৰ্য্যন্ত এই অধিৱেশন চলি থাকিব। লাখ লাখ অনুগামী থকা তথা মহাপুৰুষজনাৰ এক শৰণ নাম-ধৰ্মৰ আদৰ্শেৰে পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্...
নগাঁও জিলাৰ চামগুৰি সমষ্টি অন্তৰ্ভুক্ত আমনিস্থিত নিমন্ত্ৰণী হোটেলত আজি বিয়লি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখা সমিতিয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত এখন সংবাদমেল আয়োজন কৰে। উক্ত সংবাদমেলত অসম চৰকাৰৰ লগতে বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰি ছাত্ৰ সংগঠনটোৱে কয় যে চাহ জনগোষ্ঠী তথা কলিয়াবৰবাসী ৰাইজৰ সমস্যাক ...
২০১২ চনত সংঘটিত স্কুল চকীদাৰ তপন ডেকাৰ হত্যাত দোষী সাব্যস্ত কৰি পাপু শইকীয়া নামৰ এজনক মঙলবাৰে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে তেজপুৰৰ ফাস্ত ত্ৰেক আদালতে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰমেন বৰুৱাই এই ৰায় প্ৰদান কৰিছে, জনায় চৰকাৰী অধিবক্তা অনুজ বৰাই। দীৰ্ঘ ৭ বছৰৰ বিচাৰৰ অন্তত আদালতে শইকীয়াক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০হাজাৰ টকাৰ জৰিম...
আগন্তুক লাচিত দিৱসৰ দিনটো চৰকাৰী বন্ধৰ দিন যদিও অসম লোকসেৱা আয়োগে এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলোৱা কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাই আহোম যুৱ পৰিষদে। সংগঠনটোৰ নেতৃত্বই এখন সংবাদমেলত চৰকাৰৰ এনে দুৰ্বোধ্য স্থিতিত অসন্তুষ্টি প্ৰকাশ কৰিছে। “এফালে তেওঁলোকে লাচিতৰ জয়গান গায় আৰু আনফালে লাচিত দিৱসৰ দিনাই স্...
অৰুণাচল প্ৰদেশৰ এখন গুৰুত্বপূৰ্ণ নদী তথা ব্ৰহ্মপুত্ৰৰ উজনিৰ এটা প্ৰধান সুঁতি চিয়াং নদীৰ পানীত যোৱা কেইদিন মানৰ ভিতৰত দেখা দিয়া আকস্মিক পৰিৱৰ্তনে ইতিপূৰ্বে বেচ চৰ্চা লাভ কৰিছে। বিষয়টো কেৱল অসম-অৰুণাচলৰ মাজতে সীমাবদ্ধ থকা নাই। ভাৰতৰ সংবাদ মাধ্যমেও ইয়াক এক গুৰুত্বপূৰ্ণ খবৰ হিচাপে গ্ৰহণ কৰিছে। আনকি আন্তঃৰাষ্ট্ৰীয়ভাৱেও বিষয়...
“এডপ্ট এ হেৰিটেইজৰ নামত যদি ব্যক্তিগত খণ্ডক এই সমূহ সম্পদৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়ে তথা মুনাফা লুটিবৰ বাবে দিয়ে তেন্তে তাই আহোম যুৱ পৰিষদে হাতত হেংদাং তুলি ল’বলৈ বাধ্য হ’ব।” -চৰকাৰে ব্যক্তিগত খণ্ডক অসমৰ ঐতিহ্যক্ষেত্ৰ চোৱাচিতা কৰাৰ নামত গতাই দিয়াত ক্ষোভ প্ৰকাশ কৰি তাই আহোম যুৱ পৰিষদৰ সভাপতি চাও দিলীপ গগৈয়ে আজি এইদৰে ক...
গণিতৰ ইতিহাস অনুধাৱন কৰিলে দেখা যায় যে বহু তীক্ষ্ণধী গণিতজ্ঞৰ জীৱন-কাল স্বল্প। নিলছ হেনৰিক আবেলৰ কথাই চোৱা যাওক। তেওঁ আয়ুস পাইছিল মাত্ৰ সাতাইছ বছৰ(১৮০২-১৮২৯ খ্ৰীষ্টাব্দ)। এই ক্ষন্তেকীয়া জীৱন-কালৰ ভিতৰতে তেওঁ গণিতৰ এনে বৈপ্লৱিক কাম কৰিছিল, যাৰ বাবে তেওঁক আজিও গণিতৰ ছাত্ৰই শ্ৰদ্ধাৰে স্মৰণ কৰে। মূলজৰ (radicals) সহায়ত সাধা...
উত্তৰ-পূৰ্বাঞ্চলত অতি কমেও ১৫টা গুৰুত্বপূৰ্ণ ৰে’লপথ প্ৰকল্পৰ কাম হাতত লৈছে কেন্দ্ৰ চৰকাৰে। ৫৫,২০৬ কোটি টকা ব্যয়সাপেক্ষ, সৰ্বমুঠ ১,৩৯৫ কি:মি: দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণ প্ৰকল্পকেইটাত চলিত বৰ্ষৰ মাৰ্চলৈকে ইতিমধ্যে ১৮,৪৭৭ কোটি টকা ব্যয় কৰা হৈছে বুলি আছাম ট্ৰিবিউন কাকতৰ এটা প্ৰতিৱেদনত প্ৰকাশ। ৰাজ্যসভাত এটা প্ৰশ্নৰ উত্তৰত ৰে’ল...
আজিৰ খবৰ, গোৱালপাৰা, ১৯ ডিচেম্বৰ : গোৱালপাৰা জিলাৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান দুধনৈ মহাবিদ্যালয়ত নৃতত্ব আৰু অসমীয়া বিভাগৰ উদ্যোগত “সংস্কৃতিৰ পৰিসৰ আৰু বিশ্বজনীনতা” বিষয়ক লৈ এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত সভাপতিত্ব কৰে দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ললিত চন্দ্ৰ ৰাভাই। অসমী...
যোৱা কেইদিনমানৰ ভিতৰতে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত এন ডি এফ বি (সং) সক্ৰিতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে সেনা-আৰক্ষীৰ অভিযানো তীব্ৰতৰ হোৱা দেখা গৈছে। অঞ্চলটোত বিগত এপষেকৰ ভিতৰত এন ডি এফ বিৰ একাধিক সদস্যৰ মৃত্যু হৈছে সেনা-আৰক্ষীৰ অভিযানৰ সময়ত। তথাপি সংগঠনটোৰ কেডাৰৰ উপস্থিতি তথা ধন দাবীৰ দৰে ঘটনা হ্ৰাস পোৱা নাই। ফলত ৰাই...
সন্ত্ৰাসবাদী দমনৰ উদ্দেশ্যে নাগালেণ্ডত আছাম ৰাইফলছে চলোৱা এক অভিযানত এনডিএফবি (সং)ৰ ৩ দুৰ্ধৰ্ষ কেডাৰ ধৰা পৰাৰ বাতৰি পোৱা গৈছে। আছাম ৰাইফলছে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতি অনুসৰি ধৃত এনডিএফবি(সং) কেডাৰ তিনিজনে প্ৰাথমিকভাৱে নামনি অসমত সক্ৰিয় হৈ আছিল। চোৰাংচোৱাৰ পৰা লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আছাম ৰাইফলছে শুকুৰবাৰে নাগাল...
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব। অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰ...
এক চাঞ্চল্যকৰ গুলীচালনা কাণ্ডই আজি সন্ধিয়া জোকাৰি গৈছে ডিব্ৰুগড় জিলা। জিলাখনৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে এগৰাকী লোক। আহত ব্যক্তিগৰাকীক সিদ্ধাৰ্থ ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। ডিব্ৰুগড়ৰ আদালতত কৰ্মৰত ব্যক্তিগৰাকীক স্থানীয় দোকান এখনৰ কাষত ৰৈ থকাৰ সময়তে বাইকত অহা দুই আততায়ীয়ে গুলীচালনা ক...
দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ অহা ভূমি কেলেংকাৰিৰ দৰেই অনুৰুপ প্ৰায় আন এটা কেলেংকাৰি সংঘটিত হৈছিল অযোধ্যাত৷ ২০১৯ চনৰ ৯ নবেম্বৰত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ পক্ষে ৰায়দান কৰিছিল উচ্চতম ন্যায়ালয়ে৷ এই ৰায়দানৰ পিছতেই অযোধ্যাত… মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত কংগ্ৰেছৰ আন্দোলন ঘোষণা The ...
দীপাৱলী ঘৰ চাফা কৰোতে ভুলতো নেপেলাব এই ৫ টা বস্তু, ঘৰৰ পৰা ওলাই যাব পাৰে মা লক্ষ্মী ! - JibonorShongram.in Skip to content Menu Facts শুভেচ্ছা বাণী সমূহ মহৎ লোকৰ বাণী Education Tips হিন্দু ধর্ম ইছলাম ধর্ম জানিবলগীয়া কথা Digital Marketing Make Money Online Carrere Lifestyle স্বাস্থ্য দীপাৱলী ঘৰ চাফা কৰোতে ভুলতো নেপেলাব ...
আমি সকলোৱে অৱগত যে ক'ভিড সৃষ্ট পৰিস্থিতিৰ প্ৰভাৱ শিক্ষাখণ্ডত বাৰুকৈ পৰিছে । দীৰ্ঘ দিনীয়াকৈ বিদ্যালয়সমূহ বন্ধ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ ঘাটি হোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে । তাৰোপৰি, বিদ্যালয়ৰ যোগেদি লাভ কৰা অইন -অইন বুৎপত্তি সমূহ আয়ত্বতো ছাত্ৰ-ছাত্ৰী সকল বাধাপ্ৰাপ্ত হৈছে। শিক্ষাৰ্থীসকলৰ শিকাৰ ধাৰাবাহিতা অ...
কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাত বিধানসভা সমষ্টিৰ গাঁও পঞ্চায়ত এলেকাত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই আজি নিৰ্বাচনী প্ৰচাৰ চলায়। মণিমাধৱৰ লগত উপস্থিত থাকে কেবিনেট মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰা, ভাৰতীয় জনতা পাৰ্টী আৰু সন্মিলিত গণ শক্তিৰ কৰ্মকৰ্তা। আজি পুৱা পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত কহঁৰাত প্ৰথমখন...
যোৱা ৯ আগষ্টৰ পৰা লখিমপুৰৰ ত্যাগক্ষেত্ৰত বেতন বঞ্চিত কৰ্মৰত শিক্ষক সন্থাই গ্ৰহণ কৰা আমৰণ অনশন কাৰ্যসূচীয়ে আজি ৯০ ঘণ্টা অতিক্ৰম কৰিলে। অনশন কাৰ্যসূচীৰ পঞ্চম দিনা অনশনস্থলীত ৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী অসুস্থ হৈ পৰাৰ পাছত আজি পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে অনশনস্থলীত। আজি ৭ গৰাকী প্ৰতিবাদকাৰীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্...
স্বচ্ছ ভাৰত অভিযান(গ্ৰামীণ)ৰ অধীনত ৰাজ্যৰ স্বচ্ছ জিলা বাচনিৰ বাবে কৰা ‘স্বচ্ছ সৰ্বেক্ষণ ২০১৮’ত শ্ৰেষ্ঠতম জিলাৰ স্বীকৃতি যৌথভাৱে লাভ কৰিছে মাজুলী আৰু কামৰূপ জিলাই। যোৱা ১ আগষ্টৰ পৰা ৩১ আগষ্টলৈ ৰাজ্যৰ সকলো জিলাক সামৰি চলোৱা পৰিচ্ছন্নতা বিষয়ক এই সমীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰিছে স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ অসমে)। প্ৰত্যে...
ভাৰতবর্ষৰ অন্যান্য স্থানৰ লগতে শনিবাৰে কালি বিশ্বনাথ চাৰিআলিটো ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ শুভ উদ্বোধন কৰা হয়। এই বেংকৰ শুভ উদ্বোধন কৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। এই উপলক্ষে বিশ্বনাথ চাৰিআলি ডাকঘৰ প্ৰাংগণত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশ্বনাথ চাৰিআলি ডাকসমূহৰ পৰিদৰ্শক যোগল বৰাই আঁত ধৰা অনুষ্ঠানত ব...
বিয়া হৈছে দুখন অন্তৰৰ এক এনেকুৱা পবিত্ৰ বান্ধোন যি পৃথিৱীৰ সকলো সম্পৰ্কতকৈ বহুত সুকীয়া। স্বামি-স্ত্ৰীৰ সম্পৰ্কক পৃথিৱীৰ আটাইতকৈ বিশেষ সম্পৰ্ক ৰূপে মনা হয়। আমি সকলোৱে জানো যে প্ৰায় ভাগেই বিয়াৰ পূৰ্বে দুয়ো অচিনাকি হৈ থাকে। কিন্তু বিয়াৰ পিছত দুয়োয়ে ইজনে আনজনক স্বীকাৰ কৰে আৰু নিজৰ নতুন জীৱনটো হাঁহি ফুৰ্তিৰে ব্যতিত...
২৫ ঘণ্টা খালী ভৰিৰে দৌৰি পুনৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ’ল গহপুৰৰ সন্তান মনজিৎ দিহিঙীয়াই। গহপুৰৰ কটকী চুকৰ যুৱক তথা অসম আৰক্ষীত কৰ্মৰত জোৱান মনজিৎ দিহিঙীয়া একেৰাহে ২৫ ঘণ্টা ১০ মিনিটত ২০৫ কিমি দৌৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। উল্লেখনীয় যে মঙলবাৰে ৰাতিপুৱা ৯.৫৪ বজাত গহপুৰ নগৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ পৰা ...
আজিৰ খবৰ,গুৱাহাটী, ২১ নৱেম্বৰ, ২০২২: ভাৰতৰ আগশাৰীৰ দূৰসংযোগ সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেলে (“এয়াৰটেল”) আজি গুৱাহাটীত – উওৰ পূব ভাৰতৰ দূৱাৰদলি – অত্যাধুনিক ৫জি সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে । কোম্পানীয়ে নিজৰ নেটৱৰ্ক নিৰ্মাণ আৰু ৰোল আউট সম্পূৰ্ণ কৰাৰ লগে লগে গ্ৰাহকৰ বাবে পৰ্যায়ক্ৰমে উপলব্ধ হ’ব এয়াৰটেল ৫জি প্লাছচাৰ্ভ...
গোলাঘাটৰ বানাক্ৰান্ত অঞ্চললৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ১০০ কোটি টকা ধাৰ্য কৰিছে যদিও বৰ্তমানলৈকে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ৰাজহুৱা নকৰাত সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি ক্ষোভিত হৈ পৰিছে। উল্লেখযোগ্য যে সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাৰ সভাপতি অজিত বৰাই নৰ্থ ইষ্ট নাওৰ আগত কয় যে চৰকাৰে ১০০ কোটি টকা ধাৰ্য কৰা সত্ত...
১৩ কোটি ফিলিস্তিন অধিবাসীৰ ভিতৰত কেৱল ২০% হে খ্ৰীষ্টিয়ান লোক। ই‌য়াৰ ভিতৰত প্ৰায় ৭০% মানুহ ইজৰাইল আৰু ফিলিস্তিনৰ বাহিৰত বসবাস কৰে। প্ৰথম কথাটো হ’ল যে কিছুমান লোকৰ মাজত এনে এটা প্ৰভাৱ পৰিছে যে মুছলমানৰ তেজ ফিলিস্তিনত পতন হ’বলৈ ধৰিছে যাতে ই সন্তুষ্ট – শান্ত অনুভৱ কৰিব পাৰে। ফিলিস্তিনৰ সমস্যা অকল মুছলমানৰ সমস্যা নহয়। ক...
প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি পৰে। কলিয়াবৰ সমষ্টিত আজিৰ দিনটোত কংগ্ৰেছ আৰু অসম গণ পৰিষদে নিজৰ নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। কলিয়াবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বলীউডৰ অভিনেত্ৰী নাগমা মোৰাৰজীৰ সহায়ত ৰ’ড শ্ব অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মাজত চমক দিয়াৰ চেষ্টা কৰাৰ বিপৰীতে অ...
যুদ্ধৰ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বৰ কৰ'না বিধ্বস্ত অৰ্থনীতিত।কিন্তু সকলোৱে হেৰুওৱা এই যুদ্ধত লাভৰ অংক গণিছে কোনে? https://youtu.be/_vsNKX3O7LM ইউক্ৰেইনত নিহত ভাৰতীয় ছাত্ৰ নবীনৰ মৃতদেহ অনা হ’ল নিজ বাসগৃহলৈ The CrossCurrent Mar 21, 2022 চলিত মাহৰ আৰম্ভণিতে অৰ্থাৎ ১ মাৰ্চত ইউক্ৰেইনৰ খাৰ্কিভ চহৰত মৃত্যু হৈছিল খাৰ্কিভ নেচনেল ম...
বিশ্বনাথ : বিশ্বনাথত ভয়ংকৰ পথ দুর্ঘটনা। এখন তীব্ৰ বেগী বাহনে মহতিয়াই নিয়ে কেইবাজনো লোকক। শিশুসহ গুৰুত্বৰভাৱে আহত সাতজনকৈ লোক। আহত সকলক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। দুর্ঘটনা সংঘটিত কৰা বাহনখন অৰুণাচল প্ৰদেশৰ পঞ্জীয়ন। দেওবাৰে বিশ্বনাথ নগৰৰ আমবাৰিত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। অৰুণাচল প্ৰদেশৰ পঞ্জীয়া থক...
বহুজন সমাজ পাৰ্টিৰ (বিএছপি) সভানেত্ৰী মায়াৱতীয়ে বুধবাৰে অন্ধকাৰ কিমান অস্বস্তিকৰ হ’ব পাৰে তাৰ উমান পালে। আমোদজনক কথাটো হ’ল বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে মায়াৱতীৰ গ্ৰেটাৰ নয়দাৰ বদলপুৰৰ বাসগৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হয়। নেত্ৰীগৰাকীয়ে বিদ্যুতৰ ৬৭,০০০ টকাৰ বিল আদায় দিয়া নাছিল। শক্তি বিভাগৰ মুখপাত্ৰই কয় যে এই বিদ্যুৎ কৰ্...
শিৱসাগৰত বিশ্বকৰ্মা পূজাৰ কাৰ্য্যসূচীত বহিঃৰাজ্যৰ নৰ্তকীৰ অশ্লীল, উদ্দাম নৃত্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত নৃত্যৰ তালত মুগ্ধ হৈ ভক্তগণে নৰ্তকীৰ শৰীৰলৈ দলিয়ালে মুঠিয়ে মুঠিয়ে টকা by পাৰ্শ্বজ্যোতি গগৈ September 19, 2018 7:53 am শিৱসাগৰৰ নগৰত বিশ্বকৰ্মা পূজাৰ ৰাতিৰ কাৰ্য্যসূচীত নৰ্তকীৰ অশ্লীল নৃত্য। ফটো : পাৰ্শ্বজ্যোতি গগৈ। 75...
সমকামী বিবাহক নায্যতা নিদিয়া ভাৰতৰ এখন ভিতৰুৱা গাঁৱৰ এগৰাকী যুৱতীয়ে তেওঁৰ সমকামী সতিৰ্থক জীৱনসংগিনী কৰাৰ উদ্দেশ্যে নিজৰ লিংগ পৰিৱৰ্তন কৰে। উল্লেখযোগ্য যে ওড়িশ্যাৰ মলকানগিৰি জিলাৰ এখন ভিতৰুৱা গাঁৱৰ দুগৰাকী যুৱতীৰ মাজত যোৱা তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল আৰু পিছত দুয়ো বিয়া পতাৰ কথা ভাৱে। কিন্তু তেওঁলোকৰ গাঁৱৰ সমাজখনে ই...
দক্ষিণ কামৰূপৰ ঢুলীয়া ভাওনা এক প্ৰচলিত জাতীয় কৃষ্টি। গ্ৰাম্যঞ্চলত প্ৰচলিত এই জাতীয় কৃষ্টিটো সম্প্ৰতি আধুনিকতাই নি:শেষ কৰিবলৈ ওলাইছে। তাৰ মাজতে হেৰাই যাবলৈ ওলোৱা জাতীয় কৃষ্টিটোক জীয়াই ৰখাৰ স্বাৰ্থত দক্ষিণ কামৰূপৰ দুই এজন শিল্পীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেনে এজন ঢুলীয়া ভাওনাৰ শিল্পী হ’ল পৰমা কলিতা। নিজৰ কৃষ্টিটো জীয়াই...
এ ইউ এছ ইউৰ সভাপতি মিলন দাসে ঘটনাৰ বলি ছাত্ৰীগৰাকীৰ সৈতে শিলচৰত সংবাদমেল সম্বোধন কৰিছে। ফটো : নৰ্থইষ্ট নাও 369 VIEWS Share on FacebookShare on Twitter শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত এতিয়া অস্থিৰতাই বিৰাজ কৰিছে। কেইদিনমান আগতে অসম বিশ্ববিদ্যালয় ছাত্র সন্থা (এ ইউ এছ ইউ) ই এলানি দাবী উত্থাপন কৰাৰ পিছতেই এইবাৰ যৌন কেলেংকাৰি...
ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰলৈ সহযোগিতা আগবঢ়াই ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে অসম আৰোগ্য নিধিলৈ ১ লাখ টকাৰ বৰঙণি আগবঢ়ায়। এই উদ্দেশ্যে আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত বিপিএফৰ সাংসদজনে ১ লাখ টকাৰ এখন চেক অৰ্পন কৰে। ক’ৰ’না’ৰ বিৰুদ্ধে চলাই থকা যুঁজখনত চৰকাৰৰ প্ৰতি সঁহাৰি জনাই সাংসদ গৰাকীয়ে আগব...
ইছলামত সকলো কামৰ এক শৃংখল বদ্ধতা আমাৰ গ্ৰন্থসমূহত পোৱা যায়। আমাৰ অন্তিম নবী মোহাম্মাদ (ছাঃ) মে যি কৈছে সেইটো কৰা ডাঙৰ পুণ্যৰ কাম। সেইদৰে আমাক খোৱা-বোৱাত কিছুমান আদব আৰু নিয়ম কানুন দেখুৱাইছে । আমি এইবিলাক নীতি-নিয়ম অন্তৰৰে পালন কৰাৰ চেষ্টা কৰিম। সৰ্বপ্ৰথমে আমি খোৱাৰ আগত হাতদুখন ধুই পৰিস্কাৰ কৰি সোঁহাতেৰে বহিহে খাদ্য গ্ৰ...
অহা ২১ অক্টোবৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলৰ বাবে সাজু হৈ উঠিছে অসম ক্ৰিকেট সন্থা তথা বৰ্ষাপাৰা ষ্টেডিয়াম। মঙলবাৰে এই কথা সদৰী কৰে অসম ক্ৰিকেট সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নিলয় দত্ত, সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই আৰু উপ-সভাপতি দেৱজিৎ শইকীয়াই। বৰ্ষাপাৰা ক্ৰিকেট ষ...
নিজৰ জীৱনজোৰা কষ্টৰ বিনিময়ত আৰ্জিত বৃহৎ অংকৰ ধন জাতীয় স্বাৰ্থৰ হকে হেলাৰঙে খৰচ কৰি জাতীয় দলিলস্বৰূপ এন আৰ চিৰ বাট মোকলোৱা প্ৰদীপ ভূঞা আৰু বন্তি ভূঞালৈ ২০১৮ বৰ্ষৰ ‘লাচিত বঁটা’ আগ বঢ়োৱা হৈছে। এই কথা তাই আহোম যুৱ পৰিষদৰ এখন বিজ্ঞপ্তিত প্ৰকাশ। উল্লেখযোগ্য যে ২০১২ চনৰ পৰাই তাই আহোম যুৱ পৰিষদে বীৰ লাচিত বঁটা প্ৰদান কৰি আহিছে...
বৃহস্পতিবাৰে হাফলঙৰ অগপ কাৰ্যালয়ত অগপ ট্ৰাইবেল পৰিষদৰ সভাপতি ফিৰ'জ লাংথাচাই এক সংবাদমেলত বক্তৱ্য ৰাখিছে। ফটো : পংকজ কুমাৰ দেব 81 VIEWS Share on FacebookShare on Twitter ডিমা হাচাও জিলাত আকৌ আৰম্ভ হৈছে সন্দেহযুক্ত উগ্ৰপন্থীৰ দপদপনি। পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ হাজাদিচা পৰিষদীয় সমষ্টিত নিশাৰ আন্ধাৰত হাতত এ কে ৪৭ হাতত ...
যি সময়ত একাংশ নৱ প্ৰজন্মই থলুৱা খাদ্য সম্ভাৰৰ প্ৰতি অনিহা প্ৰদৰ্শন কৰি বাহিৰৰ খাদ্য সম্ভাৰক আঁকোৱালি লৈছে। সেই সময়তে এগৰাকী অসমীয়া যুৱতীয়ে বিদেশত Project Ou tenga (ঔটেঙা) নামৰ এখন কেফেৰ জৰিয়তে থলুৱা খাদ্য বস্তুক এক নতুন মাত্ৰা প্ৰদান কৰি গ্ৰাহকলৈ আগবঢ়াইছে। বানে গৰকা ধেমাজীৰ জীয়ৰী কাব্যশ্ৰী বৰগোহাঁয়ে গুজৰাটৰ আহমেদাবাদত ...
কালিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে বৰপেটাৰ ছায়াৰাম শিক্ষানুষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হৈছে কলাগুৰু সংগীত মহোৎসৱ। জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আয়োজন কৰা মহোৎসৱখনিৰ উদ্দেশ্য হ’ল বিষ্ঞুপ্ৰসাদ ৰাভা দেৱৰ আদৰ্শ জনমানসত প্ৰবাহিত কৰা আৰু অসমৰ থলুৱা কৃষ্টি সংস্কৃতি বিকাশ কৰা। মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰথম দিনা বৃক্ষৰোপন, Save Rhi...
ডিজিটেল ডেস্ক : অসম-অৰুণাচলৰ সীমা বিবাদক লৈ সোমাবাৰে গুৱাহাটীৰ অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অৰুণাচলৰ মন্ত্ৰী মামা নাটুং। এই সীমা বিবাদক লৈ ইয়াৰ পূৰ্বেও কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগ...
শনিবাৰে এই সন্দৰ্ভত ডিব্ৰুগড়স্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত সংঘৰ সভাপতি পৱনসিং ঘটোৱাৰে অসমৰ মাটিতে চাহ বাগিচা স্থাপন কৰি ব্যৱসায় চলাই থকা অসমৰ প্ৰথমটো চাহ কোম্পানী অসম চাহ কোম্পানীয়ে অসমৰ মাটি বন্ধকত থৈ বেংকৰ পৰা কোটি কৌটি টকা ঋণ লৈ অন্য স্থানত বিনিয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰে। সংবাদ মেলখনত ঘাটোৱাৰ...
বিশ্বনাথ জিলাত অবৈধ মদৰ ঘাটিবোৰ অহা তিনিদিনৰ ভিতৰত উৎখাত কৰাৰ বাবে বিশ্বনাথ জিলা আৰু আৰক্ষী প্ৰশাসনক কঠোৰ নিৰ্দেশ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ। by Sharfaraz Khan July 9, 2021 July 9, 2021 Share this: বিশ্বনাথ : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলা প্ৰশাসনৰ ‘অভিভাৱক মন্ত্ৰী...
উল্লেখযোগ্য যে এক মহাজাগতিক পৰিঘটনাই নগাঁও জিলাৰ বঢ়মপুৰ অঞ্চলত এক জোৱাৰৰ সৃষ্টি কৰে। ডাৱৰীয়া বতৰৰ মাজতে হঠাত আকাশৰ পৰা এডাল ৰেখাৰ দৰে পৃথিৱীলৈ নামি আহিল ডাৱৰ। ক্ৰমান্বয়ে তললৈ নামিল ডাৱৰ আৰু এই ডাৱৰ বঢ়মপুৰৰ ঘোগৰ জলাহৰ পানীত উঠি গ’ল ওপৰলৈ। এনেদৰে আকাশৰ পৰা নামি অহা ডাৱৰ আৰু জলাহৰ পৰা উঠি যোৱা পানী সংযোগ হৈ এডাল ৰেখাৰ সৃষ...
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে অসমীয়া জাতিৰ বাবে অশনি সংকেট কঢ়িয়াই মোগলজোঁট গঠন কৰা বুলি মন্তব্য কৰিছে বিজেপি নেতা তথা অসম সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱালে। মঙলবাৰে গুৱাহাটীত সাংবাদিকৰে মত বিনিময় কৰি আৱালে কয় যে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে কংগ্ৰেছ দলে যি মহাজোঁট গঠন কৰাৰ কথা কৈছে সেয়া প্ৰকৃত...
৮ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হোৱা ২০১৯ বৰ্ষৰ সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্বৰ খেলত আজি প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ’ব অসম। অসমৰ প্ৰথম প্ৰতিদ্বন্দ্বী ঘৰুৱা দল পাঞ্জাৱ। পাঞ্জাৱৰ গুৰুনানক ষ্টেডিয়ামৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব লগীয়া এই প্ৰতিযোগিতাখনত অসমে স্থান লাভ কৰিছে ‘...
কেন্দ্ৰত হিন্দুত্ববাদী বিজেপি দলে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা দেশৰ সংবিধানক ধোঁৱাচাঙত তুলি, ধৰ্মনিৰপেক্ষতাক নিতৌ উপহাস কৰি মুছলমান সকলৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্যৰে আক্ৰমণ কৰা একপ্ৰকাৰ ফেশ্যনত পৰিণত হৈছে। কেৱল হিন্দুত্ববাদী দল-সংগঠনৰ নেতা-কৰ্মীয়েই নহয়, শাসনাধিষ্ঠ বিজেপি দলৰ নেতা-মন্ত্ৰী-বিধায়কেই এনেদৰে সাম্প্ৰদায়িক ভাষ...