Context stringclasses 357
values | Question stringlengths 14 184 | Answer stringlengths 2 147 | Starting Point int64 0 11.1k | Verified stringclasses 1
value |
|---|---|---|---|---|
প্ৰাচীনভাৰতৰ ১৬খন জনপদৰ ভিতৰত অন্যতম অস্মক জনপদৰ (Assakajanapada) ৰাজধানী আছিল কৰিমনগৰৰ কোটিলিংগালা। এই অঞ্চলত প্ৰাক-সাতবাহন ৰজাসকলে প্ৰচলন কৰা মুদ্ৰা পোৱা গৈছে। সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা চিমুখ আৰু তেওঁৰ পৰৱৰ্তী ৰজাসকলে প্ৰৱৰ্তন কৰা তাম্ৰমুদ্ৰাও ইয়াত পোৱা গৈছে। খ্ৰীষ্টপুৰ্ব ২৩০ ৰ পৰা ২২০ খ্ৰীষ্টাব্দলৈ সাতবাহন ৰাজবংশ... | সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল? | চিমুখ | 188 | Yes |
শুকুৰবাৰৰ পৰা দেশৰ ৰাজধানী দিল্লীৰ 'দিল্লী হাট'ত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত 'চতুৰ্থ মেঘালয় মাটিকঁঠাল মহোৎসৱ' । মেঘালয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত এই বিশেষ মহোৎসৱখন উদ্বোধন কৰে কেন্দ্ৰীয় উত্তৰ-পূব উন্নয়ন আৰু যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।উদ্বোধনী অনু... | মহোৎসৱটো ক'ত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে? | দিল্লী হাট'ত | 38 | Yes |
বহু বছৰ ধৰি চলা আলোচনাৰ অন্তত, ২০২৩ চনৰ ডিচেম্বৰ মাহত আলফাৰ চৰকাৰপন্থী গোটে কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে এক ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ফলত দশকজোৰা উগ্ৰপন্থী সমস্যাৰ এক বৃহৎ সমাধান সূচিত হয়। | আলফাৰ চৰকাৰপন্থী গোটে কাৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰে? | কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে | 76 | Yes |
এই প্ৰত্যাহ্বান সম্পূৰ্ণ কৰিবলৈ ইন্দ্ৰই তেওঁৰ যাদুকৰী শক্তি ব্যৱহাৰ কৰি অৱশেষত ব্ৰহ্মাৰ ওচৰত উপস্থিত হয় আৰু অহল্যাৰ পাণি দাবী কৰে। অৱশ্যে, ঐশ্বৰিক ঋষি নাৰদে ব্ৰহ্মাক ব্যক্ত কৰে যে মহৰ্ষি গৌতমে ইন্দ্ৰতকৈয়ো আগত তিনিওখন ভুৱন পৰিভ্ৰমণ কৰিছে। নাৰদে বৰ্ণনা কৰে যে বেদৰ মতে ঋষি গৌতমে ইচ্ছা পূৰণ কৰা গাইগৰু সুৰভিয়ে সন্তান প্ৰ... | ব্ৰহ্মাক কোনে কয় যে মহৰ্ষি গৌতমে ইন্দ্ৰৰ আগত তিনিখন পৃথিৱী ভ্ৰমণ কৰিছে? | ঋষি নাৰদে | 147 | Yes |
এই অঞ্চলৰ আদি-মানৱসকল মূলতঃ গাৰো পাহাৰৰ ৰংগ্ৰাম উপত্যকাত মধ্য প্লিষ্ট'চিন যুগত (৭৮১,০০০ৰ পৰা ১২৬,০০০ বছৰৰ আগতে) বসবাস কৰিছিল বুলি অনুমান কৰা হয়।[2] উদ্ধাৰ হোৱা প্ৰত্নপ্ৰস্তৰ সমলৰ ভিতৰত আচিউ সংস্কৃতিৰ লগত মিল থকা হাত-কুঠাৰ আৰু তেনে সঁজুলিয়েই প্ৰধান। আন প্ৰত্নপ্ৰস্তৰ স্থানসমূহ হৈছে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ ডফাবাম অঞ... | মধ্য প্লিষ্ট'চিন যুগৰ সময়সীমা কিমান আছিল? | ৭৮১,০০০ৰ পৰা ১২৬,০০০ বছৰৰ আগতে | 79 | Yes |
ৰাজনীতিত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ পৰিবৰ্তে তেওঁ দেশ সেৱাত মনোনিবেশ কৰিলে। সেইসময়ত দুটা কাম হাতত লৈছিল, মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ প্ৰসাৰ কৰা আৰু আনটো হল দিল্লীত এখন আদৰ্শ বিশ্ববিদ্যালয় জামিয়া-মিলিয়া প্ৰতিষ্ঠা কৰাৰ উদ্যোগ। ১৯৩৭ চনত গান্ধীজীয়ে বিদেশী স্কুলত শিক্ষা বিসৰ্জন দি দেশৰ সন্মুখত বুনিয়াদী শিাৰ জাতীয় আ... | হুছেইন কৰ প্ৰতিষ্ঠাপক আছিল? | বুনিয়াদী শিক্ষাৰ বিতং কাৰ্যসূচী প্ৰস্তুত | 478 | Yes |
মধ্যযুগৰ প্ৰথম সময়ছোৱাত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত পৃথুৱে প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ খেন ৰাজবংশৰ উত্থান ঘটে। বঙ্গৰ তুৰ্কসকলৰ আক্ৰমণো আৰম্ভ হয়। ৰাজধানী কমতাপুৰৰ নামেৰে কমতা ৰাজ্যৰ নামটো হৈছিল। বঙ্গৰ শাসকে সঘনাই আক্ৰমণ কৰাৰ পিছত ১৪৯৮ চনত আল্লাউদ্দিন হুছেইন শ্বাহ ৰজাই শেষ খেন ৰজাজনক উৎখাত কৰে। কিন্তু মূলতঃ বাৰ ভূঞাৰ... | আহোমে কিমান চনত শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰে? | ১৬৭১ চনত | 1,090 | Yes |
আমাৰ মোবাইল এপ Android আৰু iOS দুয়োটা প্লেটফৰ্মৰ বাবে উপলব্ধ। এপৰ জৰিয়তে গ্ৰাহকে নতুন অৰ্ডাৰ দিব, পুৰণি অৰ্ডাৰ ট্ৰেক কৰিব, ৰিটাৰ্ণ বা ৰিফাণ্ড অনুৰোধ কৰিব আৰু গ্ৰাহক সহায়ক দলৰ সৈতে যোগাযোগ কৰিব পাৰে। যদি এপ সঠিকভাৱে কাম নকৰে, তেন্তে প্ৰথমে এপটো আপডেট বা পুনৰ ইনষ্টল কৰিবলৈ পৰামৰ্শ দিয়া হয়। সমস্যাটো অব্যাহত থাকিলে সহ... | মোবাইল এপটো কোনবোৰ প্লেটফৰ্মত উপলব্ধ? | Android আৰু iOS দুয়োটা প্লেটফৰ্মৰ বাবে উপলব্ধ। | 15 | Yes |
বৃহস্পতি বাৰৰ পৰা বলি দিয়া কাৰ্য আৰম্ভ কৰা হৈছিল। সেই দিনা অৰ্থাৎ মানুহ বিহুৰ দিনা দুপৰীয়া ‘দেওধনি’ আৰু ‘বাৰিকে’ গাঁৱৰ ডেকা-গাভৰুক থানঘৰৰ বিহুলৈ যাবলৈ নিৰ্দেশ দিছিল। দেউধনিসকলে আবেলি বলি-বিধান শেষ হোৱাৰ অন্তত সাজ-পাৰ পিন্ধি, মণিকুটত ৰখা ৰূপৰ ফুল মুৰত আৰু কাণত কেৰু পিন্ধিছিল। বলি কটা স্থানত বহি গাঁৱৰ কুশল-মংগল অথবা বি... | কোন ঋতুত বৰদৈচিলা মাকৰ ঘৰলৈ আহে বুলি বিশ্বাস কৰা হয়? | বসন্ত ঋতুত | 1,199 | Yes |
এনে কৰাজনক বাহিৰ কৰি দিয়া হ’ব। এই নীতি উলংঘা কৰি যদি ৰক্ষাত্মক দিশৰ খেলুৱৈয়ে ধৰি ৰাখে তেনেহ’লে ৰেইডাৰজনক নিজৰ কৰ্টলৈ ঘূৰাই পঠিওৱা হ’ব আৰু তেওঁক ষ্পৰ্শ কৰা সকলো খেলুৱৈ বাহিৰ হ’ব। যদি দলত মাত্ৰ এজন বা দুজন খেলুৱৈ ৰয়গৈ তেতিয়া অধিনায়কজনে হাৰিছোঁ বুলি ঘোষণা কৰিব পাৰিব। এনে অৱস্থাত যিমানজন খেলুৱৈ থকা থকা অৱস্থাত অধিনায়... | কাবাডী খেলত পুৰুষৰ বাবে কিমান সময় আছিল? | ২৫ মিনিট | 407 | Yes |
মহাবীৰ লাচিত বৰফুকনৰ এই অভূতপূৰ্ব বিজয়ৰ পাছত, তেওঁৰ আদৰ্শ আৰু বীৰত্বই কেনেকৈ পৰৱৰ্তী সময়ৰ অসমক প্ৰভাৱিত কৰিলে আৰু বৰ্তমান সময়ত তেওঁক কেনেকৈ স্মৰণ কৰা হয়, সেইয়া এক অতি গুৰুত্বপূৰ্ণ অধ্যায়। শৰাইঘাটৰ যুদ্ধৰ মাত্ৰ এবছৰৰ পাছতে, অৰ্থাৎ ১৬৭২ চনত এইজনা মহান সেনাপতিৰ স্বৰ্গীয়াৰোহণ হয়। স্বৰ্গদেউ উদয়াদিত্য সিংহই তেওঁৰ নশ্বৰ দেহ ... | লাচিত বৰফুকনৰ স্বৰ্গীয়াৰোহণ কেতিয়া হৈছিল? | ১৬৭২ চনত | 230 | Yes |
এওঁলোক মূলত হকাৰ, টেক্সি ড্ৰাইভাৰ, মেকানিক আৰু অন্যান্য ব্লু কলাৰ কামত নিযুক্ত। চহৰৰ বন্দৰ আৰু জাহাজনিৰ্মাণ শিল্প সুবিখ্যাত। মুম্বাই বন্দৰ ভাৰতৰ অন্যতম প্ৰাচীন আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ বন্দৰ। মাজত মুম্বাইৰ ধাৰাবিত এটা ক্ৰমবৰ্ধমান পুনৰ্নবীকৰণ শিল্প বিদ্যমান। ইয়াত চহৰৰ অন্যান্য অংশৰ পৰা সংগৃহীত বৰ্জ্য পদাৰ্থৰ পুনৰ্নবীক... | ভাৰতৰ সৰ্ববৃহৎ হিন্দী চলচ্চিত্ৰ উদ্যোগ কোনটো? | বলিউড | 510 | Yes |
আন্তৰ্জাতিক ফুটবলক বিদায় জনালে ছাডিঅ’মানেই। বিশ্বকাপত আশা জগাই তুলিও বিফল হ’ল ছেনেগাল।
প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ হাতত ৩-২ গ’লত হাৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ল ‘লায়নছ অৱ তেৰাংগা’। সেই হতাশাতেই ৩৪ বছৰীয়া তাৰকাগৰাকীয়ে ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।
এক বিবৃতিত অৱসৰৰ কথা ঘোষণা কৰে মানেই। আৱেগিক বাৰ... | মাতৃভূমিৰ বাবে মানেই কি কৰা বুলি উল্লেখ কৰে? | প্ৰাণ দি যুঁজ দিয়া | 417 | Yes |
অমৰ্ত্য সেনে তেওঁৰ শৈশৱ আৰু কৈশোৰ শান্তিনিকেতনতে অতি সাধাৰণভাবে অতিবাহিত কৰে। তেওঁ আছিল মাকৰ প্ৰথম সন্তান। শৈশৱতে ন'বেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথৰ আদৰ্শ আৰু সান্নিধ্যই জীৱনত তেওঁক বিশেষ ৰেখাপাত কৰিছিল। অমৰ্ত্য সেন মেধাশক্তি সম্পন্ন আছিল, সেয়ে যিকোনো কথা এবাৰ শুনি বা পঢ়ি আয়ত্ত কৰিব পাৰিছিল। তদুপৰি যিকোনো কথাতে আছিল তেও... | অমৰ্ত্য সেন কোনখন মহাবিদ্যালয়ৰ পৰা মধ্যৱৰ্তী পৰীক্ষাত উত্তীৰ্ণ হৈছিল? | শান্তিনিকেতন | 34 | Yes |
এই অঞ্চলৰ আদি-মানৱসকল মূলতঃ গাৰো পাহাৰৰ ৰংগ্ৰাম উপত্যকাত মধ্য প্লিষ্ট'চিন যুগত (৭৮১,০০০ৰ পৰা ১২৬,০০০ বছৰৰ আগতে) বসবাস কৰিছিল বুলি অনুমান কৰা হয়।[2] উদ্ধাৰ হোৱা প্ৰত্নপ্ৰস্তৰ সমলৰ ভিতৰত আচিউ সংস্কৃতিৰ লগত মিল থকা হাত-কুঠাৰ আৰু তেনে সঁজুলিয়েই প্ৰধান। আন প্ৰত্নপ্ৰস্তৰ স্থানসমূহ হৈছে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ ডফাবাম অঞ... | অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ এটা প্ৰত্নপ্ৰস্তৰ স্থানৰ নাম কি? | ডফাবাম অঞ্চল | 311 | Yes |
অসমক বেঙ্গল প্ৰেচিডেন্সীৰ অন্তৰ্ভুক্ত কৰা হৈছিল। উজনি অসম অধিগ্ৰহণৰ এটা কাৰণ আছিল ১৮৩৭ চনত অসমৰ চাহৰ সফল উৎপাদন আৰু ১৮৩৯ চনত অসম কোম্পানী স্থাপন। ১৮৩৮ চনৰ ৱেষ্ট্লেণ্ড নিয়ম অনুসৰি স্থানীয় লোকৰ বাবে চাহ খেতি কৰাটো দুৰূহ আছিল। ১৮৫৪ চনত এই নিয়ম শিথিল কৰাৰ লগে লগে এই পৰিস্থিতি সলনি হয়। খেতি কৰিবৰ বাবে অনা চীনা লোকসকলে ... | চাহ খেতিৰ বাবে অনা চীনা লোকসকলে কিমান চনত অসম ত্যাগ কৰে? | ১৮৪৩ চনত | 320 | Yes |
ইয়াৰ সমান্তৰালভাৱে, অসমৰ পৰিচয়ৰ আটাইতকৈ ডাঙৰ অলংকাৰ—ইয়াৰ জৈৱ-বৈচিত্ৰ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰতো ইতিহাসে এক নতুন মোৰ লৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক চোৰাং চিকাৰীৰ কবলৰ পৰা সম্পূৰ্ণ মুক্ত কৰিবলৈ আধুনিক প্ৰযুক্তি, যেনে ড্ৰোন নিৰীক্ষণ আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ... | অমৃত বৃক্ষ আন্দোলন'ৰ জৰিয়তে কি ৰোপণ কৰা হৈছে? | কোটি কোটি গছপুলি | 598 | Yes |
এই সকলোবোৰ গৱেষণা, বিকাশ আৰু ৰূপাংকন আন আন লোকে কৰিছিল, যি সময়ত কালাম পূঁজি সংগ্ৰহ তথা আন সমলসমূহ সংগ্ৰহ কৰাত ব্যস্ত আছিল। । ডি আৰ ডি অ'ৰ নিৰ্দেশক হিচাপে কালামক বহু কৃতিত্ব দিয়া হয়। কিন্তু "এডভান্স চিষ্টেম লেবৰেটৰী"-ৰ প্ৰাক্তন নিৰ্দেশক আৰু অগ্নি ক্ষেপনাস্ত্ৰ প্ৰকল্পৰ প্ৰাক্তন নিৰ্দেশক ড॰ ৰাম নাৰায়ণ আগৰৱালহে অগ্নিৰ... | পৃথিৱী মিছাইল আৰু ট্ৰাইডেণ্ট মিছাইলৰ সফলতাৰ কৃতিত্ব কাক দিয়া হয়? | ড॰ আগৰৱাল | 435 | Yes |
ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন নোহোৱা স্বত্বেও তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিজৰ বিশেষ ক্ষমতা ব্যৱহাৰ কৰি কালামৰ তত্ত্বাৱধানত চলি থকা এই পৰীক্ষণসমূহৰ বাবে গোপনে পূঁজিৰ যোগান ধৰে। এই গোপনীয় মহাকাশ পৰীক্ষণসমূহৰ আচল উদ্দেশ্য লোকচক্ষুৰ পৰা আঁতৰাই ৰাখিবলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাক সন্মত কৰোৱাতো কালামৰ উল্লে... | কোনে ১৯৮০ চনত কালামৰ সৈতে একেলগে কেইবাটাও মিছাইল বিকশিত কৰিছিল? | ড॰ ৱি এচ অৰুণাচলমে, | 598 | Yes |
হুছেইনৰ প্ৰাৰম্ভিক শিক্ষা ফৰুৰখাবাদ জিলাৰ ইটোৱাৰ ইছলামীয়া হাইস্কুলৰ পৰাই লাভ কৰে। তেওঁৰ এজন গৃহ শিক্ষকে তেওঁৰ পঢ়াশুনাত সাহায় কৰিছিল,যথা সময়ত হাইস্কুলীয়া শিক্ষা শেষ কৰি, ১৯১৩ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ভৰ্তি হয়। উক্ত বিশ্ববিদ্যালয়ত থাকোঁতে জাকিৰে এজন জনপ্ৰিয় ছাত্ৰনেতা হিচাপে পৰিচয় দিছিল। সেইসময়তে তেওঁৰ ... | জাৰ্মানীত, হুছেইনে কি বিষয়ত ডি. ফিল ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। | সাহিত্য আৰু দৰ্শন | 1,092 | Yes |
আব্দুল কালাম ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আছিল। তেওঁৰ আগৰজন ৰাষ্ট্ৰপতি আছিল কে আৰ নাৰায়ণন। ২০০২ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্ব্বী লক্ষ্মী চেহগলক ১,০৭,৩৬৬ ভোটৰ বিপৰিতে ৯,২২,৮৮৪টা ভোটত হৰুৱাই ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হয়। ২০০২ চনত ১০ জুনত সেই সময়ত ক্ষমতাত থকা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই বিপক্ষ ভাৰ... | কালাম ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি আছিল? | একাদশ | 19 | Yes |
সাম্ৰাজ্যৰ এই দুৰ্বলতাৰ সুযোগ লৈ আহোম প্ৰশাসনৰ ভিতৰচৰাতে এক ভয়ংকৰ ষড়যন্ত্ৰই গা কৰি উঠিছিল। স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ শাসনকালত প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৈতে গুৱাহাটীৰ বৰফুকন বদনচন্দ্ৰৰ তীব্ৰ ৰাজনৈতিক সংঘাতৰ সৃষ্টি হয়। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আক্ৰমণৰ পৰা বাচিবলৈ বদনচন্দ্ৰ বৰফুকনে বৰ্মাৰ (ম্যানমাৰ) ৰজা বোদাও... | বদনচন্দ্ৰ বৰফুকনে বৰ্মাৰ ৰজাৰ ওচৰত কি ভিক্ষা কৰিছিল? | সামৰিক সহায় | 344 | Yes |
কুষাণ যুগৰ সময়ৰ আৱিষ্কৃত সংস্কৃত পুথিখনেই এতিয়ালৈকে পোৱা মহাভাৰতৰ আটাইতকৈ পুৰণি ৰূপ আৰু তাত "অনুশাসন পৰ্ব" আৰু "বিৰাট পৰ্ব"ৰ অনুপস্থিতিলৈ চাই নতুন সংযোজনসমূহৰ সময় জানিব পৰা গৈছে। ইয়াৰপৰা এই কথা অনুমান কৰিব পাৰি যে প্ৰথম শতিকাত ১৮টা পৰ্বৰে কাব্যখনৰ সম্পাদনা কৰা হৈছিল। ২০টা পৰ্ব থকা আন এটা ৰূপো কিছুকাল বৰ্তি আছিল। ১০... | মহাভাৰতৰ প্ৰণেতা হিচাপে কাক জনা যায়? | ব্যাস | 714 | Yes |
অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভনীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আদি বিভিন্ন উদ্যান আৰু বিভিন্ন মঠ-মন্দিৰ, ঐতিহাসিক সমল আদিয়ে অসমৰ পৰ্য্যটন উদ্যোগ চহকী কৰি তুলিছে। ব্ৰহ্মপুত্ৰ নদী:লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি... | কোনখন ৰাজ্যক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি জনা যায়? | অসম | 0 | Yes |
ছশ বছৰীয়া এক দীঘলীয়া আৰু গৌৰৱময় যাত্ৰাৰ পিছত, ১৮ শতিকাৰ শেষৰ ফালে আহোম সাম্ৰাজ্যৰ আভ্যন্তৰীণ কন্দল আৰু ধৰ্মীয় সংঘাতৰ বাবে পতনৰ সূচনা হৈছিল। মোৱামৰীয়া বিদ্ৰোহ নামৰ এক সুদীৰ্ঘ গণ-আন্দোলনে আহোম ৰাজতন্ত্ৰৰ সামাজিক আৰু অৰ্থনৈতিক ভেটি একেবাৰে দুৰ্বল কৰি পেলাইছিল, যাৰ সুযোগ লৈ মন্ত্ৰী বদনচন্দ্ৰ বৰফুকনে বৰ্মাৰ পৰা মান সেনাক অস... | আহোম সাম্ৰাজ্যৰ পতনৰ মূল কাৰণ কি আছিল? | আভ্যন্তৰীণ কন্দল আৰু ধৰ্মীয় সংঘাত | 82 | Yes |
তক্ষশীলা বিশ্ববিদ্যালয়ৰ শিক্ষক, অৰ্থশাস্ত্ৰৰ প্ৰণেতা চাণক্যৰ সহায়ত চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে। কিংবদন্তি মতে মগধ আছিল চুবুৰীয়া ৰাজ্যসমূহে ভয় কৰা বৃহৎ আৰু সামৰিক শক্তিসম্পন্ন ৰাজ্য। এবাৰ চাণক্য মগধলৈ যাওঁতে মগধৰ ৰজা নন্দ ৰাজবংশৰ ধন নন্দই তেওঁক অপমান কৰে। ফলস্বৰূপে চাণক্যই নন্দ সাম্ৰাজ্য ধ্বংস ... | গ্ৰীক সেনাপতি ইউডিমাছ আৰু পাইথনে খ্ৰীষ্টপূৰ্ব কিমান চনলৈকে শাসন কৰিছিল? | ৩১৭ খ্ৰী:পূ:লৈকে | 724 | Yes |
ৰাজ্যত অব্যাহত আছে নকল নোটৰ ৰমৰমীয়া ব্যৱসায়। এইবাৰ গোৱালপাৰা জিলাৰ বগুৱানত জালনোট চক্ৰৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান ।এজন ব্যক্তিয়ে স্থানীয় এটা গ্ৰাহক সেৱা কেন্দ্ৰত নকল টকা জমা কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ হাতত আটক হয়। লোকজন মোথাবাৰী গাঁৱৰ বাসিন্দা ৰমজান আলী বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে, ৰমজান আলীয়ে বগুৱ... | ৰমজান আলীয়ে কিমান টকা জমা কৰিবলৈ দিছিল? | ২৫ হাজাৰ টকা | 358 | Yes |
স্বৰ্গদেউ ৰুদ্ৰ সিংহ আৰু তেওঁৰ পৰৱৰ্তী ৰজাসকলৰ শাসনকালত অসমৰ স্থাপত্য আৰু চহৰীকৰণৰ ক্ষেত্ৰত এক বৃহৎ বৈপ্লৱিক পৰিৱৰ্তন দেখা গৈছিল। শিৱসাগৰ জিলাৰ ৰংপুৰ আৰু গড়গাঁৱত বৰ্তমান থকা ঐতিহাসিক কীৰ্তিচিহ্নসমূহ এই যুগৰে সৃষ্টি আছিল। ৰংপুৰত নিৰ্মিত এচিয়াৰ প্ৰথমটো ক্ৰীড়া পেৰেড বা খেলপথাৰৰ মণ্ডপ 'ৰংঘৰ', ৰজাকলৰ বাবে নিৰ্মিত বহুতলীয়া '... | স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ শাসনকালত অসমত কি পৰিৱৰ্তন দেখা গৈছিল? | অসমৰ স্থাপত্য আৰু চহৰীকৰণৰ ক্ষেত্ৰত এক বৃহৎ বৈপ্লৱিক পৰিৱৰ্তন দেখা গৈছিল। | 56 | Yes |
স্বৰ্গদেউ চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি নামৰূপত আহোম ৰাজ্যৰ ভেটি স্থাপন কৰিছিল।শৰাইঘাটৰ যুদ্ধ (১৬৭১): আহোম ইতিহাসৰ আটাইতকৈ গৌৰৱময় অধ্যায় আছিল শৰাইঘাটৰ যুদ্ধ। মোগল সেনাধ্যক্ষ ৰামসিংহৰ বিৰুদ্ধে লাচিত বৰফুকনে অপৰিসীম বীৰত্বৰে যুঁজি মোগলক পৰাস্ত কৰিছিল।মোৱামৰীয়া বিদ্ৰোহ: এইটো আছিল আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে সাধাৰণ প্ৰ... | আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে সাধাৰণ প্ৰজাৰ এক সশস্ত্ৰ গণ-বিদ্ৰোহ কি আছিল? | মোৱামৰীয়া বিদ্ৰোহ | 255 | Yes |
আব্দুল কালাম ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আছিল। তেওঁৰ আগৰজন ৰাষ্ট্ৰপতি আছিল কে আৰ নাৰায়ণন। ২০০২ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্ব্বী লক্ষ্মী চেহগলক ১,০৭,৩৬৬ ভোটৰ বিপৰিতে ৯,২২,৮৮৪টা ভোটত হৰুৱাই ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হয়। ২০০২ চনত ১০ জুনত সেই সময়ত ক্ষমতাত থকা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই বিপক্ষ ভাৰ... | আব্দুল কালামৰ পূৰ্বসূৰী কোন আছিল? | কে আৰ নাৰায়ণন | 69 | Yes |
১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজে অসম নিজৰ হাতলৈ নিয়াক অসমীয়া মানুহে সহজে মানি লোৱা নাছিল।পিয়লি ফুকন আৰু গুমধৰ কোঁৱৰ: ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ চলাইছিল গুমধৰ কোঁৱৰ আৰু পিয়লি ফুকনে। ১৮৩০ চনত পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল।১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ: অসমত এই বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে। ১৮৫৮ চনত... | পুলিচৰ গুলীত কোন কোন বীৰ-বীৰাংগনাই শ্বহীদ হৈছিল? | কনকলতা বৰুৱা, মুকুন্দ কাকতি | 586 | Yes |
আৰ্যভট্টৰ কৰ্মৰাজিত দশমিক সংখ্যা পদ্ধতিৰ পূৰ্ণ ব্যৱহাৰ পোৱা যায়। আৰ্যভট্টই অৱশ্যে তেওঁৰ লিখনিত প্ৰচলিত ব্ৰাহ্মী লিপি ব্যৱহাৰ কৰিছিল। পদবাচ্যৰ আকাৰত গ্ৰন্থ ৰচনা কৰি সংখ্যা উপস্থাপনৰ এক নিজস্ব পদ্ধতি তেওঁ তৈয়াৰ কৰিছিল। তাত সংখ্যাক শব্দৰ আকাৰত উপস্থাপন কৰা হৈছিল। ব্যঞ্জনবৰ্ণবিলাকক তেওঁ ব্যৱহাৰ কৰিছিল বিভিন্ন অংক হিচাপে ... | আৰ্যভট্টই কি লিপি ব্যৱহাৰ কৰিছিল? | প্ৰচলিত ব্ৰাহ্মী লিপি | 94 | Yes |
এই প্ৰত্যাহ্বান সম্পূৰ্ণ কৰিবলৈ ইন্দ্ৰই তেওঁৰ যাদুকৰী শক্তি ব্যৱহাৰ কৰি অৱশেষত ব্ৰহ্মাৰ ওচৰত উপস্থিত হয় আৰু অহল্যাৰ পাণি দাবী কৰে। অৱশ্যে, ঐশ্বৰিক ঋষি নাৰদে ব্ৰহ্মাক ব্যক্ত কৰে যে মহৰ্ষি গৌতমে ইন্দ্ৰতকৈয়ো আগত তিনিওখন ভুৱন পৰিভ্ৰমণ কৰিছে। নাৰদে বৰ্ণনা কৰে যে বেদৰ মতে ঋষি গৌতমে ইচ্ছা পূৰণ কৰা গাইগৰু সুৰভিয়ে সন্তান প্ৰ... | প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ কোনে যাদুকৰী শক্তি ব্যৱহাৰ কৰি অৱশেষত ব্ৰাহ্মণৰ সন্মুখত উপস্থিত হয় আৰু অহল্যাৰ পাণি দাবী কৰে? | ইন্দ্ৰই | 31 | Yes |
২০০৯ চনৰ ৫ মাৰ্চত ভাৰত চৰকাৰে টকাৰ প্ৰতীক অঙ্কনৰ এক প্ৰতিযোগিতাৰ কথা ঘোষণা কৰে। ২০১০ চনৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰাৰ সময়ত বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে উল্লেখ কৰে যে টাকৰ প্ৰস্তাৱিত প্ৰতীটো ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন ঘটিব। প্ৰতিযোগিতাৰ পৰা প্ৰাপ্ত প্ৰতীৰসমূহৰ পৰা পাঁচটি প্ৰতীকক বাছি উলিওৱা হয়। ২০১০ চনৰ ২৪ জুনত কে... | টাকৰ প্ৰস্তাৱিত প্ৰতীকে ভাৰতীয় সংস্কৃতি প্ৰতিফলিত কৰিব বুলি কোনে কৈছিল? | বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জী | 125 | Yes |
বহু বছৰ ধৰি চলা আলোচনাৰ অন্তত, ২০২৩ চনৰ ডিচেম্বৰ মাহত আলফাৰ চৰকাৰপন্থী গোটে কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে এক ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ফলত দশকজোৰা উগ্ৰপন্থী সমস্যাৰ এক বৃহৎ সমাধান সূচিত হয়। | শান্তি চুক্তিখন কিমান পক্ষৰ মাজত হৈছিল? | ত্ৰিপাক্ষিক | 119 | Yes |
নৱ প্ৰজন্মৰ মাজত সংগীত, চিত্ৰকলা আৰু সৃজনশীল সংস্কৃতিৰ চৰ্চা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে নৱাৰুণ সাহিত্য সভা আমৰাঙা-বৰিহাটে আয়োজন কৰা গ্ৰীষ্মকালীন গীতৰ কৰ্মশালাৰ বৃহস্পতিবাৰে বিয়লি সফল সামৰণি পৰে। বৰিহাট মাহিলী বৈঠকী আৰু নৱোদয় আদৰ্শ বিদ্যামন্দিৰ, বৰিহাটৰ সহযোগত ৬ জুলাইৰ পৰা ৯ জুলাইলৈ অনুষ্ঠিত এই কৰ্মশালাত অঞ্চলটোৰ বহু... | প্ৰশিক্ষকসকলক কিহেৰে সম্বৰ্ধনা জনোৱা হৈছিল? | চেলেং-চাদৰেৰে | 714 | Yes |
মূলত: চাৰি প্ৰকাৰৰ উদ্ভিদসমষ্টি (vegetation) দেখিবলৈ পোৱা যায়: পলসুৱা মাটিৰ ঘাঁহনি alluvial inundated grasslands, পলসুৱা মাটিৰ ঘাঁহনি আৰু অৰণ্য alluvial savanna woodlands, গ্ৰীষ্মপ্ৰধান আৰ্দ্ৰ মিশ্ৰিত পৰ্ণপাতী অৰণ্য tropical moist mixed deciduous forests, আৰু গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ অৰণ্য tropical semi-evergreen fo... | কাজিৰঙাৰ কোন কোন খণ্ডত এটা নিৰন্তৰ অৰণ্য আছে? | কাঞ্চনঝুৰি, পানবাৰী আৰু তামূলীপথাৰ | 1,201 | Yes |
স্বাধীনতা সংগ্ৰামত যোগদান কৰা কাৰণে তেও কেইবাবাৰো জেল জীৱন কটাবলগীয়া হয়। জালিয়ানৱালাবাগত নিৰ্দোষী অগণন ভাৰতবাসীক জেনেৰেল ডায়াৰে নিষ্ঠুৰভাবে হত্যা কৰাৰ পিছত ভাৰতত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। তেতিয়াই ভাৰতবাসীৰ মাজত শান্তিৰ বাতাবৰণ ৰচনাৰ বাবে ইংলেণ্ডৰ ৰাজকুমাৰ প্ৰিন্স অব্ ৱেলচ ভাৰত ভ্ৰমণলৈ আহিছিল। সেইদিনাই ৰাজকুমা... | জৱাহৰলাল নেহৰুৱে কি কাৰণৰ বাবে নিজৰ জীৱন কাৰাগাৰত কটাব লগা হৈছিল? | স্বাধীনতা সংগ্ৰামত যোগদান কৰা কাৰণে | 0 | Yes |
১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজে অসম নিজৰ হাতলৈ নিয়াক অসমীয়া মানুহে সহজে মানি লোৱা নাছিল।পিয়লি ফুকন আৰু গুমধৰ কোঁৱৰ: ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ চলাইছিল গুমধৰ কোঁৱৰ আৰু পিয়লি ফুকনে। ১৮৩০ চনত পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল।১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ: অসমত এই বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে। ১৮৫৮ চনত... | ব্ৰিটিছে মণিৰাম দেৱানক কেতিয়া ফাঁচি দিছিল? | ১৮৫৮ চনত | 312 | Yes |
কলকাতাৰ ওচৰৰ চন্দ্ৰকেতুগড়ত পুৰাতাত্বিক খননকাৰ্য চলাই প্ৰমাণ পোৱা গৈছে যে এই অঞ্চলত দুই শতাব্দীৰো আগৰপৰা ইয়াত জনবসতি আছে। মধ্যযুগীয় বঙালী সাহিত্যৰ একাধিক গ্ৰন্থত হুগলি নদীৰ পাৰত অৱস্থিত কলিকাতা গাঁৱৰ উল্লেখ পোৱা যায়। ইয়াৰ মাত উল্লেখযোগ্য হল বিপ্ৰদাস বিপলাইৰ মনসামঙ্গল কাব্য (১৮৯৫ খৃঃ), মুকুন্দৰাম চক্ৰৱৰ্তীৰ চণ্ডীমঙ্... | কোনখন খননে প্ৰমাণ দিছে যে কলকাতা অঞ্চলটোত দুই শতিকাৰো অধিক সময় ধৰি মানুহে বাস কৰি আহিছে? | চন্দ্ৰকেতুগড়ত পুৰাতাত্বিক খননকাৰ্য | 13 | Yes |
১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধ আহোম বুৰঞ্জীৰ আটাইতকৈ গৌৰৱময় আৰু বীৰত্বপূৰ্ণ অধ্যায় আছিল, য’ত মোগল সম্ৰাট ঔৰংজেৱৰ পঠোৱা বিশাল ৰাজপুত-মোগল সেনাক আহোম বাহিনীয়ে সম্পূৰ্ণৰূপে ধূলিসাৎ কৰিছিল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ নিৰ্দেশত অসমীয়া সেনাৰ প্ৰধান সেনাপতি লাচিত বৰফুকনে ব্ৰহ্মপুত্ৰৰ বুকুত এক অভূতপূৰ্ব নৌ-যুদ্ধৰ পৰিকল্পনা কৰিছিল আৰু ম... | লাচিত বৰফুকনে ব্ৰহ্মপুত্ৰৰ বুকুত কিহৰ পৰিকল্পনা কৰিছিল? | এক অভূতপূৰ্ব নৌ-যুদ্ধৰ | 275 | Yes |
১৮৪১ চনত সংস্কৃত মহাবিদ্যালয়ত শিক্ষা সমাপ্ত হোৱাৰ পাছত সেই বছৰতেই ২৯ ডিচেম্বৰত মাত্ৰ ২১ বছৰ বয়সত “ফ’ৰ্ট উইলিয়াম কলেজ”ৰ বঙালী বিভাগৰ চিৰস্তাদাৰ বা প্ৰধান পণ্ডিতৰ পদত নিয়োজিত হয়। তেতিয়া বেতন মাহেকে ৫০ টকা আছিল। ১৮৪৬ চনত ৫ এপ্ৰিল পৰ্যন্ত তেওঁ এই পদৰ দায়িত্বত আছিল। ১৮৪৬ চনত ৬ এপ্ৰিল একেই বেতন হাৰত সংস্কৃত কলেজৰ সহকা... | হিষ্টৰী অৱ বেংগলৰ ৰচক কোন? | মাৰ্ছমেন | 1,036 | Yes |
বসন্তৰ আগমণত উদযাপন কৰা ব'হাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে।... | কৃষি ৰ আৰম্ভণিৰ আগতে কোনটো বিহু পালন কৰা হয় সেয়া কৃষিৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত? | ৰঙালী বিহু | 38 | Yes |
ষোড়শ শতিকাত বিশ্বসিংহই কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ পুত্ৰ মহাৰাজ নৰনাৰায়ণ আৰু সেনাপতি চিলাৰায়ৰ (শুক্লধ্বজ) দিনত কোচ ৰাজ্যৰ পৰিসীমা বহুত বৃদ্ধি পাইছিল। চিলাৰায়ৰ ক্ষিপ্ৰ যুদ্ধ কৌশলৰ বাবে তেওঁক 'চিলাৰায়' উপাধি দিয়া হৈছিল। এই যুগতে কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। | বিশ্বসিংহৰ পুত্ৰ কোন আছিল? | মহাৰাজ নৰনাৰায়ণ | 65 | Yes |
মুম্বাই শব্দটোৰ প্ৰচলন হয় স্থানীয় অশিক্ষিত মাৰাঠীসকলৰ উচ্চাৰণবিকৃতিৰ পৰা। তেখেতসকলে মাৰাঠী ভাষাত বোম্বাই শব্দটো উচ্চাৰণ কৰিব নোৱাৰে। বোম্বাই শব্দটোৰ উদ্ভব হয় খ্ৰীষ্টিয় ষোড়শ শতাব্দীত এই অঞ্চলত পৰ্তুগীজসকলৰ আগমনৰ পাছত। তেখেতসকলে এই অঞ্চলক বিভিন্ন নামেৰে অভিহিত কৰিছিল। এই নামসমূহৰ মাজৰ পৰা বোম্বাইম (Bombaim) শব্দটোৱে... | বোম্বাই চহৰখনৰ নাম কোনে মুম্বাইলৈ সলনি কৰিছিল? | শিবসেনা | 722 | Yes |
আকৰ্ষণীয় আৰু বৰ্ণনামূলক প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত অসম হৈছে ভাৰতৰ পূৰ্বত্তম প্ৰহৰী। শাৰী শাৰী কৈ ঠিয় হৈ থকা পাহাৰ, ধীৰ গতিত বৈ থকা অসমৰ নদী, মুখ্যতঃ বৰাক আৰু বক্ষপুত্ৰ তথা সতেজ শ্যামলিমা আৱৰণেৰে শোভনীয় হৈ থকা ৰাজ্যখনেই হৈছে অসম। অনাদিকালৰ পৰা ইয়াত বিভিন্ন জাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোক বাস কৰি আহিছে । সকলোৰে সংশ্ল... | আহোম সকলে অসমত কিমান বছৰ কাল ৰাজত্ব কৰিলে? | ৬০০ বছৰ কাল | 2,287 | Yes |
সত্য অনুসন্ধানৰ বৃহৎ উদ্দেশ্যত গান্ধীয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ নিজে কৰা ভুলৰপৰা শিক্ষা লৈ আৰু নিজৰ ওপৰতে পৰীক্ষা-নিৰীক্ষা চলাই সত্য অনুসন্ধানৰ প্ৰয়াস কৰিছিল। তেওঁৰ আত্মজীৱনীখনৰ নাম The Story of My Experiments with Truth (মোৰ সত্য অন্বেষণৰ কাহিনী)। ব্ৰুছ ৱাটছনৰ মতে গান্ধীৰ সত্যাগ্ৰহৰ ধাৰণাটোৰ মূল ভেঁটি আছিল বৈ... | নিৰামিষভোজনৰ ধাৰণাটো কোন ধৰ্মত গভীৰভাৱে বিদ্যমান? | হিন্দু আৰু জৈন ধৰ্মত | 1,176 | Yes |
ঠাকুৰৰ ভ্ৰমণৰ নিচা আছিল প্ৰখৰ। ১৮৭৮ চনৰ পৰা ১৯৩২ চনৰ মাজভাগলৈ তেওঁ পাঁচখন মহাদেশৰ ত্ৰিছখনৰো অধিক দেশ ভ্ৰমণ কৰিছিল। ইয়াৰ বহুতো ভ্ৰমণৰ উদ্দেশ্য আছিল ভাৰতৰ বাহিৰৰ অনা-বঙালী পঢ়ুৱৈ আৰু শ্ৰোতাসকলক তেখেতৰ সাহিত্য কৰ্মৰ সৈতে পৰিচয় কৰি দিয়া আৰু কেখেতৰ ৰাজনৈতিক আদৰ্শ প্ৰচাৰ কৰা। ১৯১২ চনত ইংলেণ্ডলৈ যোৱাৰ যাওঁতে তেখেতে এবাকচ ক... | ১৯১৬ চনৰ ৩ মেৰ পৰা ১৯১৭ চনৰ ১৭ এপ্ৰিললৈ ৰবীন্দ্ৰনাথ ঠাকুৰে জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কি কৰিছিল? | বক্তৃতা প্ৰদান | 707 | Yes |
ভাৰতীয় ৰে'লত চাৰি প্ৰকাৰৰ গজ আছে: ব্ৰড গজ – বহল ১৬৭৬ মিঃমিঃ, মিটাৰ গজ – বহল ১০০০ মিঃমিঃ আৰু দুই ধৰণৰ নেৰ' গজ। এটা নেৰ' গজৰ বহল ৭৬২ মিঃমিঃ আৰু আনটো নেৰ' গজৰ বহল ৬১০ মিঃমিঃ। মুঠ পথ (route) দৈৰ্ঘ্য ৬৫,০০০ কিঃমিঃৰ বিপৰীতে মুঠ ৰে'ল চিৰিৰ (tract) দৈৰ্ঘ্য ১,১৫,০০০ কিঃমিঃ। ২০১২ চনৰ ৩১ মাৰ্চলৈ ৩৪% ৰেলপথ বৈদ্যুতিকৰণ কৰা হৈছে। ম... | ভাৰতীয় ৰেলত কেই প্ৰকাৰৰ গজ আছে? | চাৰি প্ৰকাৰৰ | 14 | Yes |
নিউক্লীয় বিজ্ঞানী হিচাপে কালামৰ লগত সাঙোৰ খোৱা বিতৰ্কটো হ’ল, "পোখৰাণ-২" পৰীক্ষণৰ ফলাফল সমূহৰ বিশ্বাসযোগ্য আৰু তথ্য ভিত্তিক প্ৰতিবেদনৰ অভাৱ। ক্ষেত্ৰ পৰীক্ষণৰ নিৰ্দেশক কে সনাথনমে ৰাজহুৱা ভাবে স্বীকাৰ কৰিছিল যে সেই তাপ-নিউক্লীয় বোমাৰ (thermonuclear bomb) পৰীক্ষণ প্ৰকৃততে বিফল হৈছিল, আৰু ভুল প্ৰতিবেদন দাখিল কৰাৰ বাবে কাল... | মৃত্যুদণ্ডৰ অভিযুক্ত হিচাপে মৃত্যুদণ্ডৰ বাবে অপেক্ষা কৰিব লগা হোৱা আফজল গুৰুৰ কেতিয়া ফাঁচি হবলগীয়া আছিল? | ২০ অক্টোবৰ ২০০৬ | 1,028 | Yes |
বিশ্বৰ ভিতৰতে চাহ উৎপাদনৰ অন্যতম কেন্দ্ৰ হিচাপে নিজৰ স্থান ধৰি ৰখাৰ লগতে অসমে তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন বৃদ্ধি কৰিছে। তদুপাকী দক্ষিণ-পূব এছিয়াৰ সৈতে বাণিজ্য বৃদ্ধিৰ বাবে ভাৰত চৰকাৰৰ 'অেক্ট ইষ্ট পলিচী'ৰ (Act East Policy) মুখ্য দুৱাৰ হিচাপে অসম বৰ্তমান বিকশিত হৈছে। | কিহৰ বাবে ভাৰত চৰকাৰৰ 'অেক্ট ইষ্ট পলিচী'ৰ মুখ্য দুৱাৰ হিচাপে অসম বৰ্তমান বিকশিত হৈছে? | দক্ষিণ-পূব এছিয়াৰ সৈতে বাণিজ্য বৃদ্ধিৰ বাবে | 130 | Yes |
মধ্যযুগৰ প্ৰথম সময়ছোৱাত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত পৃথুৱে প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ খেন ৰাজবংশৰ উত্থান ঘটে। বঙ্গৰ তুৰ্কসকলৰ আক্ৰমণো আৰম্ভ হয়। ৰাজধানী কমতাপুৰৰ নামেৰে কমতা ৰাজ্যৰ নামটো হৈছিল। বঙ্গৰ শাসকে সঘনাই আক্ৰমণ কৰাৰ পিছত ১৪৯৮ চনত আল্লাউদ্দিন হুছেইন শ্বাহ ৰজাই শেষ খেন ৰজাজনক উৎখাত কৰে। কিন্তু মূলতঃ বাৰ ভূঞাৰ... | আহোমে শেষত কিমান চনত ইটাখুলিত মোগলক পৰাস্ত কৰি নিজৰ পশ্চিম সীমা স্থিৰ কৰে? | ১৬৮২ চনত | 1,147 | Yes |
ছশ বছৰীয়া এক দীঘলীয়া আৰু গৌৰৱময় যাত্ৰাৰ পিছত, ১৮ শতিকাৰ শেষৰ ফালে আহোম সাম্ৰাজ্যৰ আভ্যন্তৰীণ কন্দল আৰু ধৰ্মীয় সংঘাতৰ বাবে পতনৰ সূচনা হৈছিল। মোৱামৰীয়া বিদ্ৰোহ নামৰ এক সুদীৰ্ঘ গণ-আন্দোলনে আহোম ৰাজতন্ত্ৰৰ সামাজিক আৰু অৰ্থনৈতিক ভেটি একেবাৰে দুৰ্বল কৰি পেলাইছিল, যাৰ সুযোগ লৈ মন্ত্ৰী বদনচন্দ্ৰ বৰফুকনে বৰ্মাৰ পৰা মান সেনাক অস... | আহোম ৰাজতন্ত্ৰৰ সামাজিক আৰু অৰ্থনৈতিক ভেটি কি বিদ্ৰোহে দুৰ্বল কৰিছিল? | মোৱামৰীয়া বিদ্ৰোহ | 140 | Yes |
সমসাময়িক সময়তে অসমৰ পৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ অসমজুৰি এক অভূতপূৰ্ব গণ আন্দোলন গা কৰি উঠে। এই আন্দোলনৰ সময়তে ১৯৮৩ চনত ৰাইজৰ প্ৰবল বিৰোধিতা আৰু বৰ্জন সত্ত্বেও অসমত ৰক্তক্ষয়ী নিৰ্বাচন অনুষ্ঠিত হয় আৰু হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হয়। শইকীয়া মন্ত্ৰীসভাই দমন নীতিৰে অসম আন্... | অসম চুক্তি স্বাক্ষৰিত হোৱা কালত ভাৰতৰ প্ৰধান মন্ত্ৰী কোন আছিল? | ৰাজীৱ গান্ধী | 402 | Yes |
মধ্যযুগৰ প্ৰথম সময়ছোৱাত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত পৃথুৱে প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ খেন ৰাজবংশৰ উত্থান ঘটে। বঙ্গৰ তুৰ্কসকলৰ আক্ৰমণো আৰম্ভ হয়। ৰাজধানী কমতাপুৰৰ নামেৰে কমতা ৰাজ্যৰ নামটো হৈছিল। বঙ্গৰ শাসকে সঘনাই আক্ৰমণ কৰাৰ পিছত ১৪৯৮ চনত আল্লাউদ্দিন হুছেইন শ্বাহ ৰজাই শেষ খেন ৰজাজনক উৎখাত কৰে। কিন্তু মূলতঃ বাৰ ভূঞাৰ... | আহোম ৰাজ্যৰ পতন কিমান শতিকাত আৰম্ভ হয়? | ১৮শ শতিকাত | 1,441 | Yes |
শুকুৰবাৰৰ পৰা দেশৰ ৰাজধানী দিল্লীৰ 'দিল্লী হাট'ত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত 'চতুৰ্থ মেঘালয় মাটিকঁঠাল মহোৎসৱ' । মেঘালয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত এই বিশেষ মহোৎসৱখন উদ্বোধন কৰে কেন্দ্ৰীয় উত্তৰ-পূব উন্নয়ন আৰু যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।
উদ্বোধনী অ... | কাৰ উদ্যোগত এই মহোৎসৱ আয়োজিত হৈছে? | মেঘালয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ | 146 | Yes |
১৯৫৭ চনৰ শেষৰ ফালে এই ৬১ কিঃ মিঃ দৈৰ্ঘ্যৰ পথচোৱাৰ কাম শেষ হয়। ১৮৫৪ চনৰ ২৮ জুনৰ দিনা পৰীক্ষামূলকভাবে ৰে'লৰ চলাচল কৰোৱা হয়। একে বছৰৰে ১৫ আগষ্টৰ পৰা নিয়মীয়াকৈ হাওৰা আৰু হুগলীৰ মাজত পুৱা-আবেলি যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ হয়। মাদ্ৰাজ ৰে'লৱে কোম্পানীয়ে ৱেয়াচাপান্দিৰ পৰা (Veyasarpandy) আৰু ৱালাজা ৰ'ড বা আৰকটলৈ (Walajah ... | কোম্পানীটোৱে কেতিয়া ৬৩ কিলোমিটাৰ দূৰত্বৰ ভেয়াসৰপান্দি আৰু ৱালাজাহ ৰোড মুকলি কৰিছিল? | ১৮৫৬ চনৰ ১ জুলাই | 339 | Yes |
কাজিৰঙা নামৰ উৎপত্তি সম্পৰ্কে নিশ্চিত তথ্য পোৱা হোৱা নাই, অৱশ্যে বিভিন্ন জনশ্ৰুতি বিৰাজমান। এটা এনে প্ৰবাদ অনুসৰি ৰঙা নামৰ ছোৱালী এজনীয়ে কাৰ্বি ডেকা কাজিক ভাল পাইছিল। কিন্তু সমাজৰ বাধাৰ বাবে দুয়ো এক হ'ব নোৱাৰিলে। এদিন দুয়ো পলাই গৈ কাষৰ হাবিত সোমাল আৰু কেতিয়াও উভতি নাহিল। সেই হাবিখনেই বৰ্তমানৰ কাজিৰঙা। [উদ্ধৃতিৰ প্ৰ... | ৰঙাইৰ অৰ্থ কি? | ৰঙা | 4 | Yes |
যোগাযোগ আৰু চহৰীকৰণৰ ক্ষেত্ৰতো আধুনিক অসমে এক অতি উচ্চ অভিলাষী ৰূপ ধাৰণ কৰিছে। গুৱাহাটী মহানগৰীৰ ক্ৰমবৰ্ধমান পৰিসৰ আৰু যান-জঁটৰ সমস্যা সমাধানৰ লক্ষ্যৰে গুৱাহাটী মেট্ৰ’ ৰেল প্ৰকল্প আৰু মহানগৰীক কেন্দ্ৰ কৰি এক বিশাল 'ৰিং ৰোড' নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। প্ৰশাসনিক বিকেন্দ্ৰীকৰণৰ এক অন্যতম উল্লেখনীয় পদক্ষেপ হিচাপে উজ... | গুৱাহাটী মহানগৰীৰ কিহৰ সমস্যা সমাধানৰ লক্ষ্যৰে মেট্ৰ’ ৰেল প্ৰকল্পৰ কাম চলিছে? | ক্ৰমবৰ্ধমান পৰিসৰ আৰু যান-জঁটৰ সমস্যা | 97 | Yes |
আমাৰ কোম্পানীয়ে ডিজিটেল গিফ্ট কাৰ্ডৰ সুবিধা আগবঢ়ায়। গ্ৰাহকে নিজৰ পৰিয়াল, বন্ধু অথবা সহকৰ্মীক উপহাৰ হিচাপে এই গিফ্ট কাৰ্ড প্ৰেৰণ কৰিব পাৰে। গিফ্ট কাৰ্ডসমূহ বিভিন্ন মূল্যৰ উপলব্ধ আৰু কেৱল আমাৰ অফিচিয়েল ৱেবছাইট বা মোবাইল এপত ব্যৱহাৰ কৰিব পাৰি। এবাৰ ক্ৰয় কৰা গিফ্ট কাৰ্ড বাতিল বা ৰিফাণ্ড কৰা নহয়। গিফ্ট কাৰ্ডৰ বৈধতা ক... | গিফ্ট কাৰ্ডসমূহ কিমান মূল্যত উপলব্ধ? | বিভিন্ন মূল্যৰ | 159 | Yes |
গান্ধীয়ে বহুতো গুৰুত্বপূৰ্ণ নেতা আৰু ৰাজনৈতিক আন্দোলনক প্ৰভাৱিত কৰিছিল। মাৰ্টিন লুথাৰ কিং, অনুজ, জেমস লছন আৰু জেমস বেভেলকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক অধিকাৰ আন্দোলনৰ নেতাসকলে অহিংসাৰ বিষয়ে তেওঁলোকৰ নিজৰ তত্বৰ বিকাশত গান্ধীৰ লিখনিৰ পৰা অনুপ্ৰেৰণা লয়। মাৰ্টিন লুথাৰে কৈছিল "যীশু খ্ৰীষ্টই আমাক লক্ষ্য দিছিল আৰু মহা... | "মহাত্মা গান্ধী" ""ৰ ১০ টা খণ্ড কোনে লিখিছিল? | পিয়াৰীলাল আৰু সুশীলা নায়াৰ | 759 | Yes |
আহিনমহীয়া ৩৮ ডিগ্ৰী চেলচিয়াছ উচ্ছতাৰ তীব্ৰ গৰমত দহি আমি নাতিশীতোষ্ণ ৰাজ্যৰ বাসিন্দাসকলে গ্লাচগ’ত অনুষ্ঠিত হোৱা পৃথিৱীৰ সৰ্ববৃহৎ জলবায়ু সন্মিলন COত্ন চ্ছ-ত সমৱেত হোৱা বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষস্থানীয় নেতাসকলৰ মুখলৈ আগ্ৰহেৰে বাট চাই আছোঁ–কিবা আশাৰ বতৰা যেন আহিব৷ জলবায়ু পৰিৱৰ্তনৰ লক্ষণসমূহ লাহে লাহে আমাৰ সন্মুখত স্পষ্ট ... | পৃথিৱীৰ সৰ্ববৃহৎ জলবায়ু সন্মিলনখনৰ নাম কি? | COত্ন চ্ছ- | 144 | Yes |
১৯৫৭ চনৰ শেষৰ ফালে এই ৬১ কিঃ মিঃ দৈৰ্ঘ্যৰ পথচোৱাৰ কাম শেষ হয়। ১৮৫৪ চনৰ ২৮ জুনৰ দিনা পৰীক্ষামূলকভাবে ৰে'লৰ চলাচল কৰোৱা হয়। একে বছৰৰে ১৫ আগষ্টৰ পৰা নিয়মীয়াকৈ হাওৰা আৰু হুগলীৰ মাজত পুৱা-আবেলি যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ হয়। মাদ্ৰাজ ৰে'লৱে কোম্পানীয়ে ৱেয়াচাপান্দিৰ পৰা (Veyasarpandy) আৰু ৱালাজা ৰ'ড বা আৰকটলৈ (Walajah ... | কেতিয়াৰ পৰা হাওৰা আৰু হুগলীৰ মাজত নিয়মীয়া সেৱা আৰম্ভ কৰা হৈছিল? | ১৮৫৪ চন | 62 | Yes |
ইংলেণ্ডলৈ শিক্ষালাভ কৰিবলৈ যোৱাৰ আগতে নাৰায়ণন দিল্লীলৈ যায় আৰু সাংবাদিক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ প্ৰসিদ্ধ সংবাদগোষ্ঠী "দ্যা হিন্দু" আৰু "দ্যা টাইমছ্ অৱ ইণ্ডিয়া"ত কাম কৰে। মহাত্মা গান্ধীৰ সাক্ষাৎকাৰ এটা গ্ৰহণ কৰাতো তেওঁ সফল হয়। তাৰপিছতেই তেওঁ টাটাৰ পৰা বৃত্তিটো লাভ কৰে। বিদেশত শিক্ষালাভ কৰি নাৰায়ণনে ১৯৪৮ চ... | কে.আৰ. নাৰায়ণনে কাক সফলতাৰে সাক্ষাৎকাৰ লইছিল? | মহাত্মা গান্ধী | 181 | Yes |
ভাৰতীয় ৰে'লত দুই ধৰণৰ ইঞ্জিন ব্যৱহাৰ হয়- ডিজেল আৰু বৈদ্যুতিক ইঞ্জিন। ইতিমধ্যে ভাপ ইঞ্জিন ভাৰতীয় ৰেলৰ পৰা নাইকিয়া হৈ গৈছে। অৱশ্যে কেইখনমান ঐতিহ্য ৰেলত (Heritage Train) ভাপ ইঞ্জিন ব্যৱহাৰ কৰা হয়। ইঞ্জিনবোৰক ট্ৰেক গজ, ইন্ধন, কি কামৰ বাবে নিৰ্মাণ কৰা হৈছে আৰু ইঞ্জিনৰ শক্তি বা মডেল নম্বৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন ... | ভাৰতীয় ৰেলৰ ইঞ্জিনৰ মডেল নম্বৰৰ দ্বিতীয় আখৰে কি প্ৰতিনিধিত্ব কৰে? | ইঞ্জিনটো কি শক্তিৰ চালিত হয় | 561 | Yes |
ঠাকুৰৰ ভ্ৰমণৰ নিচা আছিল প্ৰখৰ। ১৮৭৮ চনৰ পৰা ১৯৩২ চনৰ মাজভাগলৈ তেওঁ পাঁচখন মহাদেশৰ ত্ৰিছখনৰো অধিক দেশ ভ্ৰমণ কৰিছিল। ইয়াৰ বহুতো ভ্ৰমণৰ উদ্দেশ্য আছিল ভাৰতৰ বাহিৰৰ অনা-বঙালী পঢ়ুৱৈ আৰু শ্ৰোতাসকলক তেখেতৰ সাহিত্য কৰ্মৰ সৈতে পৰিচয় কৰি দিয়া আৰু কেখেতৰ ৰাজনৈতিক আদৰ্শ প্ৰচাৰ কৰা। ১৯১২ চনত ইংলেণ্ডলৈ যোৱাৰ যাওঁতে তেখেতে এবাকচ ক... | য়েটছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কোনখন গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰিছিল? | গীতাঞ্জলী | 529 | Yes |
১৮৪৫ চনৰ মাজত হৰ্নবি ভেলাৰ্ড প্ৰকল্পৰ কল্যাণত বোম্বাইৰ সাতোটা দ্বীপ একক ভূখণ্ডত পৰিণত হয়। ১৮৫৩ চনৰ ১৬ এপ্ৰিলত বোম্বাই আৰু পাৰ্শ্বৱৰ্তী চহৰ থানেৰ মাজত ভাৰতৰ প্ৰথম যাত্ৰীবাহী ৰেল পৰিসেৱা আৰম্ভ হয়। আমেৰিকাৰ গৃহযুদ্ধৰ (১৮৬১-৬৫) সময়ত বোম্বাই বিশ্বৰ প্ৰধান ক’পাৰ্চ বাণিজ্য বজাৰত পৰিণত হয়। ইয়াৰ ফলত চহৰৰ ব্যাপক অৰ্থনৈতিক উ... | মুম্বাইৰ প্ৰাচীন সম্প্ৰদায়ৰ নাম কি? | বোম্বাই | 46 | Yes |
১৮৭৩ চনত ইয়াত এটা জলাধাৰ নিৰ্মিত হয়। এই জলাধাৰটো পূৰ্ব আৰু পশ্চিম যমুনা খাল নামেৰে দুটা গুৰুত্বপূৰ্ণ খালৰ উৎপত্তিস্থল। এই খালদুটাৰ মাধ্যমেৰে হাৰিয়ানা আৰু উত্তৰপ্ৰদেশ ৰাজ্যৰ জনসিঞ্চনৰ পানী সৰবৰাহ কৰা হয়। পশ্চিম যমুনা খাল যমুনা নগৰ, কাৰণাল আৰু পানিপথ পাৰ হৈ হায়দাৰপুৰ ট্ৰিটমেণ্ট প্ল্যাণ্টত উপস্থিত হৈছে। এই প্ল্যাণ্টট... | পূৰ্ব আৰু পশ্চিম যমুনা খালেৰে কোন দুখন ৰাজ্যৰ লোক সকলক পানী যোগান ধৰা হৈছিল? | হাৰিয়ানা আৰু উত্তৰপ্ৰদেশ | 141 | Yes |
বিশ্বৰ ভিতৰতে চাহ উৎপাদনৰ অন্যতম কেন্দ্ৰ হিচাপে নিজৰ স্থান ধৰি ৰখাৰ লগতে অসমে তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন বৃদ্ধি কৰিছে। তদুপাকী দক্ষিণ-পূব এছিয়াৰ সৈতে বাণিজ্য বৃদ্ধিৰ বাবে ভাৰত চৰকাৰৰ 'অেক্ট ইষ্ট পলিচী'ৰ (Act East Policy) মুখ্য দুৱাৰ হিচাপে অসম বৰ্তমান বিকশিত হৈছে। | অসমে চাহ উৎপাদনৰ উপৰিও কিহৰ উৎপাদন বৃদ্ধি কৰিছে? | তেল আৰু প্ৰাকৃতিক গেছৰ | 78 | Yes |
চৰ্দাৰ বল্লভভাই পেটেল সৰুতেই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰাই দিছিল। প্ৰাইমাৰী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁক পেঠলাদ থকা এখন কনিষ্ঠ বিদ্যালয়ত ভৰ্তি কৰাই দিয়ে। ইয়াতে তেওঁ ষষ্ঠ মান শ্ৰেণীলৈকে পঢ়াৰ পিছত, উচ্চ শিক্ষা লাভৰ উদ্দেশ্যে নাদিয়াদলৈ যায়। নাদিয়াদৰ হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্... | চৰ্দাৰ বল্লভভাই পেটেলে ক’ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল? | নাদিয়াদৰ হাইস্কুলৰ পৰা | 275 | Yes |
এই সামাজিক আৰু ভাষিক আন্দোলনসমূহৰ পটভূমিতে ১৯৭৯ চনত অসমৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া আৰু প্ৰভাৱশালী গণ-আন্দোলন—'অসম আন্দোলন' বা 'বিদেশী খেদাও আন্দোলন'ৰ সূচনা হয়। ১৯৪৮ চনৰ পৰা ধাৰাবাহিকভাৱে চলি থকা অবৈধ অনুপ্ৰৱেশৰ ফলত থলুৱা অসমীয়া মানুহ নিজৰ মাটিতে ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে সংখ্যালঘু হৈ পৰাৰ আশংকাই এই আন্দোলনৰ মূল ... | এই ঐতিহাসিক আন্দোলনটো কিমান বছৰ ধৰি চলিছিল? | সুদীৰ্ঘ ৬ বছৰ | 652 | Yes |
নিয়মিত গ্ৰাহকৰ বাবে আমাৰ কোম্পানীয়ে বিশেষ লয়েল্টি পইণ্ট ব্যৱস্থা আৰম্ভ কৰিছে। প্ৰতিটো সফল ক্ৰয়ৰ বাবে গ্ৰাহকে নিৰ্দিষ্ট সংখ্যক পইণ্ট লাভ কৰে। এই পইণ্টসমূহ ভৱিষ্যতৰ ক্ৰয়ত ৰেহাই লাভ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। উৎসৱ বা বিশেষ অনুষ্ঠানৰ সময়ত অতিৰিক্ত বোনাছ পইণ্টো প্ৰদান কৰা হয়। পইণ্টসমূহ নগদ টকাত ৰূপান্তৰ কৰিব নোৱাৰি আৰ... | পইণ্টসমূহ নগদ টকাত ৰূপান্তৰ কৰিব পাৰিনে? | নোৱাৰি | 311 | Yes |
১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধ আহোম বুৰঞ্জীৰ আটাইতকৈ গৌৰৱময় আৰু বীৰত্বপূৰ্ণ অধ্যায় আছিল, য’ত মোগল সম্ৰাট ঔৰংজেৱৰ পঠোৱা বিশাল ৰাজপুত-মোগল সেনাক আহোম বাহিনীয়ে সম্পূৰ্ণৰূপে ধূলিসাৎ কৰিছিল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ নিৰ্দেশত অসমীয়া সেনাৰ প্ৰধান সেনাপতি লাচিত বৰফুকনে ব্ৰহ্মপুত্ৰৰ বুকুত এক অভূতপূৰ্ব নৌ-যুদ্ধৰ পৰিকল্পনা কৰিছিল আৰু ম... | স্বৰ্গদেউ গদাধৰ সিংহৰ পুত্ৰৰ নাম কি আছিল? | স্বৰ্গদেউ ৰুদ্ৰ সিংহ | 554 | Yes |
মৎসপুৰাণ – মৎস্যপুৰাণৰ মতে, পাৰ্বতীয়ে চূৰ্ণক বা বেচন দি নিজৰ গা মালিচ কৰি আছিল। সেই সময়ত এই চূৰ্ণকেদি এটা গজাননৰ মূৰ্তি নিৰ্মাণ কৰি তাক গঙ্গাজলত পেলাই দিয়ে। পুতুলাটো বিৰাট হৈ পৃথিৱী পূৰ্ণ কৰাত উদ্যত হোৱাত পাৰ্বতী আৰু গঙ্গাই ইয়াক পুত্ৰ বুলি সম্বোধন কৰে আৰু ব্ৰহ্মাই ইয়াক গণাধিপতি কৰি দিয়ে। বামনপুৰাণ – বামনপুৰাণৰ মত... | গণেশৰ বক্ৰতুণ্ড অৱতাৰৰ উদ্দেশ্য কি? | মাৎসৰ্যাসুৰ (অৰ্থাৎ ঈৰ্ষা) বধ | 4,458 | Yes |
আমাৰ কোম্পানীয়ে UPI, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু Cash on Delivery (COD)ৰ সুবিধা প্ৰদান কৰে। অনলাইন পেমেণ্ট ব্যৰ্থ হ'লে গ্ৰাহকে পুনৰ চেষ্টা কৰিব পাৰে বা আন এটা পেমেণ্ট পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। যদি টকা কাটি যায় কিন্তু অৰ্ডাৰ নিশ্চিত নহয়, তেন্তে অধিকাংশ ক্ষেত্ৰত ৩–৫ কৰ্মদিবসৰ ভিতৰত স্বয়ংক্ৰিয়ভাৱে টকা ... | কোম্পানীয়ে কি কি পেমেণ্টৰ সুবিধা প্ৰদান কৰে? | UPI, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু Cash on Delivery (COD) | 17 | Yes |
বি.আৰ. আম্বেদকাৰৰ প্ৰাইমেৰী শিক্ষা নিজৰ জন্মস্থানতেই আৰম্ভ হৈছিল। তাৰ পিছত তেওঁ পিতাকে বোম্বাই নগৰীলৈ লৈ গল মাধ্যমিক শিক্ষা লাভৰ কাৰণে। বোম্বাই এল ফিন ষ্টোন নামৰ হাইস্কুল খনত নাম ভৰ্তি কৰালে। কিন্তু বিদ্যালয়ত নীচ জাতিকুলৰ হোৱা বাবে ঘৃণা-অবহেলাৰ পাত্ৰ হৈছিল। তেওঁৰ সংস্কৃত শিকাৰ আগ্ৰহ আছিল যদিও শিক্ষকে তেওঁক সেই অনুমতি ... | মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পিছত বি.আৰ. আম্বেদকাৰে কোনখন মহাবিদ্যালয়ত যোগদান কৰিছিল? | এলফিনষ্টোন কলেজ | 507 | Yes |
দক্ষিণে কোলাবাৰ পৰা উত্তৰে মুলুন্দ, মানখুৰ্দ আৰু দহিচৰ পৰ্যন্ত বিস্তৃত মুম্বাইৰ প্ৰশাসনিক দায়িত্ব বৃহন্মুম্বাইপৌৰসংস্থাৰ (বিএমচি; পূৰ্বনাম বোম্বাই পৌৰসংস্থা) হাতত ন্যস্ত। চহৰৰ নাগৰিক পৰিসেৱা আৰু পৰিকাঠামোগত পৰিসেৱাৰ দায়িত্বও বিএমচি-ৰ হাতত ন্যস্ত। পৌৰসংস্থাৰ কাউন্সিলাৰসকলে আঢ়ৈ বছৰৰ ব্যৱধানত এজন মেয়ৰক নিৰ্বাচিত কৰে। ... | পৌৰসংস্থাৰ পৰিষদে কিমান বছৰৰ ব্যৱধানৰ পিছত এজন মেয়ৰ নিৰ্বাচিত কৰে? | আঢ়ৈ বছৰ | 273 | Yes |
মানৰ এই বৰ্বৰতাৰ বাবে যেতিয়া অসমৰ অস্তিত্ব ধূলিসাৎ হোৱাৰ উপক্ৰম হৈছিল, তেতিয়া চুবুৰীয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ বাণিজ্যিক সুৰক্ষাৰ স্বাৰ্থত এই পৰিস্থিতিত হস্তক্ষেপ কৰে। ইয়াৰ ফলত ব্ৰিটিছ আৰু মানৰ মাজত প্ৰথম ইংলো-বাৰ্মীজ যুদ্ধৰ সূচনা হয়। ব্ৰিটিছ সেনাই মান জাতিক শোচনীয়ভাৱে পৰাস্ত কৰি অসমৰ মাটিৰ পৰা খেদি প... | ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শাসনভাৰ কাৰ হাতলৈ গৈছিল? | ব্ৰিটিছৰ হাতলৈ | 621 | Yes |
১৯৬২ চনৰ ১৭ মাৰ্চ তাৰিখে ভাৰতৰ কৰ্নাল নামে ঠাইত কল্পনা চাওলাৰ জন্ম হৈছিল। কল্পনা চাওলাৰ আনুষ্ঠানিক জন্ম তাৰিখ ১৯৬১ চনৰ ১ জুন। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ তেওঁৰ জন্মৰ তাৰিখ সলনি কৰা হৈছিল। কল্পনা চাওলাৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে বনাৰসী লাল চাওলা আৰু সংগীতা চাওলা। কল্পনা চাওলা আছিল তেওঁলোকৰ আট... | কল্পনা চাওলাৰ মাকৰ নাম কি আছিল? | সংগীতা চাওলা | 274 | Yes |
দাৰ্জিলিঙ হিমালয়ৰ পূৰ্বাঞ্চলৰ বনৰীয়া জীৱ-জন্তুৰ আৱাসস্থলৰ এক ভৌগোলিক অংশ। দাৰ্জিলিঙৰ দাঁতিকাষৰীয়া অঞ্চলৰ উদ্ভিত জগত, ছাল (Sal), অ'ক (Oak), আংশিক-চিৰসেউজ (semi-evergreen), মধ্যমীয়া আৰু আল্পাইন (alpine) বনাঞ্চলৰে গঠিত। ছাল, অ'কৰে গঠিত ঘন চিৰসেউজ বনাঞ্চল চহৰখনৰ চাৰিওকাষে আছে। ইয়াতেই বহুতো বিৰল প্ৰজাতিৰ অৰ্কিড পোৱা যা... | দাৰ্জিলিংত কোনখন বটানিকেল গাৰ্ডেনে সাধাৰণ আৰু বিৰল প্ৰজাতিৰ উদ্ভিদৰ সংৰক্ষণত সহায় কৰে? | লয়ড বটানিকেল গাৰ্ডেন | 321 | Yes |
ইয়াৰ ঔষধৰ বৰ্ণনা থকা অংশত মৌৰ্য যুগত ব্যৱহাৰ কৰা বিভিন্ন চিকিৎসা পদ্ধতিৰ কথা আছে যি চৰক আৰু সুশ্ৰুত সংহিতাতকৈও আগৰ। চৰক,সুশ্ৰুত আৰু ভেদ সংহিতাৰ উপৰিও কাশ্যপ সংহিতা আৰু হৰিত সংহিতাও আয়ুৰ্বেদ সম্বন্ধীয় উল্লেখযোগ্য গ্ৰন্থ যাক সম্ভৱতঃ গুপ্ত যুগত(৬ শতিকা) লিখা হৈছিল। সপ্তম বা অষ্টম শতিকাৰ বাঘৱতো এক উল্লেখযোগ্য ৰচয়িতা আছ... | খ্ৰীষ্টপূৰ্ব সপ্তম বা অষ্টম শতিকাৰ এজন উল্লেখযোগ্য লেখকৰ নাম উল্লেখ কৰা। | বাঘৱতো | 286 | Yes |
ৰাণী কৰ্ণৱতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে। হুমায়ুনৰ সৈন্যয়ে চিতোৰ ৰক্ষা কৰি দিয়ে। মহামতি আলেকজেণ্ডাৰ আৰু পুৰু ৰজাএটা কিংবদন্তী অনুযায়ী, ৩২৬ খ্ৰীষ্টপূৰ্বত মহামতি আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিলে। আলেকজেণ্ডাৰৰ স্ত্ৰীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়ায় আৰু তেওঁক অনুৰোধ জনায় যে আলেক... | কোনে দিয়া ৰাথীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰিছিল? | ৰাণী কৰ্ণৱতীৰ | 0 | Yes |
[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৬৮ চনত চৰকাৰে প্ৰণয়ন কৰে 'অসম ৰাষ্ট্ৰীয় উদ্যান আইন, ১৯৬৮ চন' (The Assam National Park Act of 1968) আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ ময্যদা দিয়া হয়। [উদ্ধৃতিৰ প্ৰয়োজন] ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে ৪৩০ বৰ্গ কি.মি. মাটি-কালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিক ভাৱে ৰাষ্... | অসম ৰাষ্ট্ৰীয় উদ্যান আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? | ১৯৬৮ চনত | 20 | Yes |
আজি জুৰিৰ ভনীয়েকৰ বিয়া।ছমাহৰ আগতে আঙঠি পিন্ধোৱাৰ পৰ্ব হৈ গৈছে, তেতিয়া লৈকে তাইৰ গাত ততেই নাছিল,বেকাৰীত গৈ কেক অৰ্ডাৰ দিয়া, মানুহ মতা,ভাত ৰান্ধিবলৈ ৰান্ধনী ঠিক কৰা সকলো বোৰ তাইয়েই কৰিছিল।ভায়েক এটা আছে তাইৰ সি সৰু বুলিয়েই একো কৰিবলৈ নিদিয়ে। দেউতাকৰ সময়ে নাথাকে, মাকৰ ঘৰৰ কামৰ পৰা আজৰি নাই, ভনীয়েকৰো চাকৰিৰ চুটি ন... | জুৰিৰ ভনীয়েকে ক’ত চাকৰি কৰা ল’ৰা এজনৰ লগত বিয়া ঠিক হৈছিল? | মুম্বাইত | 1,114 | Yes |
ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত ভাৰতৰ আটাইতকৈ দীঘল ৰেল-কাৰ-ৰোড দলং 'বগীবিল দলং' (২০১৮) আৰু ধল্লা-শদিয়া সংযোগী 'ভূপেন হাজৰিকা সেতু' (২০১৭) ই সমগ্ৰ উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থা সলনি কৰি পেলাইছে। | বগীবিল দলং কি ধৰণৰ দলং? | ৰেল-কাৰ-ৰোড দলং | 45 | Yes |
সংস্কৃত ভাষাত "যমুনা" নামটোৰ অৰ্থ "যমজ"। গঙ্গা নদীৰ সমান্তৰালভাবে এই নদী প্ৰবাহিত বুলিয়েই যমুনাৰ এই নামকৰণ। বৈদিক যুগত (১৭০০ – ১১০০ খ্ৰীষ্টপূৰ্বে) ৰচিত ঋগ্বেদৰ একাধিক স্থানত "যমুনা" নামটোৰ উল্লেখ পোৱা যায়। পৰবৰ্তীকালত ৰচিত অথৰ্ববেদ আৰু ঐতৰেয় ব্ৰাহ্মণ আৰু শতপথ ব্ৰাহ্মণতো "যমুনা" নামটোৰ সন্ধান পোৱা গৈছে। ঋগ্বেদৰ এটি উ... | যমুনা নামটো ক'ত পোৱা গৈছে? | ঋগ্বেদ | 151 | Yes |
আজি জুৰিৰ ভনীয়েকৰ বিয়া।ছমাহৰ আগতে আঙঠি পিন্ধোৱাৰ পৰ্ব হৈ গৈছে, তেতিয়া লৈকে তাইৰ গাত ততেই নাছিল,বেকাৰীত গৈ কেক অৰ্ডাৰ দিয়া, মানুহ মতা,ভাত ৰান্ধিবলৈ ৰান্ধনী ঠিক কৰা সকলো বোৰ তাইয়েই কৰিছিল।ভায়েক এটা আছে তাইৰ সি সৰু বুলিয়েই একো কৰিবলৈ নিদিয়ে। দেউতাকৰ সময়ে নাথাকে, মাকৰ ঘৰৰ কামৰ পৰা আজৰি নাই, ভনীয়েকৰো চাকৰিৰ চুটি ন... | পেহীয়ে জুৰিৰ বাবে কাৰ বিয়াৰ প্ৰস্তাৱ আনিছিল? | ৰমেন | 2,488 | Yes |
মানসকলে অসম অধিকাৰ কৰাৰ পিছত ব্ৰিটিছসকলে মানৰ বিৰুদ্ধে ৰণৰ প্ৰস্তুতি চলায়। ১৮২৪ চনত নামনি অসম (কোচ হাজো) অধিগ্ৰহণ কৰা হয়। তাৰ পিছৰ বছৰ ব্ৰিটিছে উজনি অসমত মানক পৰাস্ত কৰে আৰু তেওঁলোকৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। এই যুদ্ধখনত আহোমে ব্ৰিটিছক সহায় কৰা নাছিল। একে বছৰতে ৰজা গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত "ডক্ট্ৰি... | ১৮৩৩ চনত কাৰ অধীনৰ আহোম ৰাজ্যক ব্ৰিটিছ ৰক্ষিত অঞ্চল বুলি ঘোষণা কৰা হয়? | আহোম ৰজা পুৰন্দৰ সিংহৰ | 486 | Yes |
এওঁলোকে একেলগে ভাৰতীয় জাতীয় পতাকা মিশ্বন হাতত লয়। ভেঙ্কাইয়াই এই পতাকাৰ বাবে মহাত্মা গান্ধীৰ অনুমোদন বিচাৰি যোৱাত গান্ধীজীয়ে তেওঁক "ভাৰতৰ মূৰ্তপ্ৰতীক আৰু দেশৰ সকলো অমঙ্গলহাৰী" যঁতৰৰ চিত্ৰ পতাকাত যোগ কৰাৰ পৰামৰ্শ দিয়ে। মহাত্মা গান্ধীৰ প্ৰদৰ্শিত পথত হস্তচালিত যঁতৰ আছিল ভাৰতৰ অৰ্থনৈতিক পুনৰ্জাগৰণৰ প্ৰতীক। ভেঙ্কাইয়াই... | কোনে ৰঙীন আৰু সেউজীয়া দৃশ্যত য়িনৰ ছবিৰ সৈতে এখন পতাকা প্ৰস্তুত কৰে? | ভেঙ্কাইয়া | 52 | Yes |
১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজে অসম নিজৰ হাতলৈ নিয়াক অসমীয়া মানুহে সহজে মানি লোৱা নাছিল।পিয়লি ফুকন আৰু গুমধৰ কোঁৱৰ: ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ চলাইছিল গুমধৰ কোঁৱৰ আৰু পিয়লি ফুকনে। ১৮৩০ চনত পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল।১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ: অসমত এই বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে। ১৮৫৮ চনত... | ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে চলাইছিল? | গুমধৰ কোঁৱৰ আৰু পিয়লি ফুকনে | 171 | Yes |
দক্ষিণ আফ্ৰিকাত গান্ধীৰ জীৱনৰ নাটকীয় পৰিৱৰ্তন হয়। ইয়াতেই তেওঁ ভাৰতীয় তথা কৃষ্ণাঙ্গসকলৰ প্ৰতি সাধাৰণভাবে প্ৰচলিত বৈষম্যৰ চিকাৰ হয়। এদিনাখন ডাৰবানৰ আদালতৰ মেজিষ্ট্ৰেটে তেখেতক পাগুৰি খুলিবলৈ আদেশ দিয়ে। গান্ধীয়ে সেই আদেশ অমান্য কৰি আদালত কক্ষৰপৰা বাহিৰ হৈ আহে। পিটাৰ মেৰিজবাৰ্গ ভ্ৰমণ কালত প্ৰথম শ্ৰেণীৰ টিকট থকা স্বত্... | গান্ধীয়ে 1894 চনত কি স্থাপন কৰিছিল? | নাটাল ইণ্ডিয়ান কংগ্ৰেছ | 1,102 | Yes |
ৰাজনীতিত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ পৰিবৰ্তে তেওঁ দেশ সেৱাত মনোনিবেশ কৰিলে। সেইসময়ত দুটা কাম হাতত লৈছিল, মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ প্ৰসাৰ কৰা আৰু আনটো হল দিল্লীত এখন আদৰ্শ বিশ্ববিদ্যালয় জামিয়া-মিলিয়া প্ৰতিষ্ঠা কৰাৰ উদ্যোগ। ১৯৩৭ চনত গান্ধীজীয়ে বিদেশী স্কুলত শিক্ষা বিসৰ্জন দি দেশৰ সন্মুখত বুনিয়াদী শিাৰ জাতীয় আ... | হুছেইনক পিছলৈ কি পদত অধিস্থিত কৰা হৈছিল? | আচাৰ্য | 716 | Yes |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা ঋতু অনুভূত হয়: গ্ৰীষ্ম, বৰ্ষা আৰু শীত। শীতকালটো শুকান আৰু নাতিশীত, নৱেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈ শীত অনুভূত হয়। এই সময়ত সৰ্ব্বোচ্চ উষ্ণতা গড়ে ২৫°ছে. আৰু সৰ্বনিম্ন গড় উষ্ণতা ৫°ছে.। [উদ্ধৃতিৰ প্ৰয়োজন] বিল, নলা আদি শুকাই যায়। মাৰ্চ আৰু মে মাহত গ্ৰীষ্ম ঋতু বিৰাজ কৰে। এই সময়ত সৰ্... | কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় বাৰ্ষিক বৰষুণ কিমান? | ২২২০ মি.মি | 534 | Yes |
আন্তৰ্জাতিক ফুটবলক বিদায় জনালে ছাডিঅ’মানেই। বিশ্বকাপত আশা জগাই তুলিও বিফল হ’ল ছেনেগাল।
প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ হাতত ৩-২ গ’লত হাৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ল ‘লায়নছ অৱ তেৰাংগা’। সেই হতাশাতেই ৩৪ বছৰীয়া তাৰকাগৰাকীয়ে ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।
এক বিবৃতিত অৱসৰৰ কথা ঘোষণা কৰে মানেই। আৱেগিক বা... | আন্তৰ্জাতিক ফুটবলক কোনে বিদায় জনালে? | ছাডিঅ’মানেই | 32 | Yes |
ৰাণী কৰ্ণৱতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে। হুমায়ুনৰ সৈন্যয়ে চিতোৰ ৰক্ষা কৰি দিয়ে। মহামতি আলেকজেণ্ডাৰ আৰু পুৰু ৰজাএটা কিংবদন্তী অনুযায়ী, ৩২৬ খ্ৰীষ্টপূৰ্বত মহামতি আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিলে। আলেকজেণ্ডাৰৰ স্ত্ৰীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়ায় আৰু তেওঁক অনুৰোধ জনায় যে আলেক... | আলেকজেণ্ডাৰ দ্য গ্ৰেটে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল | ৩২৬ খ্ৰীষ্টপূৰ্বত | 178 | Yes |
গ্ৰাহকে ক্ৰয় কৰা সামগ্ৰী ডেলিভাৰীৰ তাৰিখৰ পৰা ৭ দিনৰ ভিতৰত ৰিটাৰ্ণ কৰিব পাৰে। ৰিটাৰ্ণৰ বাবে সামগ্ৰীটো ব্যৱহাৰ নকৰা, ক্ষতিগ্ৰস্ত নোহোৱা আৰু মূল পেকেজিঙত থাকিব লাগিব। ৰিটাৰ্ণ অনুৰোধ অনুমোদিত হোৱাৰ পিছত সামগ্ৰীটো সংগ্ৰহ কৰা হ'ব। পৰীক্ষাৰ পিছত ৰিফাণ্ড গ্ৰাহকৰ মূল পেমেণ্ট পদ্ধতিলৈ ৫–৭ কৰ্মদিবসৰ ভিতৰত প্ৰেৰণ কৰা হয়। কিছুমা... | গ্ৰাহকে ক্ৰয় কৰা সামগ্ৰী ডেলিভাৰীৰ তাৰিখৰ পৰা কিমান দিনৰ ভিতৰত ৰিটাৰ্ণ কৰিব পাৰে? | ৭ দিনৰ ভিতৰত | 47 | Yes |
গ্ৰাহকে ক্ৰয় কৰা সামগ্ৰী ডেলিভাৰীৰ তাৰিখৰ পৰা ৭ দিনৰ ভিতৰত ৰিটাৰ্ণ কৰিব পাৰে। ৰিটাৰ্ণৰ বাবে সামগ্ৰীটো ব্যৱহাৰ নকৰা, ক্ষতিগ্ৰস্ত নোহোৱা আৰু মূল পেকেজিঙত থাকিব লাগিব। ৰিটাৰ্ণ অনুৰোধ অনুমোদিত হোৱাৰ পিছত সামগ্ৰীটো সংগ্ৰহ কৰা হ'ব। পৰীক্ষাৰ পিছত ৰিফাণ্ড গ্ৰাহকৰ মূল পেমেণ্ট পদ্ধতিলৈ ৫–৭ কৰ্মদিবসৰ ভিতৰত প্ৰেৰণ কৰা হয়। কিছুমা... | কি কি সামগ্ৰী ৰিটাৰ্ণৰ বাবে যোগ্য নহয়? | ব্যক্তিগত ব্যৱহাৰৰ সামগ্ৰী, খাদ্যবস্তু বা কাষ্টমাইজ কৰা সামগ্ৰী | 342 | Yes |
আহোম সাম্ৰাজ্যৰ ঐতিহাসিক আৱিৰ্ভাৱ আৰু ইয়াৰ কেইবা শতিকাজোৰা শাসনে অসমৰ ভৌগোলিক, সামাজিক আৰু সাংস্কৃতিক পৰিচয় গঠনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১২২৮ খ্ৰীষ্টাব্দত টাই কোঁৱৰ স্বৰ্গদেউ চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি উজনি অসমৰ নামৰূপত আহোম ৰাজ্যৰ ভেটি স্থাপন কৰিছিল আৰু চৰাইদেউত তেওঁলোকৰ প্ৰথম স্থায়ী ৰাজধানী পা... | স্বৰ্গদেউ চ্যুকাফাই আহোম ৰাজ্য স্থাপন কৰিবলৈ কোন পৰ্বত পাৰ হৈ আহিছিল? | পাটকাই পৰ্বত | 202 | Yes |
১৯৫০ চনত ভাৰতত সাধাৰণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। তাৰ এবছৰ পাছতেই, অৰ্থাৎ ১৯৫১ চনত, ভাৰতীয় মানক ব্যুৰো (বিএচআই) প্ৰথম বাৰ জাতীয় পতাকা উৎপাদন সংক্ৰান্তত কিছু বিধি নিৰ্দেশ জাৰি কৰে। ১৯৬৪ চনত ভাৰতত মেট্ৰিক পদ্ধতি গ্ৰহণ কৰাত এই বিধিনিৰ্দেশত কিছু সংশোধনী অনা হয়। তাৰপাছত ১৯৬৮ চনৰ ১৭ আগষ্টত পুনৰায় বিধিসমূহ সংশোধিত কৰা হয়। আকাৰ... | পতাকা উৎপাদনত দুই প্ৰকাৰৰ খাদী ব্যৱহাৰ কৰা হয়: প্ৰথমটো কি? | খাদী-বাণ্টিং | 796 | Yes |
চুৰি হোৱা সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিছে। মণিপুৰ ইম্ফলৰ জগনাৰায়ণ প্ৰসাদ নামৰ এজন ব্যৱসায়ীয়ে লক্ষীপুৰ থানাত শুকুৰবাৰে ৰুজু কৰা এক গোচৰৰ ভিত্তিত বাচকান্দি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এই সফলতা লাভ কৰে।
আৰক্ষীয়ে মুঠ ১,১১০ কাৰ্টন কোকাকোলা আৰু অন্য শীতল পানীয় জব্দ কৰে। আৰক্ষীৰ এক স... | আৰক্ষীয়ে মুঠ কিমান কাৰ্টন কোকাকোলা জব্দ কৰে? | ১,১১০ কাৰ্টন | 254 | Yes |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.