1hr_demo / transcribe.txt
tuklu's picture
Override with Parquet version
a0984c9 verified
Raw
History Blame Contribute Delete
125 kB
হেল্ল' ষ্টুডেণ্টছ, স্বাগতম জনাইছোঁ জ্ঞানম টিউচনৰ এটা নতুন ভিডিঅ'লৈ। তোমালোকে আজি ক্লাছটোত পঢ়িবলৈ গৈ আছা আমাৰ ক্লাছ টেনৰ জেনেৰেল চায়েন্সৰ যিটো চেপ্তাৰ নম্বৰ ইলেভেন, মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী। আজি আমি এই চেপ্তাৰটো আৰম্ভ কৰিম, গতিকে এইটো আমাৰ ফাৰ্ষ্ট পাৰ্ট হ'ব। আজিৰ ক্লাছটোত আমি এনেকুৱা কিছুমান বস্তু আগৰ পৰা জানি আহিব লাগিব যিখিনি আমি আগৰ চেপ্তাৰটোত পাইছিলোঁ—পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। তাত আমি লেন্সৰ কথা পাইছিলোঁ, তাত আমি প্ৰতিসৰণৰ কথা পাইছিলোঁ। গতিকে সেই পোহৰৰ চেপ্তাৰটোৰ লগত আমি সংগতি ৰাখি এইটো চেপ্তাৰ পঢ়িব পাৰোঁ। কিয়নো বহুতখিনি বস্তু এনেকুৱা আছে যিখিনি আমি চেপ্তাৰ টেনটো জানিলেহে এইটো চেপ্তাৰত আমি বুজি পাম। গতিকে সেই চেপ্তাৰ টেন অৰ্থাৎ পোহৰৰ যিটো আমাৰ চেপ্তাৰ আছিলে, তাৰ লিংক মই ডেস্ক্ৰিপচনত দি দিম, তোমালোকে সেই ভিডিঅ'টো প্ৰথমতে চাই আহিব পাৰা।
এতিয়া আমি এই লেচনটো পঢ়োঁতে, আমাক ডিৰেক্টলি এইবুলি দিয়া নাই যে মানুহৰ চকু। আমাক কোৱা হৈছে যে মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী। চ' আমাৰ বাৰে বৰণীয়া মানে কি? ৰং-বিৰঙৰ পৃথিৱী। ধেৰ ৰং আছে পৃথিৱীখনত, ধুনীয়া ধুনীয়া—ৰঙা, নীলা, সেউজীয়া, হালধীয়া। চ' সেই ৰংবিলাকৰ লগত আমাৰ চকুটোৰ কথা কিয় কোৱা হৈছে লেচনটোৰ নামটোতে এনেকে? যে আমাৰ পঞ্চইন্দ্ৰিয় বুলি ক'লে আমি চকুৰ কথা বুজিলোঁ, নাকৰ কথা বুজিলোঁ গোন্ধ ল'বৰ বাবে, চকুৱে দেখিবৰ বাবে, হয়নে? তাৰপিছত জিভা, সোৱাদ ল'বৰ বাবে। ছালখন লাগে আমি স্পৰ্শ কৰি বুজিবৰ বাবে, আৰু কি থাকিলে? কাণ, আমি শুনিবৰ বাবে। এইয়া হৈছে আমাৰ পঞ্চইন্দ্ৰিয়। সেই পঞ্চইন্দ্ৰিয়ৰ সবেই বেলেগ বেলেগ কাম থাকে, আৰু আমাৰ চকুটোৰ কামটো কি? অন্ধ এজন মানুহে যদি কিবা এটা বস্তু ছুই চায়, চাপ'জ এই পেইনটো এনেকে ছুই চালে, বুজি পাব যে এইটো পেইন হয়। ছুই চাইতো বুজি পায় ন বস্তুতো? চকী এখন ছুই চালে, বুজি পালে এইখন এখন চকী হয়। কিন্তু সেই বস্তুটোৰ ৰংটো কোনে ধৰিব নোৱাৰিব? যে যদি সেই মানুহজন অন্ধ হয়, তেওঁ যদি চকুৰে দেখি নাপায়, তেতিয়াহ'লে তেওঁ সেই ৰংটো ধৰিব নোৱাৰিব। তাৰমানে পঞ্চইন্দ্ৰিয়ৰ আমাৰ এই চকু যিটো অংগ, তাৰ মূল কামটো হ'ল যে আমি পোহৰ দেখিব লাগে। তাৰমানে পোহৰে হৈতে আমি বস্তুটো বা ৰঙেৰে হৈতে বস্তুটো চিনিব লাগে। হয়নে? অকল পোহৰ বুলিয়েই নহয়, আমি ৰঙেৰে হৈতে বস্তুটো চিনিব লাগে। এতিয়া সেইকাৰণে কৈছে যে বাৰে বৰণীয়া পৃথিৱীখন, তুমি যদি তোমাৰ দেখিবলৈ মন আছে তেতিয়াহ'লে তোমাক কি লাগিব? তোমাক চকুটো লাগিব। গতিকে সেই মানুহৰ চকুটোৱে কেনেকে কাম কৰে, মানুহৰ চকুটোৰ কিছুমান বিকাৰ আছে, যেনেকে মই এতিয়া মোৰ চকুটোতো বিকাৰ আছে ক'বলৈ গ'লে, সেইকাৰণে মই চছমা পিন্ধিবলগীয়া হৈছে। চছমাজোৰ কিয় পিন্ধিব লাগে, বিকাৰবিলাক কি প্ৰকাৰৰ হয়, হয়নে? আৰু এই চছমাজোৰ পিন্ধিলে সেই বিকাৰটোৰ শুধৰণি কেনেকে হয় মানে বেমাৰটো ভাল কেনেকে হয়, এই গোটেইবিলাক বস্তু ইন্টাৰেষ্টিং এটা ৱে'ত আমি এই গোটেই চেপ্তাৰটোত পঢ়িম। বুজি পাইছা? চ' চেপ্তাৰটোৰ নামটো সেইটো কাৰণে কোৱা হৈছে মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী। পৃথিৱীখন বাৰে বৰণীয়া, তাক দেখিবলৈ কিন্তু তোমাৰ কি লাগিব, চকুকেইটাও লাগিব, নহ'লে তুমি ৰংটো ধৰিব নোৱাৰিবা।
ঠিক আছে। চ' আজি আমি চেপ্তাৰটোৰ আৰম্ভণিতে পঢ়িম, এটা চিহ্নিত চিত্ৰৰ দ্বাৰা মানৱ চকুৰ কাৰ্যপ্ৰণালী ব্যাখ্যা। যে মানুহৰ চকুটো আমি কেনেকে কাম কৰে, তাত বিভিন্ন ধৰণৰ কি কি আকৌ অংগ থাকে, এই বস্তুখিনি হৈতে আমি প্ৰথমতে জানি ল'ব লাগিব। এনে বাহিৰৰ পৰা চালে মানুহৰ চকুটো এনেকুৱা, কিন্তু যদি তুমি ভালকে চাবলৈ যোৱা, মানুহৰ চকুটো এনেকুৱা এটা বলৰ নিচিনা, ঘূৰণীয়া। হয়নে? ঘূৰণীয়া বুলি ক'লে আমাৰ ভুল হ'ব, লাইক এটা বৃত্তৰ নিচিনাকে নাভাবিবা, ফুটবল এটাৰ নিচিনা বুলি ভাবা। ফুটবলটোক আমি কওঁ কি বুলি? গোলক, এটা গোলকৰ নিচিনা। বুজি পাইছা? গতিকে ইয়াত থকা বিভিন্ন অংগবিলাক আমি এতিয়া প্ৰথমতে চিনাক্ত কৰিম, তাৰপিছত আমি চকুৰ এটা চিহ্নিত চিত্ৰ আঁকিম।
চ' চোৱা, চ' প্ৰায়বিলাক ক্ষেত্ৰত এনেকে দেখা যায় যে চিহ্নিত চকুৰ বা মানৱ চকুৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰোঁতে আমি প্ৰথমতে ছবি এটা আঁকি লোৱা হয় আৰু তাৰপিছত বিভিন্ন ধৰণৰ অংগবিলাক আমি দেখাই দেখাই তাক বুজো। কিন্তু মই সেইটো ষ্টেপ ফ'ল্ল' নকৰোঁ। মই ইয়াত কিছুমান যিবিলাক অংগ আছে মই এটা চিৰিয়েলি এটা অৰ্ডাৰত মই লিখি ল'ম। আৰু ইটোৰ পিছত সিটো। চোৱা, আমাৰ হাতখন কিহৰ বাবে আছে? আমি কাম কৰিবৰ বাবে আছে। ভৰিকেইটা খোজ কাঢ়িবৰ বাবে আছে। চকুকেইটা চাবৰ বাবে আছে, হয়নে? দাঁতকেইটা কিবা বস্তু চোবাই খাবৰ বাবে আছে। চ' চকুটোত থকা প্ৰতিটো বস্তুৱে কিবা এটা কামৰ বাবে আহিছে। আমি কামটোৰে হৈতে চিত্ৰটো আঁকিম। যে আমুকটো কামৰ এটা প্ৰয়োজন হৈছে, গতিকে চকুটোত আমি কিবা এটা অংগ এতিয়া দৰকাৰ হ'ব। তেনেকে ধৰণেৰে আমি পঢ়িম। চাবা দেই। আমি বাহিৰৰ পৰা দেখিলে চকুটো যে এনেকে দেখি পাওঁ, হয়নে? তাতে চকুৰ এই যেটো অংগ, এইটো, একদম মাজত দেখিছানে ক'লাকে এটা অংগ থাকে, তাক আমি চকুৰ মণি বুলি কওঁ। অকে? যিটো আমি ইয়াত এনেকা ধৰণে দেখি পাইছোঁ। তেনেকে ধৰণৰ আৰু বিভিন্ন ধৰণৰ অংগ আছে, ভিতৰত লেন্স থাকিব, বেলেগ কিবাকিবি থাকিব। সেই গোটেইখিনি বস্তু আমি প্ৰথমতে আঁকি লওঁ। ইয়াত মই জাষ্ট এটা বস্তু দেখাইছোঁ যে আমি জেনেৰেলি এনেকে দেখোঁ, কিন্তু আচলতে হয় এনেকুৱা। আৰু আমি পঢ়িবলৈ গৈছোঁ কোনটো? এইটো।
ঠিক আছে? চোৱা। ক্লাছ নোটটো তোমালোকে আমাৰ জ্ঞানম টিউচন এপটোত পাই যাবা। কেনেকে কি পাবা মই একেবাৰে শেষত তোমালোকক জনাই দিম বাৰু। এতিয়া ক্লাছৰ মাজত আৰু বেছি এক্সপ্লেইন কৰি নাথাকোঁ। তথাপিটো মই নোটটো ইয়াতে তোমালোকক দেখাই দিছোঁ চোৱা। মই কোৱা কথাখিনি কেনেকে ধৰণে তোমালোকে লিখিব লাগিব, ইয়াটো তোমালোকে লিখি ল'ব পাৰা স্ক্ৰীনশ্বট লৈ। যে পোনপ্ৰথমে পোহৰ ৰশ্মি কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেদি আমাৰ চকুত প্ৰৱেশ কৰে। কৰ্ণিয়া কি হয়? কৰ্ণিয়া মানে এখন পাতল ছাল হয়, এইখন, এইখনেই কৰ্ণিয়া। হ'লনে? কৰ্ণিয়াৰ মাজেদি পাৰ হৈ যোৱা পোহৰ ৰশ্মি চকুৰ মণিত পৰে। এই পোহৰ ৰশ্মি গৈ গৈ ক'ত পৰিব? চকুৰ মণি, এইটো হ'ল চকুৰ মণি। চকুৰ মণিৰ পৰা পোহৰ কিমান পৰিমাণে পাৰ হৈ যাব তাক নিয়ন্ত্ৰণ কৰে চকুৰ পতাই। এই যে কৈছিলোঁ চকুৰ মণিটো সৰু-ডাঙৰ কৰি থাকিব পাৰে, সেইটো কোনে কৰিব? চকুৰ পতাই। আমি ইয়াত এনেকে ধৰণে দেখাম, এইখন হৈছে চাপ'জ চকুৰ পতাখন। অকে? আমি ইয়াক এনেকে ধৰণে মাৰ্ক কৰি দিব পাৰোঁ, চকুৰ পতা। আৰু এইয়া হৈছে আমাৰ চকুৰ মণিটো, এইটোতো গমেই পাইছা, এইটো হৈছে আমাৰ চকুৰ মণিটো। এইটো হৈছে চকুৰ মণি।
এতিয়া কথা হ'ল, তোমালোকে দেখিছা যে কেমেৰা, ডি.এছ.এল.আৰ. কেমেৰাবিলাকত দেখিছানে এখন লেন্স থাকে। আৰু সেই লেন্সখন যদি নাথাকে, তেতিয়া বস্তুটো ভালকে আমি ইমেজ এটা তুলিব নোৱাৰোঁ বা আমি ভিডিঅ' এটা কৰিব নোৱাৰোঁ। এক মিনিট, মোৰ নিজৰ ভিডিঅ'টো অন হৈ আছেনে নাই চাই লওঁ। আছে। চ' সেই লেন্সখনৰ কামটো কি হয়? যে আমি বস্তুটো এটা ফ'কাছ কৰিব পাৰোঁ, ধুনীয়াকে তাক আমি ভিডিঅ'টো কৰিব পাৰোঁ, একদম ক্লিয়েৰ যে আহে যাতে পিকচাৰটো। হয়নে? চ' ঠিক তেনেধৰণে আমাৰ এই পোহৰ ৰশ্মি ইয়াৰ মাজেদি পাৰ হৈ গৈ আমাৰ চকুটোত য'ত প্ৰতিবিম্ব গঠন হ'ব, সেই প্ৰতিবিম্বটো এটা ফ'কাছত গঠন হ'ব লাগিব। সেই ফ'কাছ কৰাৰ কামটো কোনে কৰিব? লেন্সখনে কৰিব। আৰু লেন্সখনক আমি ফ'কাছটো এডজাষ্ট কৰিব লাগিব। কেতিয়াবা দূৰত থকা বস্তু দেখিব লাগিব, কেতিয়াবা ওচৰত থকা বস্তু। সেইটো কোনে এডজাষ্ট কৰিব? চিলিয়াৰি পেশীয়ে। চিলিয়াৰি পেশীটো আমি এনেকুৱা ধৰণৰ ইয়াতে অংকন কৰিব লাগিব। চোৱা, এনেকুৱা ধৰণৰ এটা পেশী, এনেকুৱা ধৰণৰ এটা পেশী, এনেকে ধৰণে আমি দেখাম। এইটো, এইটোক কোৱা হয় কি বুলি? চিলিয়াৰি পেশী। এই চিলিয়াৰি পেশীৰ কামটো কি? যে চকুৰ লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যটো কম-বেছি কৰিব পাৰে যাতে। সেই কামটো কোনে কৰিব? এই চিলিয়াৰি পেশীয়ে। আমি লিখি দিওঁ এইটো, এইটো হ'ল চিলিয়াৰি পেশী। দেখিছা? চিচটেমেটিকেলি আহি আছে বস্তুখিনি। চিলিয়াৰি পেশী। এই এতিয়া আমাৰ চিলিয়াৰি পেশীলৈকে কাম হৈ গ'ল চোৱা। আমি কৈ গৈছোঁ কথাখিনি আৰু আমি বুজিও গৈছোঁ, আমি লিখিও যাব পাৰিম তেনেকে। যে কৰ্ণিয়া কি হয়? যে চকুৰ চকুত প্ৰৱেশ কৰা পোহৰ ৰশ্মি পোনপ্ৰথমে কৰ্ণিয়াৰ মাজেদি পাৰ হৈ যায়। কৰ্ণিয়া এই চকুটোৰ চকুটোৰ আগফালে অকণমানি এটা পাতল লেয়াৰ এটা থাকে। সেইটো হৈছে কৰ্ণিয়া। তাৰপিছত চকুৰ মণি কি হয়? যে পোহৰৰ ৰশ্মি কৰ্ণিয়াৰ মাজেদি পাৰ হৈ আহি য'ত পৰে পোনপ্ৰথমবাৰৰ বাবে, সেইটো হৈছে চকুৰ মণি। আৰু এইটো এটা সৰু এটা ৰন্ধ্ৰ হয়, এটা বিন্ধা হয় যাৰ মাজেদি পোহৰ সোমাই এই চকুটোৰ ভিতৰলৈ যাব পাৰিব। আৰু সেই চকুৰ মণিটো সৰু-ডাঙৰ কৰি থাকিবৰ বাবে আমাক কি লাগে? চকুৰ পতাখন লাগে। যাতে বেছি পোহৰে আমাৰ চকুটো নষ্ট কৰিব নোৱাৰে। বেছি পোহৰ আহিলে সৰু হৈ যাব, বেছিকে পোহৰ সোমাবলৈ নিদিয়ে। আৰু কম পোহৰত চকুৰ মণিটো ডাঙৰ হৈ যাব, যাতে পোহৰ বেছিকে সোমাই যায়। আন্ধাৰত মানে কম পোহৰত যাতে আমি ক্লিয়েৰলি বস্তুবিলাক দেখি পাওঁ। সেইয়া হৈছে চকুৰ পতাৰ কাম যে চকুৰ মণিটো সৰু-ডাঙৰ কৰি থকাটো। তাৰপিছত আহি যোৱা লেন্স। লেন্সএ কি কৰিব? আমাৰ চকুৰ ভিতৰত যিটো প্ৰতিবিম্ব গঠন কৰিব, সেই প্ৰতিবিম্বটো এটা ফ'কাছত গঠন হ'ব লাগিব। ফ'কাছ কৰাৰ কামটো কোনে কৰিব? লেন্সখনে কৰিব। আৰু লেন্সখনক আকৌ আমি ফ'কাছটো এডজাষ্ট কৰিব লাগিব। কেতিয়াবা দূৰত থকা বস্তু দেখিব লাগিব, কেতিয়াবা ওচৰত থকা বস্তু। সেইটো কোনে এডজাষ্ট কৰিব? চিলিয়াৰি পেশীয়ে। এই চিলিয়াৰি পেশীটো সংকোচন আৰু প্ৰসাৰণ হ'ব পাৰে। সি লেন্সখনক চেপা মাৰি ধৰিব পাৰে, আৰু লেন্সখনক এনেকে বহলাই এ চোৱা, এই লেন্সখনৰ ধৰি লোৱা এইটো হৈ গ'ল ইয়াৰ থিকনেছ, তাৰমানে ই কিমান শকত। সেই শকতটো কেতিয়াবা লেন্সখনক যদি কিবা এটা বস্তু যদি তুমি চেপা মাৰি দিয়া, কেনেকুৱা হ'ব? লেন্সখন বেছি শকত হৈ যাব। হয়নে? তাৰ ফ'কাছ দৈৰ্ঘ্যটো সলনি হ'ব। ফ'কাছ দৈৰ্ঘ্যটো কি হ'ব? কমি যাব। আৰু যদি লেন্সখনক যদি এনেকে এইটো হৈছে আমাৰ সংকোচন, প্ৰসাৰণ যদি হ'বলৈ দিয়ে, তেতিয়াহ'লে লেন্সখন এনেকুৱা ধৰণৰ হ'ব, তাৰ ফ'কাছ দৈৰ্ঘ্যটো বাঢ়ি যাব। গতিকে বঢ়া-কমা কামটো চিলিয়াৰি পেশীটোৱে তাক সংকোচন আৰু প্ৰসাৰণ কৰি কৰি থাকে। বুজি পাইছা? এইটো হৈছে চিলিয়াৰি পেশীৰ কাম। তাৰপিছত আহি গ'ল অক্ষিপট। এতিয়া এই গোটেই পোহৰখিনি গৈটো ক'ৰবাত পৰিব লাগিব। যেনেকে আমি চিনেমা চালে, চিনেমা হ'লত আমি দেখিছোঁ যে স্ক্ৰীন এখন থাকে। আৰু ইয়াৰ পৰা প্ৰজেক্টৰটোৱে যিখিনি ফটো মানে যিখিনি লাইট পঠায়, সেই লাইটখিনি স্ক্ৰীনখনত ফ'কাছ হয়, তাত আমি চিনেমাখন দেখি পাওঁ, মুভিখন আমি দেখি পাওঁ। হয়নে? বা আজিকালি স্কুলবিলাকতো আছে প্ৰজেক্টৰ, প্ৰজেক্টৰত আমি যিখন স্ক্ৰীনত আমি দেখি পাওঁ। চ' সেই স্ক্ৰীনখন আমাৰ চকুৰ ভিতৰতো এখন লাগিব স্ক্ৰীন, সেইখনক কোৱা হয় কি বুলি? অক্ষিপট। যে চকুৰ ভিতৰত য'ত প্ৰতিবিম্ব গঠন হয়। অক্ষিপটটো আমি দেখাবলৈ আমি এনেকে ধৰণে দেখাম, এইখনেই হৈছে আমাৰ বাবে অক্ষিপট। পৰ্দাখন তাৰমানে, চকুৰ পৰ্দাখন এইখন। ইয়াত এনেকে ধৰণে থাকে। ঠিক আছে? চ' ক্লাছ নোটটো তোমালোকে আমাৰ জ্ঞানম টিউচন এপটোত পাই যাবা, কেনেকে কি পাবা মই একেবাৰে শেষত তোমালোকক জনাই দিম বাৰু। এতিয়া ক্লাছৰ মাজত আৰু বেছি এক্সপ্লেইন কৰি নাথাকোঁ। তথাপিটো মই নোটটো ইয়াতে তোমালোকক দেখাই দিছোঁ চোৱা। মই কোৱা কথাখিনি কেনেকে ধৰণে তোমালোকে লিখিব লাগিব, ইয়াটো তোমালোকে লিখি ল'ব পাৰা স্ক্ৰীনশ্বট লৈ। যে পোনপ্ৰথমে পোহৰ ৰশ্মি কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেদি আমাৰ চকুত প্ৰৱেশ কৰে। কৰ্ণিয়া কি হয়? কৰ্ণিয়া মানে এখন পাতল ছাল হয়, এইখন, এইখনেই কৰ্ণিয়া। হ'লনে? কৰ্ণিয়াৰ মাজেদি পাৰ হৈ যোৱা পোহৰ ৰশ্মি চকুৰ মণিত পৰে। এই পোহৰ ৰশ্মি গৈ গৈ ক'ত পৰিব? চকুৰ মণি, এইটো হ'ল চকুৰ মণি। চকুৰ মণিৰ পৰা পোহৰ কিমান পৰিমাণে পাৰ হৈ যাব তাক নিয়ন্ত্ৰণ কৰে চকুৰ পতাই। এই যে কৈছিলোঁ চকুৰ মণিটো সৰু-ডাঙৰ কৰি থাকিব পাৰে, সেইটো কোনে কৰিব? চকুৰ পতাই। আমি ইয়াত এনেকে ধৰণে দেখাম, এইখন হৈছে চাপ'জ চকুৰ পতাখন। অকে? আমি ইয়াক এনেকে ধৰণে মাৰ্ক কৰি দিব পাৰোঁ, চকুৰ পতা। আৰু এইয়া হৈছে আমাৰ চকুৰ মণিটো, এইটোতো গমেই পাইছা, এইটো হৈছে আমাৰ চকুৰ মণিটো। এইটো হৈছে চকুৰ মণি।
এতিয়া কথা হ'ল, তোমালোকে দেখিছা যে কেমেৰা, ডি.এছ.এল.আৰ. কেমেৰাবিলাকত দেখিছানে এখন লেন্স থাকে। আৰু সেই লেন্সখন যদি নাথাকে, তেতিয়া বস্তুটো ভালকে আমি ইমেজ এটা তুলিব নোৱাৰোঁ বা আমি ভিডিঅ' এটা কৰিব নোৱাৰোঁ। এক মিনিট, মোৰ নিজৰ ভিডিঅ'টো অন হৈ আছেনে নাই চাই লওঁ। আছে। চ' সেই লেন্সখনৰ কামটো কি হয়? যে আমি বস্তুটো এটা ফ'কাছ কৰিব পাৰোঁ, ধুনীয়াকে তাক আমি ভিডিঅ'টো কৰিব পাৰোঁ, একদম ক্লিয়েৰ যে আহে যাতে পিকচাৰটো। হয়নে? চ' ঠিক তেনেধৰণে আমাৰ এই পোহৰ ৰশ্মি ইয়াৰ মাজেদি পাৰ হৈ গৈ আমাৰ চকুটোত য'ত প্ৰতিবিম্ব গঠন হ'ব, সেই প্ৰতিবিম্বটো এটা ফ'কাছত গঠন হ'ব লাগিব। সেই ফ'কাছ কৰাৰ কামটো কোনে কৰিব? লেন্সখনে কৰিব। আৰু লেন্সখনক আকৌ আমি ফ'কাছটো এডজাষ্ট কৰিব লাগিব। কেতিয়াবা দূৰত থকা বস্তু দেখিব লাগিব, কেতিয়াবা ওচৰত থকা বস্তু। সেইটো কোনে এডজাষ্ট কৰিব? চিলিয়াৰি পেশীয়ে। এই চিলিয়াৰি পেশীটো সংকোচন আৰু প্ৰসাৰণ হ'ব পাৰে। সি লেন্সখনক চেপা মাৰি ধৰিব পাৰে, আৰু লেন্সখনক এনেকে বহলাই এ চোৱা, এই লেন্সখনৰ ধৰি লোৱা এইটো হৈ গ'ল ইয়াৰ থিকনেছ, তাৰমানে ই কিমান শকত। সেই শকতটো কেতিয়াবা লেন্সখনক যদি কিবা এটা বস্তু যদি তুমি চেপা মাৰি দিয়া, কেনেকুৱা হ'ব? লেন্সখন বেছি শকত হৈ যাব। হয়নে? তাৰ ফ'কাছ দৈৰ্ঘ্যটো সলনি হ'ব। ফ'কাছ দৈৰ্ঘ্যটো কি হ'ব? কমি যাব। আৰু যদি লেন্সখনক যদি এনেকে এইটো হৈছে আমাৰ সংকোচন, প্ৰসাৰণ যদি হ'বলৈ দিয়ে, তেতিয়াহ'লে লেন্সখন এনেকুৱা ধৰণৰ হ'ব, তাৰ ফ'কাছ দৈৰ্ঘ্যটো বাঢ়ি যাব। গতিকে বঢ়া-কমা কামটো চিলিয়াৰি পেশীটোৱে তাক সংকোচন আৰু প্ৰসাৰণ কৰি কৰি থাকে। বুজি পাইছা? এইটো হৈছে চিলিয়াৰি পেশীৰ কাম। তাৰপিছত আহি গ'ল অক্ষিপট। এতিয়া এই গোটেই পোহৰখিনি গৈটো ক'ৰবাত পৰিব লাগিব। যেনেকে আমি চিনেমা চালে, চিনেমা হ'লত আমি দেখিছোঁ যে স্ক্ৰীন এখন থাকে। আৰু ইয়াৰ পৰা প্ৰজেক্টৰটোৱে যিখিনি ফটো মানে যিখিনি লাইট পঠায়, সেই লাইটখিনি স্ক্ৰীনখনত ফ'কাছ হয়, তাত আমি চিনেমাখন দেখি পাওঁ, মুভিখন আমি দেখি পাওঁ। হয়নে? বা আজিকালি স্কুলবিলাকতো আছে প্ৰজেক্টৰ, প্ৰজেক্টৰত আমি যিখন স্ক্ৰীনত আমি দেখি পাওঁ। চ' সেই স্ক্ৰীনখন আমাৰ চকুৰ ভিতৰতো এখন লাগিব স্ক্ৰীন, সেইখনক কোৱা হয় কি বুলি? অক্ষিপট। যে চকুৰ ভিতৰত য'ত প্ৰতিবিম্ব গঠন হয়। অক্ষিপটটো আমি দেখাবলৈ আমি এনেকে ধৰণে দেখাম, এইখনেই হৈছে আমাৰ বাবে অক্ষিপট। পৰ্দাখন তাৰমানে, চকুৰ পৰ্দাখন এইখন। ইয়াত এনেকে ধৰণে থাকে। ঠিক আছে? চ' ক্লাছ নোটটো তোমালোকে আমাৰ জ্ঞানম টিউচন এপটোত পাই যাবা, কেনেকে কি পাবা মই একেবাৰে শেষত তোমালোকক জনাই দিম বাৰু। এতিয়া ক্লাছৰ মাজত আৰু বেছি এক্সপ্লেইন কৰি নাথাকোঁ। তথাপিটো মই নোটটো ইয়াতে তোমালোকক দেখাই দিছোঁ চোৱা। মই কোৱা কথাখিনি কেনেকে ধৰণে তোমালোকে লিখিব লাগিব, ইয়াটো তোমালোকে লিখি ল'ব পাৰা স্ক্ৰীনশ্বট লৈ। যে পোনপ্ৰথমে পোহৰ ৰশ্মি কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেদি আমাৰ চকুত প্ৰৱেশ কৰে। কৰ্ণিয়া কি হয়? কৰ্ণিয়া মানে এখন পাতল ছাল হয়, এইখন, এইখনেই কৰ্ণিয়া। হ'লনে? কৰ্ণিয়াৰ মাজেদি পাৰ হৈ যোৱা পোহৰ ৰশ্মি চকুৰ মণিত পৰে। এই পোহৰ ৰশ্মি গৈ গৈ ক'ত পৰিব? চকুৰ মণি, এইটো হ'ল চকুৰ মণি। চকুৰ মণিৰ পৰা পোহৰ কিমান পৰিমাণে পাৰ হৈ যাব তাক নিয়ন্ত্ৰণ কৰে চকুৰ পতাই। এই যে কৈছিলোঁ চকুৰ মণিটো সৰু-ডাঙৰ কৰি থাকিব পাৰে, সেইটো কোনে কৰিব? চকুৰ পতাই। আমি ইয়াত এনেকে ধৰণে দেখাম, এইখন হৈছে চাপ'জ চকুৰ পতাখন। অকে? আমি ইয়াক এনেকে ধৰণে মাৰ্ক কৰি দিব পাৰোঁ, চকুৰ পতা। আৰু এইয়া হৈছে আমাৰ চকুৰ মণিটো, এইটোতো গমেই পাইছা, এইটো হৈছে আমাৰ চকুৰ মণিটো। এইটো হৈছে চকুৰ মণি।
এতিয়া কথা হ'ল, তোমালোকে দেখিছা যে কেমেৰা, ডি.এছ.এল.আৰ. কেমেৰাবিলাকত দেখিছানে এখন লেন্স থাকে। আৰু সেই লেন্সখন যদি নাথাকে, তেতিয়া বস্তুটো ভালকে আমি ইমেজ এটা তুলিব নোৱাৰোঁ বা আমি ভিডিঅ' এটা কৰিব নোৱাৰোঁ। এক মিনিট, মোৰ নিজৰ ভিডিঅ'টো অন হৈ আছেনে নাই চাই লওঁ। আছে। চ' সেই লেন্সখনৰ কামটো কি হয়? যে আমি বস্তুটো এটা ফ'কাছ কৰিব পাৰোঁ, ধুনীয়াকে তাক আমি ভিডিঅ'টো কৰিব পাৰোঁ, একদম ক্লিয়েৰ যে আহে যাতে পিকচাৰটো। হয়নে? চ' ঠিক তেনেধৰণে আমাৰ এই পোহৰ ৰশ্মি ইয়াৰ মাজেদি পাৰ হৈ গৈ আমাৰ চকুটোত য'ত প্ৰতিবিম্ব গঠন হ'ব, সেই প্ৰতিবিম্বটো এটা ফ'কাছত গঠন হ'ব লাগিব। সেই ফ'কাছ কৰাৰ কামটো কোনে কৰিব? লেন্সখনে কৰিব। আৰু লেন্সখনক আকৌ আমি ফ'কাছটো এডজাষ্ট কৰিব লাগিব। কেতিয়াবা দূৰত থকা বস্তু দেখিব লাগিব, কেতিয়াবা ওচৰত থকা বস্তু। সেইটো কোনে এডজাষ্ট কৰিব? চিলিয়াৰি পেশীয়ে। এই চিলিয়াৰি পেশীটো সংকোচন আৰু প্ৰসাৰণ হ'ব পাৰে। সি লেন্সখনক চেপা মাৰি ধৰিব পাৰে, আৰু লেন্সখনক এনেকে বহলাই এ চোৱা, এই লেন্সখনৰ ধৰি লোৱা এইটো হৈ গ'ল ইয়াৰ থিকনেছ, তাৰমানে ই কিমান শকত। সেই শকতটো কেতিয়াবা লেন্সখনক যদি কিবা এটা বস্তু যদি তুমি চেপা মাৰি দিয়া, কেনেকুৱা হ'ব? লেন্সখন বেছি শকত হৈ যাব। হয়নে? তাৰ ফ'কাছ দৈৰ্ঘ্যটো সলনি হ'ব। ফ'কাছ দৈৰ্ঘ্যটো কি হ'ব? কমি যাব। আৰু যদি লেন্সখনক যদি এনেকে এইটো হৈছে আমাৰ সংকোচন, প্ৰসাৰণ যদি হ'বলৈ দিয়ে, তেতিয়াহ'লে লেন্সখন এনেকুৱা ধৰণৰ হ'ব, তাৰ ফ'কাছ দৈৰ্ঘ্যটো বাঢ়ি যাব। গতিকে বঢ়া-কমা কামটো চিলিয়াৰি পেশীটোৱে তাক সংকোচন আৰু প্ৰসাৰণ কৰি কৰি থাকে। বুজি পাইছা? এইটো হৈছে চিলিয়াৰি পেশীৰ কাম। তাৰপিছত আহি গ'ল অক্ষিপট। এতিয়া এই গোটেই পোহৰখিনি গৈটো ক'ৰবাত পৰিব লাগিব। যেনেকে আমি চিনেমা চালে, চিনেমা হ'লত আমি দেখিছোঁ যে স্ক্ৰীন এখন থাকে। আৰু ইয়াৰ পৰা প্ৰজেক্টৰটোৱে যিখিনি ফটো মানে যিখিনি লাইট পঠায়, সেই লাইটখিনি স্ক্ৰীনখনত ফ'কাছ হয়, তাত আমি চিনেমাখন দেখি পাওঁ, মুভিখন আমি দেখি পাওঁ। হয়নে? বা আজিকালি স্কুলবিলাকতো আছে প্ৰজেক্টৰ, প্ৰজেক্টৰত আমি যিখন স্ক্ৰীনত আমি দেখি পাওঁ। চ' সেই স্ক্ৰীনখন আমাৰ চকুৰ ভিতৰতো এখন লাগিব স্ক্ৰীন, সেইখনক কোৱা হয় কি বুলি? অক্ষিপট। যে চকুৰ ভিতৰত য'ত প্ৰতিবিম্ব গঠন হয়। অক্ষিপটটো আমি দেখাবলৈ আমি এনেকে ধৰণে দেখাম, এইখনেই হৈছে আমাৰ বাবে অক্ষিপট। পৰ্দাখন তাৰমানে, চকুৰ পৰ্দাখন এইখন। ইয়াত এনেকে ধৰণে থাকে।
অক্ষিপটটো কেনেকুৱা বস্তু এতিয়া? অক্ষিপটত কিছুমান পোহৰ সংবেদনশীল কোষ থাকে। এইখনেই হৈছে অক্ষিপট। পৰ্দাখন তাৰমানে, চকুৰ পৰ্দাখন এইখন। ইয়াত এনেকে ধৰণে থাকে। এই পোহৰ সংবেদনশীল কোষবিলাক জাগ্ৰত হৈ যায়, তাৰমানে এক্টিভ হৈ যায় পোহৰ পৰিলে। আৰু তেতিয়া সি কি কৰে, পোহৰৰ সংকেতটোক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰি দিয়ে। আৰু সেই বৈদ্যুতিক সংকেত আমাৰ ব্ৰেইনলৈ পঠাই দিয়ে, মগজুলৈ, আৰু তেতিয়া আমি বস্তুটো এটা দেখিব পাওঁ। এইটোৱে বস্তু। গতিকে এইখিনি বস্তু যদি তোমালোকে লিখা ইয়াত নম্বৰ কটাৰ কোনো কথাই নাই আৰু। চ' এইয়া হ'ল মানুহৰ চিহ্নিত এটা চিহ্নিত চিত্ৰৰ দ্বাৰা মানৱ চকুৰ কাৰ্যপ্ৰণালী ব্যাখ্যা।
অকে? মই কৈছোঁ যে ক্লাছ নোটটো তোমালোকে আমাৰ এপটোত পাই যাবা, কেনেকে কি পাবা মই একেবাৰে শেষত তোমালোকক জনাই দিম বাৰু। এতিয়া ক্লাছৰ মাজত আৰু বেছি এক্সপ্লেইন কৰি নাথাকোঁ। তথাপিটো মই নোটটো ইয়াতে তোমালোকক দেখাই দিছোঁ চোৱা। মই কোৱা কথাখিনি কেনেকে ধৰণে তোমালোকে লিখিব লাগিব, ইয়াটো তোমালোকে লিখি ল'ব পাৰা স্ক্ৰীনশ্বট লৈ। যে পোনপ্ৰথমে পোহৰ ৰশ্মি কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেদি আমাৰ চকুত প্ৰৱেশ কৰে। কৰ্ণিয়া কি হয়? কৰ্ণিয়া মানে এখন পাতল ছাল হয়, এইখন, এইখনেই কৰ্ণিয়া। হ'লনে? কৰ্ণিয়াৰ মাজেদি পাৰ হৈ যোৱা পোহৰ ৰশ্মি চকুৰ মণিত পৰে। এই পোহৰ ৰশ্মি গৈ গৈ ক'ত পৰিব? চকুৰ মণি, এইটো হ'ল চকুৰ মণি। চকুৰ মণিৰ পৰা পোহৰ কিমান পৰিমাণে পাৰ হৈ যাব তাক নিয়ন্ত্ৰণ কৰে চকুৰ পতাই। এই যে কৈছিলোঁ চকুৰ মণিটো সৰু-ডাঙৰ কৰি থাকিব পাৰে, সেইটো কোনে কৰিব? চকুৰ পতাই। আমি ইয়াত এনেকে ধৰণে দেখাম, এইখন হৈছে চাপ'জ চকুৰ পতাখন। হ'লনে? চকুৰ মণিৰ মাজেৰে পাৰ হৈ যোৱা পোহৰ ৰশ্মিয়ে অক্ষিপটত যাতে এক প্ৰতিবিম্ব গঠন কৰিব পাৰে, তাৰ বাবে চকুৰ মণিৰ ঠিক পাছতে এখন উত্তল লেন্স থাকে। কি ক'লে? চকুৰ মণিৰ মাজেৰে পাৰ হৈ যোৱা পোহৰ ৰশ্মিয়ে অক্ষিপটত যাতে এক প্ৰতিবিম্ব গঠন কৰিব পাৰে, তাৰ বাবে চকুৰ মণিৰ ঠিক পাছতে এখন উত্তল লেন্স থাকে। এইখিনি বস্তুৱে। তাৰপিছত আমি কি কৈছোঁ চাবা, তাৰপিছত কোৱা হৈছে কি যে চকুত থকা লেন্সখনে যাতে চকুৰ পৰা বিভিন্ন দূৰত্বত থকা লক্ষ্যবস্তুৰ স্পষ্ট প্ৰতিবিম্ব অক্ষিপটত গঠন কৰিব পাৰে, তাৰ বাবে চিলিয়াৰি পেশী নামৰ এক বিশেষ পেশী থাকে। সি চকুৰ লেন্সখনৰ লগত সংযুক্ত হৈ থাকে। এইয়া হৈছে চিলিয়াৰি পেশী। এইটো হৈছে চিলিয়াৰি পেশী। এই চকুৰ লেন্সখনক চেপি ধৰিব, কেতিয়াবা এৰি দিব, যাতে চকুৰ লেন্সখন কেতিয়াবা শকত হৈ যায়, কেতিয়াবা ক্ষীণ হৈ যায়। শকত হ'লে ফ'কাছ দৈৰ্ঘ্য কমি যাব আৰু ক্ষীণ হ'লে ফ'কাছ দৈৰ্ঘ্য বাঢ়ি যাব। আৰু সেই ফ'কাছ দৈৰ্ঘ্য বঢ়া-কমা কামটো চিলিয়াৰি পেশীটোৱে তাক সংকোচন আৰু প্ৰসাৰণ কৰি কৰি থাকে। বুজি পাইছা? এইটো হৈছে চিলিয়াৰি পেশীৰ কাম। তাৰপিছত আহি গ'ল অক্ষিপট। এতিয়া এই গোটেই পোহৰখিনি গৈটো ক'ৰবাত পৰিব লাগিব। যেনেকে আমি চিনেমা চালে, চিনেমা হ'লত আমি দেখিছোঁ যে স্ক্ৰীন এখন থাকে। আৰু ইয়াৰ পৰা প্ৰজেক্টৰটোৱে যিখিনি ফটো মানে যিখিনি লাইট পঠায়, সেই লাইটখিনি স্ক্ৰীনখনত ফ'কাছ হয়, তাত আমি চিনেমাখন দেখি পাওঁ, মুভিখন আমি দেখি পাওঁ। হয়নে? বা আজিকালি স্কুলবিলাকতো আছে প্ৰজেক্টৰ, প্ৰজেক্টৰত আমি যিখন স্ক্ৰীনত আমি দেখি পাওঁ। চ' সেই স্ক্ৰীনখন আমাৰ চকুৰ ভিতৰতো এখন লাগিব স্ক্ৰীন, সেইখনক কোৱা হয় কি বুলি? অক্ষিপট। যে চকুৰ ভিতৰত য'ত প্ৰতিবিম্ব গঠন হয়। অক্ষিপটটো আমি দেখাবলৈ আমি এনেকে ধৰণে দেখাম, এইখনেই হৈছে আমাৰ বাবে অক্ষিপট। পৰ্দাখন তাৰমানে, চকুৰ পৰ্দাখন এইখন। ইয়াত এনেকে ধৰণে থাকে।
অক্ষিপট কি? অক্ষিপট হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন। এই অক্ষিপটখন এখন কোমল ছাল, পোহৰ সংবেদী কোষ থাকে তাত অসংখ্য থাকে। আৰু পোহৰ পৰিলে সংবেদী কোষবোৰত যেতিয়া পোহৰ পৰে, সি কি হৈ যায়? সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে। ইয়াত গৈ যেতিয়া পোহৰ ৰশ্মি পৰিব, ই জাগ্ৰত হৈ যায়, সক্ৰিয় হৈ যায়, এক্টিভ হৈ যায়। আৰু তেতিয়া সি কি কৰে, বৈদ্যুতিক সংকেতৰ উৎপন্ন কৰে। ক'ৰ পৰা? পোহৰ সংকেতবিলাকক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰি দিয়ে। আৰু সেই বৈদ্যুতিক সংকেত আমাৰ ব্ৰেইনলৈ পঠাই দিয়ে, মগজুলৈ, আৰু তেতিয়া আমি বস্তুটো এটা দেখিব পাওঁ। এইটোৱে বস্তু। গতিকে এইখিনি বস্তু যদি তোমালোকে লিখা ইয়াত নম্বৰ কটাৰ কোনো কথাই নাই আৰু। চ' এইয়া হ'ল মানুহৰ চিহ্নিত এটা চিহ্নিত চিত্ৰৰ দ্বাৰা মানৱ চকুৰ কাৰ্যপ্ৰণালী ব্যাখ্যা।
অকে? মই কৈছোঁ যে ক্লাছ নোটটো তোমালোকে আমাৰ এপটোত পাই যাবা, কেনেকে কি পাবা মই একেবাৰে শেষত তোমালোকক জনাই দিম বাৰু। এতিয়া ক্লাছৰ মাজত আৰু বেছি এক্সপ্লেইন কৰি নাথাকোঁ। তথাপিটো মই নোটটো ইয়াতে তোমালোকক দেখাই দিছোঁ চোৱা। মই কোৱা কথাখিনি কেনেকে ধৰণে তোমালোকে লিখিব লাগিব, ইয়াটো তোমালোকে লিখি ল'ব পাৰা স্ক্ৰীনশ্বট লৈ। যে পোনপ্ৰথমে পোহৰ ৰশ্মি কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেদি আমাৰ চকুত প্ৰৱেশ কৰে। কৰ্ণিয়া কি হয়? কৰ্ণিয়া মানে এখন পাতল ছাল হয়, এইখন, এইখনেই কৰ্ণিয়া। হ'লনে? কৰ্ণিয়াৰ মাজেদি পাৰ হৈ যোৱা পোহৰ ৰশ্মি চকুৰ মণিত পৰে। এই পোহৰ ৰশ্মি গৈ গৈ ক'ত পৰিব? চকুৰ মণি, এইটো হ'ল চকুৰ মণি। চকুৰ মণিৰ পৰা পোহৰ কিমান পৰিমাণে পাৰ হৈ যাব তাক নিয়ন্ত্ৰণ কৰে চকুৰ পতাই। এই যে কৈছিলোঁ চকুৰ মণিটো সৰু-ডাঙৰ কৰি থাকিব পাৰে, সেইটো কোনে কৰিব? চকুৰ পতাই। আমি ইয়াত এনেকে ধৰণে দেখাম, এইখন হৈছে চাপ'জ চকুৰ পতাখন। হ'লনে? চকুৰ মণিৰ মাজেৰে পাৰ হৈ যোৱা পোহৰ ৰশ্মিয়ে অক্ষিপটত যাতে এক প্ৰতিবিম্ব গঠন কৰিব পাৰে, তাৰ বাবে চকুৰ মণিৰ ঠিক পাছতে এখন উত্তল লেন্স থাকে। কি ক'লে? চকুৰ মণিৰ মাজেৰে পাৰ হৈ যোৱা পোহৰ ৰশ্মিয়ে অক্ষিপটত যাতে এক প্ৰতিবিম্ব গঠন কৰিব পাৰে, তাৰ বাবে চকুৰ মণিৰ ঠিক পাছতে এখন উত্তল লেন্স থাকে। এইখিনি বস্তুৱে। তাৰপিছত আমি কি কৈছোঁ চাবা, তাৰপিছত কোৱা হৈছে কি যে চকুত থকা লেন্সখনে যাতে চকুৰ পৰা বিভিন্ন দূৰত্বত থকা লক্ষ্যবস্তুৰ স্পষ্ট প্ৰতিবিম্ব অক্ষিপটত গঠন কৰিব পাৰে, তাৰ বাবে চিলিয়াৰি পেশী নামৰ এক বিশেষ পেশী থাকে। সি চকুৰ লেন্সখনৰ লগত সংযুক্ত হৈ থাকে। এইয়া হৈছে চিলিয়াৰি পেশী। এইটো হৈছে চিলিয়াৰি পেশী। এই চকুৰ লেন্সখনক চেপি ধৰিব, কেতিয়াবা এৰি দিব, যাতে চকুৰ লেন্সখন কেতিয়াবা শকত হৈ যায়, কেতিয়াবা ক্ষীণ হৈ যায়। শকত হ'লে ফ'কাছ দৈৰ্ঘ্য কমি যাব আৰু ক্ষীণ হ'লে ফ'কাছ দৈৰ্ঘ্য বাঢ়ি যাব। আৰু সেই ফ'কাছ দৈৰ্ঘ্য বঢ়া-কমা কামটো চিলিয়াৰি পেশীটোৱে তাক সংকোচন আৰু প্ৰসাৰণ কৰি কৰি থাকে। বুজি পাইছা? এইটো হৈছে চিলিয়াৰি পেশীৰ কাম। তাৰপিছত আহি গ'ল অক্ষিপট। এতিয়া এই গোটেই পোহৰখিনি গৈটো ক'ৰবাত পৰিব লাগিব। যেনেকে আমি চিনেমা চালে, চিনেমা হ'লত আমি দেখিছোঁ যে স্ক্ৰীন এখন থাকে। আৰু ইয়াৰ পৰা প্ৰজেক্টৰটোৱে যিখিনি ফটো মানে যিখিনি লাইট পঠায়, সেই লাইটখিনি স্ক্ৰীনখনত ফ'কাছ হয়, তাত আমি চিনেমাখন দেখি পাওঁ, মুভিখন আমি দেখি পাওঁ। হয়নে? বা আজিকালি স্কুলবিলাকতো আছে প্ৰজেক্টৰ, প্ৰজেক্টৰত আমি যিখন স্ক্ৰীনত আমি দেখি পাওঁ। চ' সেই স্ক্ৰীনখন আমাৰ চকুৰ ভিতৰতো এখন লাগিব স্ক্ৰীন, সেইখনক কোৱা হয় কি বুলি? অক্ষিপট। যে চকুৰ ভিতৰত য'ত প্ৰতিবিম্ব গঠন হয়। অক্ষিপটটো আমি দেখাবলৈ আমি এনেকে ধৰণে দেখাম, এইখনেই হৈছে আমাৰ বাবে অক্ষিপট। পৰ্দাখন তাৰমানে, চকুৰ পৰ্দাখন এইখন। ইয়াত এনেকে ধৰণে থাকে।
অক্ষিপট কি? অক্ষিপট হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন। এই অক্ষিপটখন এখন কোমল ছাল, পোহৰ সংবেদী কোষ থাকে তাত অসংখ্য থাকে। আৰু পোহৰ পৰিলে সংবেদী কোষবোৰত যেতিয়া পোহৰ পৰে, সি কি হৈ যায়? সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে। ইয়াত গৈ যেতিয়া পোহৰ ৰশ্মি পৰিব, ই জাগ্ৰত হৈ যায়, সক্ৰিয় হৈ যায়, এক্টিভ হৈ যায়। আৰু তেতিয়া সি কি কৰে, বৈদ্যুতিক সংকেতৰ উৎপন্ন কৰে। ক'ৰ পৰা? পোহৰ সংকেতবিলাকক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰি দিয়ে। আৰু সেই বৈদ্যুতিক সংকেত আমাৰ ব্ৰেইনলৈ পঠাই দিয়ে, মগজুলৈ, আৰু তেতিয়া আমি বস্তুটো এটা দেখিব পাওঁ। এইটোৱে বস্তু। গতিকে এইখিনি বস্তু যদি তোমালোকে লিখা ইয়াত নম্বৰ কটাৰ কোনো কথাই নাই আৰু। চ' এইয়া হ'ল মানুহৰ চিহ্নিত এটা চিহ্নিত চিত্ৰৰ দ্বাৰা মানৱ চকুৰ কাৰ্যপ্ৰণালী ব্যাখ্যা।
অকে? মই কৈছোঁ যে ক্লাছ নোটটো তোমালোকে আমাৰ এপটোত পাই যাবা, কেনেকে কি পাবা মই একেবাৰে শেষত তোমালোকক জনাই দিম বাৰু। এতিয়া ক্লাছৰ মাজত আৰু বেছি এক্সপ্লেইন কৰি নাথাকোঁ। তথাপিটো মই নোটটো ইয়াতে তোমালোকক দেখাই দিছোঁ চোৱা। মই কোৱা কথাখিনি কেনেকে ধৰণে তোমালোকে লিখিব লাগিব, ইয়াটো তোমালোকে লিখি ল'ব পাৰা স্ক্ৰীনশ্বট লৈ। যে পোনপ্ৰথমে পোহৰ ৰশ্মি কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেদি আমাৰ চকুত প্ৰৱেশ কৰে। কৰ্ণিয়া কি হয়? কৰ্ণিয়া মানে এখন পাতল ছাল হয়, এইখন, এইখনেই কৰ্ণিয়া। হ'লনে? কৰ্ণিয়াৰ মাজেদি পাৰ হৈ যোৱা পোহৰ ৰশ্মি চকুৰ মণিত পৰে। এই পোহৰ ৰশ্মি গৈ গৈ ক'ত পৰিব? চকুৰ মণি, এইটো হ'ল চকুৰ মণি। চকুৰ মণিৰ পৰা পোহৰ কিমান পৰিমাণে পাৰ হৈ যাব তাক নিয়ন্ত্ৰণ কৰে চকুৰ পতাই। এই যে কৈছিলোঁ চকুৰ মণিটো সৰু-ডাঙৰ কৰি থাকিব পাৰে, সেইটো কোনে কৰিব? চকুৰ পতাই। আমি ইয়াত এনেকে ধৰণে দেখাম, এইখন হৈছে চাপ'জ চকুৰ পতাখন। হ'লনে? চকুৰ মণিৰ মাজেৰে পাৰ হৈ যোৱা পোহৰ ৰশ্মিয়ে অক্ষিপটত যাতে এক প্ৰতিবিম্ব গঠন কৰিব পাৰে, তাৰ বাবে চকুৰ মণিৰ ঠিক পাছতে এখন উত্তল লেন্স থাকে। কি ক'লে? চকুৰ মণিৰ মাজেৰে পাৰ হৈ যোৱা পোহৰ ৰশ্মিয়ে অক্ষিপটত যাতে এক প্ৰতিবিম্ব গঠন কৰিব পাৰে, তাৰ বাবে চকুৰ মণিৰ ঠিক পাছতে এখন উত্তল লেন্স থাকে। এইখিনি বস্তুৱে। তাৰপিছত আমি কি কৈছোঁ চাবা, তাৰপিছত কোৱা হৈছে কি যে চকুত থকা লেন্সখনে যাতে চকুৰ পৰা বিভিন্ন দূৰত্বত থকা লক্ষ্যবস্তুৰ স্পষ্ট প্ৰতিবিম্ব অক্ষিপটত গঠন কৰিব পাৰে, তাৰ বাবে চিলিয়াৰি পেশী নামৰ এক বিশেষ পেশী থাকে। সি চকুৰ লেন্সখনৰ লগত সংযুক্ত হৈ থাকে। এইয়া হৈছে চিলিয়াৰি পেশী। এইটো হৈছে চিলিয়াৰি পেশী। এই চকুৰ লেন্সখনক চেপি ধৰিব, কেতিয়াবা এৰি দিব, যাতে চকুৰ লেন্সখন কেতিয়াবা শকত হৈ যায়, কেতিয়াবা ক্ষীণ হৈ যায়। শকত হ'লে ফ'কাছ দৈৰ্ঘ্য কমি যাব আৰু ক্ষীণ হ'লে ফ'কাছ দৈৰ্ঘ্য বাঢ়ি যাব। আৰু সেই ফ'কাছ দৈৰ্ঘ্য বঢ়া-কমা কামটো চিলিয়াৰি পেশীটোৱে তাক সংকোচন আৰু প্ৰসাৰণ কৰি কৰি থাকে। বুজি পাইছা? এইটো হৈছে চিলিয়াৰি পেশীৰ কাম। তাৰপিছত আহি গ'ল অক্ষিপট। এতিয়া এই গোটেই পোহৰখিনি গৈটো ক'ৰবাত পৰিব লাগিব। যেনেকে আমি চিনেমা চালে, চিনেমা হ'লত আমি দেখিছোঁ যে স্ক্ৰীন এখন থাকে। আৰু ইয়াৰ পৰা প্ৰজেক্টৰটোৱে যিখিনি ফটো মানে যিখিনি লাইট পঠায়, সেই লাইটখিনি স্ক্ৰীনখনত ফ'কাছ হয়, তাত আমি চিনেমাখন দেখি পাওঁ, মুভিখন আমি দেখি পাওঁ। হয়নে? বা আজিকালি স্কুলবিলাকতো আছে প্ৰজেক্টৰ, প্ৰজেক্টৰত আমি যিখন স্ক্ৰীনত আমি দেখি পাওঁ। চ' সেই স্ক্ৰীনখন আমাৰ চকুৰ ভিতৰতো এখন লাগিব স্ক্ৰীন, সেইখনক কোৱা হয় কি বুলি? অক্ষিপট। যে চকুৰ ভিতৰত য'ত প্ৰতিবিম্ব গঠন হয়। অক্ষিপটটো আমি দেখাবলৈ আমি এনেকে ধৰণে দেখাম, এইখনেই হৈছে আমাৰ বাবে অক্ষিপট। পৰ্দাখন তাৰমানে, চকুৰ পৰ্দাখন এইখন। ইয়াত এনেকে ধৰণে থাকে।
অক্ষিপট কি? অক্ষিপট হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন। এই অক্ষিপটখন এখন কোমল ছাল, পোহৰ সংবেদী কোষ থাকে তাত, অসংখ্য থাকে। আৰু পোহৰ পৰিলে, সংবেদী কোষবোৰত যেতিয়া পোহৰ পৰে, সি কি হৈ যায়? সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে। ইয়াত গৈ যেতিয়া পোহৰ ৰশ্মি পৰিব, ই জাগ্ৰত হৈ যায়, সক্ৰিয় হৈ যায়, এক্টিভ হৈ যায়। আৰু তেতিয়া সি কি কৰে, বৈদ্যুতিক সংকেতৰ উৎপন্ন কৰে। ক'ৰ পৰা? পোহৰ সংকেতবিলাকক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰি দিয়ে। আৰু সেই বৈদ্যুতিক সংকেত নেট্ৰস্নায়ু যোগেদি এই বৈদ্যুতিক সংকেতবোৰ আমাৰ মগজুলৈ প্ৰেৰণ কৰা হয় আৰু আমি দেখিব পাওঁ। এইয়া হৈছে নেট্ৰস্নায়ু, তাৰ মাজেদি কলৈ গুচি যায়? মগজুলৈ, সেই সংকেতবিলাক প্ৰেৰণ কৰা হয়। এইখিনি বস্তু লিখি দিলে কাম বনি গ'ল।
আৰু এটা বস্তু তোমালোকে ক'ব পাৰা যিটোক কোৱা হয় নেট্ৰ'মেট। ইয়াৰ মাজত যিখিনি বস্তু থাকে, এইখিনিক কোৱা হয় নেট্ৰ'মেট। এইখিনি জুলীয়া বস্তু। নহ'লে চকুটো চেপেটা হৈ থাকিলেহেঁতেন। চ' তাক আমি নিৰ্দিষ্ট শ্বেইপটোত ৰাখিবৰ বাবে, নিৰ্দিষ্ট সেই মানে এই গোলকৰ যিটো শ্বেইপটো, বুজি পাইছা নহয়? আকৃতিটোত ৰাখিবৰ বাবে, তাৰ ভিতৰত কিছুমান পনীয়া কিছুমান দ্ৰব্য থাকে, সেইখিনিক কোৱা হয় নেট্ৰ'মেট। এইখিনি বস্তু।
নেক্সট আমি কি পঢ়িম চোৱা। চকুৰ উপযোজন ক্ষমতা কি? এই আগৰ বস্তুখিনি যে পঢ়িলা, এইকেইটা একো বিশেষ বস্তু নাই আৰু ইয়াতে। যে চকুৰ লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য সালসলনি কৰিব পৰা সামৰ্থ্যক চকুৰ উপযোজন ক্ষমতা বোলে। আমি দেখিছিলোঁ যে চিলিয়াৰি পেশীয়ে চকুৰ লেন্সখন শকত-ক্ষীণ কৰিব পাৰে। তাৰমানে চকুৰ লেন্সখনৰ কি কৰিব পাৰে? ক্ষমতাটো সালসলনি কৰিব পাৰে। কিয়নো দেখিছোঁ যে ফ'কাছ দৈৰ্ঘ্য সালসলনি হ'লে ক্ষমতা সালসলনি হয়। সেই ক্ষমতা সালসলনি কৰিব পৰা যিটো কেপাচিটিটো তাৰমানে, তাক আমি কি বুলি কওঁ? উপযোজন ক্ষমতা। বুজি পাইছানে? লেন্সখন শকত-ক্ষীণ কৰিব পৰা যিটো ক্ষমতা তাক কোৱা হয় চকুৰ উপযোজন ক্ষমতা। এই ক্ষমতাটো কাৰ ওচৰত আছে বাৰু? চিলিয়াৰি পেশীৰ ওচৰত আছে। কাৰণ সেই লেন্সখন শকত-ক্ষীণ কোনে কৰিব পাৰে? চিলিয়াৰি পেশীয়ে। গতিকে চিলিয়াৰি পেশীৰ বাবে চকুৰ এনেকুৱা এটা মানে এবিলিটি আছে, এনেকুৱা এটা ক্ষমতা আছে, যাৰ বাবে সি লেন্সখনৰ ক্ষমতাটো সালসলনি কৰিব পাৰে, ফ'কাছ দৈৰ্ঘ্যটো সালসলনি কৰি। তাক কোৱa হয় চকুৰ উপযোজন ক্ষমতা।
স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব। এতিয়া স্পষ্ট দৃষ্টি মানে কি? যে আমি, চাপ'জ, তোমালোকে দেখিছা যে আমি পেপাৰবিলাক যেতিয়া পঢ়ি থাকোঁ এনেকে বা যিকোনো এটা বস্তু পঢ়িলে, আমি বহুত ওচৰলৈ লৈ নানাওঁ। আৰু বুঢ়া-বুঢ়ী মানুহবিলাকে তোমালোকে দেখিবা আমাৰ ককাইতাহঁতে বস্তুবিলাক পঢ়োঁতে যেতিয়া মানুহৰ বয়স বাঢ়ি যায়, পেপাৰখন পঢ়িছোঁ, অকণমান দূৰত লৈ পঢ়িব। কিয় বাৰু? ২৫ চেণ্টিমিটাৰতকে যদি তুমি ওচৰলৈ আনা, তেতিয়া তুমি বস্তুটো তুমি হাতখন নিজৰ লৈ লোৱা তুমি এনেকে আনি থাকা আনি থাকা, এটা টাইমৰ পিছত তুমি হাতখন কিবা ব্লাৰ-ব্লাৰ দেখিবা। তাৰমানে ২৫ চেণ্টিমিটাৰলৈকে তুমি নিজৰ বহীখন লৈ লোৱা লিখি থকা বা কিতাপখন লৈ লোৱা, তুমি আখৰবিলাক ব্লাৰ দেখিবা, ২৫ চেণ্টিমিটাৰতকে যদি আৰু ওচৰলৈ আনা। তাৰমানে তুমি স্পষ্টকে কেতিয়া দেখি পাবা? ২৫ চেণ্টিমিটাৰলৈকে। তাতকে ওচৰলৈ আনিলে নহ'ব। ন্যূনতম দূৰত্ব। সেইকাৰণে কোৱা হৈছে, চকুৰ পৰা ন্যূনতম দূৰত্ব য'ত কোনো এটা বস্তু ৰাখিলে স্পষ্টকৈ দেখা পোৱা যায়। চকুৰ পৰা একদম মিনিমাম দূৰত্বটো, ইয়াতকে বেছি দূৰলৈ নিলেতো আমি দেখিমেই, একদম মিনিমাম যিটো ডিষ্টেন্স, ২৫ চেণ্টিমিটাৰ। তাত ৰাখিলে, চাপ'জ ২৫ চেণ্টিমিটাৰটো হৈছে আমাৰ যিটো আমাৰ আনছাৰটো, স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান? তেতিয়া আমি ক'ম ২৫ চেণ্টিমিটাৰ। কিন্তু আমাক যদি সোধে যে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলিলে কি বুজা? তেতিয়া তুমি কি ক'বা? যে যি ন্যূনতম দূৰত্বত আমি চকুৰ পৰা নিৰ্দিষ্ট যিকোনো এটা বস্তু স্পষ্টকৈ দেখোঁ, যিমানটো ন্যূনতম দূৰত্ব, ন্যূনতম দূৰত্ব মানে ইয়াতকে আৰু ওচৰলৈ আনিলে নহ'ব। যিমানটো ন্যূনতম দূৰত্বত আমি যিকোনো এটা বস্তু স্পষ্টভাৱে দেখি পাওঁ, তাকে কোৱা হয় স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব। অকে? যিটো হৈছে ২৫ চেণ্টিমিটাৰ। আৰু এইটো কাৰ বাবে? এইটো হৈছে সুস্থ ব্যক্তি এজনৰ বাবে। এজন সুস্থ ব্যক্তি এজনৰ বাবে। সুস্থ ব্যক্তি মানে যাৰ কোনো বেমাৰ নাই। আমি পঢ়ি আছোঁ চকুৰ ওপৰত। গতিকে এতিয়া এই গোটেই চেপ্তাৰটোত সুস্থ ব্যক্তি বুলি ক'লে তুমি এইটো নাভাবিবা যে সেই পেচেন্টজনৰ হাৰ্টৰ পেচেন্ট, তেখেতৰ চুগাৰ আছে, প্ৰেচাৰ আছে, এইবোৰ বাদ দিয়া। যদি পেচেন্টজনৰ বা যদি ব্যক্তিজনৰ চকুকেইটা ভাল, তাৰমানে তেওঁ সুস্থ। তাৰমানে মই চাবলৈ গ'লে এজন অসুস্থ। কিয়নো মই চছমা পিন্ধিবলগীয়া হৈছে, মোৰ চকুকেইটা একদম ঠিক নহয়। বেমাৰটো মোৰ চকুত আছে তাৰমানে। বুজি পাইছা? মই চব বস্তু দেখি নাপাওঁ ক্লিয়েৰলি। সেইকাৰণে মই লেন্সখন লগাব লগীয়া হৈছে। চকুটোত পৰিধান এই চছমাজোৰ যিহেতু এখন লেন্সেই হয়। সেইকাৰণে সুস্থ ব্যক্তি বুলি ক'লে আমি এটা কথাই বুজিম যে তাৰমানে যাৰ চকুকেইটা চছমা নিপিন্ধাকে কাম কৰি থাকে। চিম্পল, সেইটোৱে কথা। গতিকে যিজন ব্যক্তিক আমি সুস্থ ব্যক্তি বুলি কওঁ তেখেতৰ বাবেহে ২৫ চেণ্টিমিটাৰ। বুজি পাইছানে? সেইকাৰণে বৃদ্ধ এজন মানুহে দূৰত লৈ চায়, বুঢ়া মানুহ এজনে। কিয়? কিয়নো তেওঁৰ চকুকেইটাৰ পাৱাৰ কমি গৈছে। তেওঁ ২৫-অত দেখি নাপায়, তেওঁ দূৰলৈ নিলেহে দেখি পাব। একদম চকুকেইটা যদি পুৰা ঠিক আছে, তেতিয়াহ'লেহে ২৫-অত দেখি পাব। বুজিলা? কৈছে ইয়াক নিকট বিন্দু বুলিও কোৱা হয়, কিয়নো আটাইতকৈ ওচৰত থকা বিন্দু। ইয়াতকে ওচৰত আমি স্পষ্টকে নেদেখোঁ। সেইকাৰণে আমি কি বুলি কওঁ নিকট বিন্দু। আৰু স্বাভাৱিক দৃষ্টিৰ ক্ষেত্ৰত এই দূৰত্ব কিমান বুলি কৈছোঁ অলৰেডি? ২৫ চেণ্টিমিটাৰ।
তাৰপিছত আহি যোৱা দূৰবিন্দু। খালি চকুৰে দেখি পোৱা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বুলি কোৱা হয়। আৰু ইন্টাৰেষ্টিং কথা হ'ল যে এই দূৰবিন্দুটো অসীমত থাকে, সুস্থ ব্যক্তি এজনৰ বাবে। তাৰমানে তুমি জোনটো দেখিছা, তুমি সূৰ্যটো দেখিছা, ক'ত আছে? অসীমত আছে। কিমান দূৰত আছে! ত' চাবলৈ গ'লে তুমি আমেৰিকাখনো দেখিলাহেঁতেন যদি মাজত একো নাথাকিলেহেঁতেন। বুজি পাইছানে? গতিকে আমি চকুৰে, খালি চকুৰে, আমি একদম কিমান দূৰলৈকে দেখোঁ? আমি অসীমলৈকে দেখি পাওঁ। আটাইতকৈ ওচৰত আমি ক'লৈকে ফ'কাছ হয় আমাৰ বস্তুটো চালে স্পষ্টকে ক'লৈকে দেখি পাওঁ? ২৫ চেণ্টিমিটাৰ। তাতকে দূৰলৈ তুমি গৈ থাকা, যিমান দূৰলৈ নোযোৱা লাগে, তুমি দেখিয়েই পাবা। সেইটোক কোৱা হয় যে অসীমলৈকে আমাৰ স্পষ্ট দৃষ্টিৰ যিটো দূৰবিন্দু সেইটো ক'ত থাকে? অসীমত থাকে। উদাহৰণস্বৰূপে তোমালোকে সূৰ্যটোৰ কথা ভাবিব পাৰা, অসীমত আছে, কিন্তু আমি দেখিব পাৰিছোঁ। বুজিলা? এইখিনি বস্তু, ইজি বস্তু হয় এইখিনি। তোমালোকে স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰা। ক্লাছ নোটটোত পিছত লিখি ল'ব পাৰিবা।
দেন কেটেৰেক্ট বা ছানি পৰা। দেখিছা? এনেকুৱা টাইপৰ মানুহ কিছুমানৰ চকুত হয়, যেতিয়া বয়স হয়। এইটো কেটেৰেক্ট পৰা বুলি কোৱা হয়, এটা চামনি পৰি যায়। হয়নে? কেনেকুৱা ধৰণৰ চামনি? যে কেতিয়াবা বয়সীয়াল মানুহৰ ক্ষেত্ৰত কি হয়, চকুৰ লেন্সখনত দুগ্ধসদৃশ চামনি পৰা যায়, এনেকুৱা তাৰমানে মিল্ক লাইক, কিছুমান চামনি। ঠিক আছে? বগা ৰঙৰ এটা চামনি। আৰু ইয়াক কোৱা হয় কেটেৰেক্ট বা ছানি পৰা বুলি। আৰু এইটো আংশিকভাৱে বা সম্পূৰ্ণকৈ চকুৰ দৃষ্টিশক্তি লোপ পায়। এই কেটেৰেক্টটো যেতিয়া চকুত পৰে, সি কেতিয়াবা বাঢ়ি বাঢ়ি গৈ থাকে। এই বগা চামনিটো বাঢ়ি বাঢ়ি গৈ থাকে। যেতিয়া বাঢ়ি যায়, বহুত বেছি বাঢ়ি গ'লে একেবাৰে সেই চকুটোৱে নেদেখা হৈ যায়। চ' সম্পূৰ্ণভাৱে লোপ পাব পাৰে দৃষ্টিশক্তি, সেই চকুটোৰ। আৰু আংশিকভাৱে মানে অলপ-অল্পমান দেখে, কিন্তু ভালকে নেদেখে। সেইটো বস্তু। আৰু এইটোক কি কৰিব পাৰি? অপাৰেচনৰ যোগেদি বা অস্ত্ৰোপচাৰ যোগেদি নিৰাময় কৰিব পাৰি। এইটো ইমান ডাঙৰ এটা বেমাৰো নহয়। এইটো এই স্ক্ৰীনখন যদি অপাৰেচন কৰি কাটি ইয়াৰ পৰা উঠাই দিয়া যায়, আকৌ ব্যক্তিজনৰ চকুটোৱে ভালকে দেখা পোৱা হৈ যাব। গতিকে অপাৰেচনৰ দ্বাৰা আমি এইটো বস্তু ঠিক কৰিব পাৰোঁ। অকে? ঠিক আছে চোৱা।
নেক্সট কি আহি গ'ল? দৃষ্টিৰ বিকাৰ আৰু ইয়াৰ প্ৰকাৰ। আমি শুনি থাকোঁ যে মায়'পিয়া আৰু হাইপাৰমেট্ৰ'পিয়া, আজি আমি ভালকে বুজিম। দৃষ্টিৰ বিকাৰ, তাৰমানে বেমাৰ বুলি ক'ব পাৰা, চকুৰ যিকেইটা বেমাৰ, তাৰ এটা টাইপকেইটা চাম আৰু ইয়াৰ প্ৰকাৰ, প্ৰকাৰ মানে টাইপকেইটা চাম। যে কেতিয়াবা চকুৰ উপযোজন ক্ষমতা লাহে লাহে হ্ৰাস পাব ধৰে বা হ্ৰাস পায়। উপযোজন ক্ষমতা মানে কি বুলি কৈছিলোঁ? এই চিলিয়াৰি পেশীটোৱে যে লেন্সখন শকত-ক্ষীণ কৰি থাকিব পাৰে, সেইটো হৈছে উপযোজন ক্ষমতা। যেতিয়া এনেকুৱা হয় যে তুমি এনেকে ভাবা, স্প্ৰিং এডাল, কিবা এটা পুতলা কিবা এটা আছে, পুতলা গাড়ী এখন আছে, তাত এটা স্প্ৰিং তুমি লগাই দিয়া, আৰু স্প্ৰিংটো লগাই যি চাবিটো লগাই দিলা, স্প্ৰিংডাল কোচ খাই গ'ল, এৰি দিলা, গাড়ীখন আগলৈ গুচি গ'ল। বা স্প্ৰিং এটা আছে আৰু মুঠতে পুতলা এটাত। স্প্ৰিংডাল খেলোঁতে খেলোঁতে খেলোঁতে খেলোঁতে বহুত দিনৰ মূৰত কি হৈ যায়? স্প্ৰিংডাল ঢিলা হৈ যায় বুলি কওঁ আমি, বেয়া হৈ গ'ল তাৰমানে। বস্তুটো অলপ লাহে লাহে বেয়া হ'ব ধৰিছে। সংকোচন-প্ৰসাৰণ হ'ব পৰা নাই। সংকোচন মানে স্প্ৰিংডাল এনেকে চাব খাই অহা, প্ৰসাৰণ মানে এনেকে মেল খাই যোৱা। চ' সি যেতিয়া বেছিকে ইউজ হ'ব, সংকোচন-প্ৰসাৰণ হ'তে হ'তে হ'তে হ'তে বা ইলাষ্টিক এডাল তুমি টানিছা, দীঘল হৈছে, এৰিছা, চুটি হৈছে। টানিছা, দীঘল হৈছে, এৰিছা, চুটি হৈছে। খেলোঁতে খেলোঁতে খেলোঁতে খেলোঁতে এটা টাইমত তাৰ সেই ইলাষ্টিচিটিটো নাইকিয়া হৈ গৈছে। চাপ'জ সি সেই লুজ হৈ গৈছে, ঢিলা হৈ গৈছে। সি বেছিকে এনেকুৱা সংকোচন-প্ৰসাৰণ হ'ব পৰা নাই, যেনেকে আমি কওঁ স্প্ৰিংডাল ঢিলা হৈ গৈছে। তেনেকুৱা কেছ আমাৰ চকুৰ চিলিয়াৰি পেশীটোতো হ'ব পাৰে। চিলিয়াৰি পেশীটোৱে আমাৰ চকুৰ লেন্সখন সংকোচন-প্ৰসাৰণ কৰি থাকে। কৰোঁতে কৰোঁতে আমাৰ বয়স যিমানে বাঢ়ি বাঢ়ি গৈ থাকে, চিলিয়াৰি পেশীটোতো বুঢ়া হৈ গৈ আছে। চ' সি ইউজ কৰোঁতে হ'তে হ'তে লাষ্টত এনেকুৱা হৈ যায়, চিলিয়াৰি পেশীটোৱেও কাম কৰি কৰি তাৰ ভাগৰ লাগে আৰু। সি সংকোচন-প্ৰসাৰণ হ'ব নোৱাৰা হৈ থাকে স্প্ৰিংডালৰ নিচিনাকে। বুজি পাইছা? যেতিয়া সংকোচন-প্ৰসাৰণ হ'ব নোৱাৰে তেতিয়া কি হ'ব? তাৰ কামটো কি আছিলে? যে সি বিভিন্ন দূৰত্বত থকা বস্তুবিলাক আমাক দেখুৱাবৰ বাবে সি ফ'কাছটো মিলাই থাকে। এতিয়া ফ'কাছটো মিলাব নোৱাৰা হৈছে নহয়? কিয়নো সংকোচন-প্ৰসাৰণ হ'ব নোৱাৰা হৈ গৈছে। তেতিয়া কি হ'ব? তেতিয়া আমি চকুৰ পৰা বিভিন্ন দূৰত্বত থকা বস্তুবিলাক লাহে লাহে স্পষ্টকে নেদেখা হৈ পৰিম। তেতিয়া আমাৰ ফ'কাছটো মিলাবলৈ আমাক লাগিব এইটো বস্তু, যাক কোৱা হয় এজোৰ চছমা তাৰমানে, লেন্স। কিন্তু সেইটো দুটা টাইপৰ আছে, দুটা টাইপৰ বিকাৰৰ বাবে আমি ল'বলগীয়া লেন্স বেলেগ বেলেগ ধৰণৰ হয়। আমি এতিয়া পঢ়িম। গতিকে চকুৰ বিকাৰ মানে আমি যেতিয়া আমাৰ চিলিয়াৰি পেশীয়ে কাম কৰি কৰি যেতিয়া এটা বয়সৰ পিছত ভাগৰি পৰে, তেতিয়া কি হয়, লক্ষ্যবস্তুৰ প্ৰতিবিম্ব অক্ষিপটত গঠিত নহয়, তাৰ আগফালে বা পিছফালে গঠিত হয়। এইয়া হৈছে আমাৰ অক্ষিপট। তাৰ হয়তো আগত, নহয়টো পিছত। এতিয়া চোৱা, পোহৰ সংবেদী কোষবিলাক ক'ত আছে? অক্ষিপটতে আছে। তাতকে আগত যদি পোহৰখিনি ফ'কাছ হৈ গৈছে, ক'ৰ পৰা দেখি পাবা তুমি? বা যদি পিছত ফ'কাছ হৈ গৈছে ক'ৰ পৰা দেখি পাবা? বুজি পাইছানে? ফ'কাছটো ক'ত হ'ব লাগিব? ক'ত ঠুক খাব লাগিব পোহৰখিনি? একদম ইয়াত, কোষখিনিত, পৰ্দাখনত, অক্ষিপটত। তাতকে আগত বা তাতকে পিছত হ'লে আমি ব্লাৰ-ব্লাৰ দেখিম, স্পষ্টকে আমি দেখি নাপাওঁ তাৰমানে। বুজি পাইছানে? গতিকে সেইকাৰণে কি হয়, অস্পষ্ট প্ৰতিবিম্ব গঠন হয়। আৰু ইয়াক আমি কওঁ দৃষ্টিৰ বিকাৰ। এই দুটা টাইপৰ আছে। একচুৱেলি তিনটা টাইপৰ হয়, আমি মেইনলি দুটা টাইপৰে পঢ়োঁ। তিনটা টাইপ মানে দুটা টাইপ একেলগে থাকিলে সেইটো তিন নম্বৰ টাইপ হৈ যায় চোৱা। এটা হ'ল মায়'পিয়া, এটা হ'ল হাইপাৰমেট্ৰ'পিয়া, আৰু এটা হ'ল প্ৰেছ'বায়'পিয়া। প্ৰেছ'বায়'পিয়া মানে তাত মায়'পিয়া হাইপাৰমেট্ৰ'পিয়া দুটাই থাকে।
এতিয়া মায়'পিয়াটোক আমি নিকট দৃষ্টিগ্ৰস্ততা বুলি কওঁ আৰু হাইপাৰমেট্ৰ'পিয়াটোক আমি দূৰ দৃষ্টিগ্ৰস্ততা বুলিও কওঁ। এটা এটাকৈ আমি এতিয়া পঢ়িব লাগে। দেই? আমি পঢ়ি যাওঁ, এটা এটাকৈ পঢ়ি যাওঁ। চোৱা, প্ৰথমতে আহি যোৱা, মায়'পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। মই আঁকি দেখাম চিত্ৰটো চোৱা। যদি ইয়াত দেখাইছোঁ, ইয়াত বুজিবলৈ তোমালোকে এনেকে ধৰণে দেখাই থৈছোঁ, দেখি ভাল লাগিব ন, ৰং-বিৰং। কিন্তু তোমালোকে আঁকোতে এনেকে আঁকিব লাগিব। চকুটো আঁকি ল'লে হ'ল। আমি ইয়াত বেছি কমপ্লিকেটেড ডাইগ্ৰামটো আঁকিব নালাগে হা, আমি চিম্পল ডাইগ্ৰামটো আঁকিম। এনেকে আঁকিলে হ'ব। ইয়াতে লেন্সখন দেখালে হ'ল। আমি যেতিয়া চকুৰ বিকাৰৰ কথা পঢ়িম, আমি বেলেগ অংগবিলাক নাআঁকি অকল লেন্সখন আৰু এই গোলকটো আঁকিলে হৈ যায়। চকুৰ বলটো। তাৰ দুটা ৰিজন আছে। যে আমাৰ এই বেমাৰটো দুটা কাৰণত হ'ব পাৰে। মই যে কৈছোঁ জন্মগতভাৱেও কাৰোবাৰ হ'ব পাৰে বুলি। কিয়? এই চকুৰ যিটো গোলকটো, এইটো লগাতকে বেছি ডাঙৰ হয়। কেতিয়াবা লগাতকে বেছি সৰু হয়। সেইটো এটা বেমাৰৰ কাৰণ হ'ব পাৰে। চেকেণ্ড কথা হ'ল লেন্সখন কাৰোবাৰ ক্ষেত্ৰত এনেকুৱা হয় যে লেন্সখন লগাতকে বেছি শকত হয়, কাৰোবাৰ ক্ষেত্ৰত লগাতকে বেছি ক্ষীণ হয়। তাৰমানে কাৰোবাৰ ক্ষেত্ৰত শকত মানে কি? ফ'কাছ দৈৰ্ঘ্যটো তাত কমি যায়। কিয় কমি যায় বাৰু? চোৱাচোন। তুমি চাপ'জ এনেকুৱা ধৰণে এটা গোলক আঁকিছা, আৰু তুমি এনেকুৱা ধৰণে এটা গোলক আঁকিছা। এতিয়া তুমি এইটোৰ C বুলি ক'লা, তাৰমানে চেণ্টাৰটো। আৰু তাৰ তুমি এনেকে চোৱা, আমি যদি এনেকা ধৰণে ইমাজিন কৰোঁ, আমাৰ লেন্সখন কেনেকুৱা হ'ব? চোৱাচোন, মই ইয়াত দেখাওঁ। লেন্স হিচাপে মই আঁকি দেখাওঁ। দেই? এইখন এখন লেন্স, আৰু এইখন এখন লেন্স। এই লেন্সৰ ক্ষেত্ৰত তোমালোকে কি হয় কি নহয়, সেইখিনি বস্তু আমাৰ আগৰ চেপ্তাৰত পাবা। চ' এইটোৰ বাবে যিটো C হ'ব, সেইটো ইয়াত থাকিব। আৰু ইয়াত এইটোৰ বাবে যিটো C হ'ব, অকণমান মই বেছি এনেকে ধৰণে দেখাওঁ। চাইজটো একে কৰি চাইজটো একে কৰি মই শকত কৰি দেখাওঁ, এনেকে ধৰণে, এতিয়া বুজি পাবা চোৱা। বুজিবৰ বাবে অলপ বেছি শকত কৰি দিছোঁ আৰু। চ' এইটোৰ বাবে C-টো ক'ত আছে চাবা? C-টো তাৰ ওচৰতে থাকিব। গতিকে F-টো ওচৰতে থাকিব। এনেকে ধৰণে যদি থাকে, তেতিয়াহ'লে ইয়াৰ কাৰণে তুমি C-টো ক'ত পাবাগৈ? অলপ বেছি দূৰত পাবা। তেতিয়াহ'লে F-টো অকণমান বেছি দূৰত পাবা। চোৱা, ইয়াতকে ইয়াত ফ'কাছ দৈৰ্ঘ্যটো বেছি হ'ব। বুজি পালা? সেইটো কথা। শকত লেন্স হ'লে ফ'কাছ দৈৰ্ঘ্যটো কম হ'ব, ক্ষীণ লেন্স হ'লে ফ'কাছ দৈৰ্ঘ্যটো বেছি হ'ব। এই লেন্সখন কাৰোবাৰ বেছি শকত, কাৰোবাৰ বেছি ক্ষীণ। সেইটো কাৰণে ইয়াত খেলিমেলিটো হয়। বেমাৰকেইটা থাকে লেন্সখনত আৰু বলটোত। সেইটো কাৰণে আমি এই দুটা বস্তু দেখাইছোঁ।
চোৱা, ইয়াত এনেকুৱা হয়, চাপ'জ এনেকে ধৰণে এটা লাইন দেখাই ল'লোঁ। প্ৰথমতে এই নামটোৰ কথাটো বুজি লোৱাচোন, মায়'পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। বহুতে এইটো বস্তু খেলিমেলি লাগে। মায়'পিয়াত ওচৰৰটো দেখি নাপায় নে হাইপাৰমেট্ৰ'পিয়াত ওচৰৰটো দেখি নাপায়? নামটোৱে আমাক কয় যে নিকট দৃষ্টিগ্ৰস্ততা, মই এইটোত সদায় এটা কথাই কওঁ যে দৃষ্টিগ্ৰস্ততা আৰু তোমালোকে ভাবি লোৱা দৃষ্টিহীনতা, দুটা বস্তুৰ মাজত ডিফাৰেন্সটো ধুনীয়াকে বুজি পোৱা তোমালোকে। দৃষ্টিহীনতা মানে যি দেখি নাপায়। আৰু দৃষ্টিগ্ৰস্ততা মানে তাৰ ওলোটা, যি দেখি পায়। কোৱা হৈছে নিকট, ওচৰৰ দৃষ্টিগ্ৰস্ততা। তাৰমানে কি? ওচৰৰটো দেখে। মায়'পিয়া মানে নিকট দৃষ্টিগ্ৰস্ততা, তাৰমানে ওচৰৰটো নেদেখা নহয়, ওচৰৰটো দেখে। আৰু আমি যদি কওঁ হাইপাৰমেট্ৰ'পিয়া, তাক কোৱা হয় দূৰ দৃষ্টিগ্ৰস্ততা, দূৰ মই একেলগে বুজাই যাওঁ এই বস্তুটো, তেতিয়া বেছি সহজ হ'ব। দূৰ দৃষ্টিগ্ৰস্ততা। এতিয়া দৃষ্টিগ্ৰস্ততাৰ অপজিটটো কি? দৃষ্টিহীনতা। তাৰমানে দূৰ দৃষ্টিহীনতাটোতো নহয়, গ্ৰস্ততা। তাৰমানে তুমি দূৰৰটো দেখা। সেইটো হৈছে হাইপাৰমেট্ৰ'পিয়া, ওচৰৰটো নেদেখা। প্ৰথমতে সেইটো বস্তু ক্লিয়েৰ হ'ব লাগে।
এতিয়া চোৱা। আমি ক'লোঁ যে মায়'পিয়াত কি হয়? দূৰ নিকট দৃষ্টিগ্ৰস্ততা, তাৰমানে ওচৰৰটো দেখে, দূৰৰটো নেদেখে। চ' দূৰৰ পৰা যেতিয়া এনেকে পোহৰ আহি আছে, পোহৰ ৰশ্মি আহি আছে, সেই পোহৰ ৰশ্মি যেতিয়া আহিব, আহিলে কি হয়? ই অক্ষিপটত গঠন নহয়, তাতকে আগতে, ইয়াত, ইয়াতে কটাকটি কৰি দিলে চোৱা, ইয়াতে ফ'কাছ হৈ গুচি গ'ল। এনেকুৱা ধৰণৰ হয়। এই চিত্ৰটো ইয়াত দেখি পাইছা তোমালোকে। যে লেন্সখনৰ মাজেদি গৈ ইয়াতে ফ'কাছ হৈ গুচি গ'ল। তাৰমানে লেন্সখনৰ লগাতকে ক্ষমতাটো বেছি। চোৱা, এখন লেন্সৰ যেতিয়া ক্ষমতা বেছি হয়, চাপ'জ এইখন এখন লেন্স, এইখন এখন লেন্স। এই লেন্সখনৰ যদি ক্ষমতা বেছি হয়, সি খুব ওচৰতে ফ'কাছ কৰি দিব। আৰু ক্ষমতা যদি কম হয়, সি দূৰত গৈ ফ'কাছ কৰিব। ওচৰতে ফ'কাছ কৰিব যদি ক্ষমতাটো বেছি হয়। এতিয়া ইয়াৰ ক্ষমতা মানে লেন্সখনৰ বেছি। ক্ষমতা বেছি কেতিয়া হ'ব? ফ'কাছ দৈৰ্ঘ্য কম হ'লে। কেনে? P = 1/f। ফ'কাছ দৈৰ্ঘ্য কম হ'লে ক্ষমতা বেছি হয়। ফ'কাছ দৈৰ্ঘ্য কম কেতিয়া হয়? যেতিয়া লেন্সখন বেছি শকত হয়। তাৰমানে এই বেমাৰটো কেতিয়া হয়? লেন্সখন লগাতকে যেতিয়া বেছি শকত হয়। অৰ্থাৎ ফ'কাছ দৈৰ্ঘ্যটো যেতিয়া লগাতকে বেছি মানে কম হয়। আৰু কম হ'লে তাৰ কি হয়? পাৱাৰ বা ক্ষমতাটো বেছি হয়। সেইকাৰণে সি বেছি ওচৰতে সি ফ'কাছ কৰি দিয়ে। ইয়ালেকে গৈ নাপালে, আগতে ফ'কাছ হৈ গুচি গ'ল। আগতে সেইকাৰণে প্ৰতিবিম্ব গঠন কৰি দিলে। কৈছে যে ওচৰৰ বস্তু ভালকৈ দেখি পোৱা আৰু দূৰৰ বস্তু ভালকৈ দেখি নোপোৱা। ওচৰৰ ক্ষেত্ৰত এইটো নহয়। দূৰৰ পৰা যেতিয়া পোহৰ ৰশ্মি যায়, সি এনেকুৱা হয়। সেইকাৰণে মই দূৰৰ পৰা অহা দেখাইছোঁ, অসীমৰ পৰা। প্ৰতিবিম্ব অক্ষিপটত গঠন নহয়, তাৰ কিছু সম্মুখত গঠন হয়। চোৱা, অক্ষিপট ইয়াত আছিলে, তাতকে আগতে ফ'কাছ হৈ গ'ল। আৰু বিকাৰৰ কাৰণসমূহ—চকুৰ লেন্সখনৰ অত্যাধিক বক্ৰতা, অৰ্থাৎ ফ'কাছ দৈৰ্ঘ্য যথেষ্ট কম। চকুৰ লেন্সখনৰ অত্যাধিক বক্ৰতা, তাৰমানে এই বক্ৰটো যে, এইটো, এতিয়া এইটো বেছি বক্ৰতা তাৰমানে। বেছিকে শকত। শকত হোৱা বাবে কি হয়? ইয়াৰ ফ'কাছ দৈৰ্ঘ্যটো কম হয়। ফ'কাছ দৈৰ্ঘ্য কম হোৱা বাবে তাৰ কি হয়? পাৱাৰ বা ক্ষমতাটো বেছি হয়। সেইকাৰণে সি বেছি ওচৰতে সি ফ'কাছ কৰি দিয়ে। ইয়ালেকে গৈ নাপালে, আগতে ফ'কাছ হৈ গুচি গ'ল। আগতে সেইকাৰণে প্ৰতিবিম্ব গঠন কৰি দিলে।
অক্ষিগোলকৰ দীঘল অৱস্থা। কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে লেন্সখন ঠিকেই আছিলে। তুমি এনেকে ইমাজিন কৰি লোৱা, যে লেন্সখন ঠিকেই আছিলে, তাৰ প্ৰতিবিম্ব ইয়াতে গঠন কৰিছে, ইয়াতে গঠন কৰিছে। কিন্তু এনেকুৱা এটা বেমাৰ এটা হৈ আছিল যে আমাৰ চকুৰ যিটো গোলকটো, সেই চকুৰ গোলকটো লগাতকে বেছি ডাঙৰ। একচুৱেলি চকুৰ গোলকটোৰ চাইজটো এইটো হোৱা হ'লে ইয়াতে হৈ গ'লহেঁতেন। কিন্তু চকুৰ গোলকটো তাতকে ডাঙৰ হৈ গৈছে। ডাঙৰ ইয়াতে হোৱা হ'লে হৈ গ'লহেঁতেন। ত' চকুৰ গোলকটোৰ আকাৰ ডাঙৰ হোৱা বাবে, চকুৰ গোলকটোৰ সেই ৰেটিনাখন কলৈ গুচি গৈছে? পিছলৈ গুচি গৈছে। ৰেটিনাখন য'ত থাকিব লাগিছিলে তাত নাই। লেন্সখনে ঠিকেই কাম কৰিছে। কিন্তু ৰেটিনাখন বেছি পিছত আছে, কিয়নো গোলকটো বেছি ডাঙৰ। সেইটো কথা কৈছে যে অক্ষিগোলকৰ দীঘল অৱস্থা। যদি অক্ষিগোলকটো বেছি দীঘলীয়া হয় তাৰমানে, তেতিয়াও এইটো বিকাৰ হ'ব পাৰে। যাক কোৱা হয় কি বুলি? মায়'পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা।
এতিয়া চোৱা, এইটো আমি নোহোৱা কেনেকে কৰিব পাৰিম? মায়'পিয়া আমি প্ৰতিকাৰ কেনেকে কৰিব পাৰিম? এটা চিত্ৰ মানে দুটা চিত্ৰ দেখাইছোঁ, যে উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি, সেইটো বাৰু চাম। আমি লেন্স মানে কি, চছমাজোৰ ধৰি লোৱা, আমি যেতিয়া পিন্ধিম, পিন্ধিলে আমাৰ কি হ'ব? এইটো চোৱা, আগতে গঠন হৈ আছে নহয়? তাক এতিয়া পিছলৈকে লৈ যাব পাৰি একদম ইয়ালেকে। এইটো হৈছে বিকাৰযুক্ত এটা চকু, আৰু এইটো হৈছে বিকাৰটো যেতিয়া আমি মানে বেমাৰটো, বেমাৰটোৰে হৈতে চকুটো, আৰু বেমাৰটো আমি নিৰাময় কৰাৰ পিছত, বিকাৰটো নিৰাময় কৰাৰ পিছত এইটো হৈছে এটা বা কাৰেকশ্যন বা শুদ্ধ কৰাৰ পিছত এইটো হৈছে এটা চিত্ৰ, য'ত পোহৰ ৰশ্মিটো আগতে ফ'কাছ হৈছিলে কিন্তু এইবাৰ নি তাক আমি ক'ত কৰি দিছোঁ? পিছত ফ'কাছ কৰাই দিছোঁ। এইটো কেনেকে কৰিম? এইটো কেনেকে কৰিম চোৱা। আমি এটা প্ৰথমতে চিত্ৰ আঁকি লওঁ চকুটোৰ। এনেকে দেখাওঁ। এতিয়া মই এই দুটা চিত্ৰ, মই প্ৰথমটোতো আঁকি তোমালোকক অলৰেডি দেখালোঁ, তথাপিটো দেখাই দিওঁ যে এনেকুৱা ধৰণে আঁকিলা, হয়নে? এনেকুৱা ধৰণে আঁকিলা, এইখন লেন্স। তাৰপিছত দেখালা, দূৰৰ পৰা অহা ৰশ্মি দেখালা, কিয়নো দূৰৰটোহে নেদেখে। হয়নে? দূৰৰ পৰা অহা ৰশ্মি এনেকে আহিলে আহিলে, ফ'কাছ আগতে কৰি দিলে, আগতে কৰি দিলে, এইটো। এইবাৰ আমি তাক পিছলৈ নিব লাগে। চ' পিছলৈ নিবলৈ আমি এই শুদ্ধ, এই চিত্ৰটো মই ইয়াত আঁকি দেখাম এতিয়া। কেনেকে ধৰণৰ আঁকিবা চোৱা। এইটো হৈছে আমাৰ চকুৰ গোলকটো। এফালে এইখন আমাৰ, এ' ল'বা। এইবাৰ তুমি কি কৰিবা? ইয়াৰ আগত এখন লেন্স লগাই দিবা। চোৱা।
এইখন উত্তল লেন্স। উত্তল লেন্সৰ কাম হৈছে তাক কি কৰা? কনভাৰ্জ কৰা, তাৰমানে আমি দুটা বস্তু কওঁ নহয়? এটা হৈছে... পাহৰি গ'লোঁ ন পটককে অসমীয়া টাৰ্মটো। অভিসাৰী আৰু অপসাৰী। উত্তল লেন্সে চাব খুৱাই আনে, অভিসাৰী কৰে। চ' মই যদি ইয়াত কেনেবাকৈ চছমাজোৰ এনেকুৱা এজোৰ চছমা পিন্ধো যিযোৰ এনেকুৱা, তোমালোকে পাইছিলা নে যে ইয়াৰ ক্ষেত্ৰত পাৱাৰটো বা ক্ষমতাটো কি হয়? পজিটিভ। আৰু এইখন লেন্সৰ, অৱতল লেন্সৰ ক্ষমতা কি হয়? নেগেটিভ। এইবিলাক ক'ত পাবা? আগৰ চেপ্তাৰত, লিংক মই ডেস্ক্ৰিপচনত দি দিম। চাই ল'বা। এতিয়া আমি জানো যে অৱতল লেন্সৰ ক্ষমতা নেগেটিভ বা ঋণাত্মক, উত্তল লেন্সৰ ক্ষমতা ধনাত্মক। আৰু উত্তল লেন্সৰ কাম হ'ল সি চাব খুৱাই আনে। সেইটো অলৰেডি চাব খাই ওচৰতে হৈছে, মই যদি ইয়াত আৰু এখন লেন্স লগাই দিওঁ, সিটো আৰুহে চাব খুৱাই দিব, আৰুহে আগত গঠিত কৰিব। মোৰ কামটো হ'ল ওচৰৰ বস্তুটো মই দূৰলৈ লৈ যাব লাগে। বুজি পাইছা? সেইটো কাৰণে মই ইয়াত লগাব লাগিব এখন অৱতল লেন্স। কিয়নো অৱতল লেন্সে চাব নোখোৱায়, অৱতল লেন্সে আঁতৰাই নিয়ে। হয়নে? অভিসাৰী নহয়, অপসাৰী কৰে। চ' আমি অলৰেডি ওচৰত আছে, তাক দূৰলৈ নিব লাগে। কি লগাম? অৱতল লেন্স। লজিকেলি আমি পঢ়িম, তেতিয়া পাহৰি নাযাওঁ কেতিয়াও। বুজি পাইছা? এতিয়া চোৱা।
তোমালোকে এডাল ৰশ্মি মুখ্য অক্ষ হিচাপে দেখাই লোৱা। হ'লনে? তাৰপিছত তোমালোকে চিত্ৰটো আঁকোতে কি কৰিবা? ধৰি লোৱা দূৰৰ পৰা পোহৰ ৰশ্মি আহিছে, এইয়া পোহৰ ৰশ্মি আহিছে দূৰৰ পৰা, আহিছে। এইবাৰ এই লেন্সখনে এই ৰশ্মিবিলাকক অকণমান এইফালে আঁতৰাই দিব। দেখিছানে? এইবোৰ একদম ধুনীয়াকে আঁকিবা দেই, মই ফ্ৰী হেণ্ড আঁকি আছোঁ, স্কেল লৈ ধুনীয়াকে ড্ৰ' কৰিবা। পোহৰ ৰশ্মিবিলাক কি কৰিলে? অকণমান এনেকে গৈ গৈ গৈ এনেকে আঁতৰি গ'ল। আঁতৰি যোৱাৰ পাছত, যদি পোহৰ, এতিয়া কি হ'ল? আঁতৰি গ'ল নহয়? আঁতৰি যোৱা বাবে এইবাৰ পোহৰ ৰশ্মিবিলাকে কি কৰিব? ইয়াতে কটাকটি কৰিব। আৰু এইটো ডিপেণ্ড কৰিব যে কাৰোবাৰ পাৱাৰ বেলেগ। চাপ'জ মোৰ চকুৰ চছমাজোৰ যিযোৰ, সেইযোৰ বেলেগে পিন্ধিলে স্পষ্টকে নেদেখে, কিয়? কিয়নো মোক ডাক্তৰে চাই মেলি দিছে যে ইমানটো পাৱাৰ তোমাৰ কমি আছে, তুমি বা বাঢ়ি আছে, চ' এইটো তুমি কমাই দিব লাগিব। হয়নে? ক্ষমতাটো লগাতকে বাঢ়ি আছিলে বাবে আগতে কটাকটি কৰিছিলে। চ' মোক কিমানটো পাৱাৰ আচলতে দৰকাৰ, সেইটো হিচাপত মোক চছমাজোৰ দিব, ডাক্তৰজনে। মই পিন্ধিম, সেইটো হিচাপত মোৰ একদম পুৰা ডাইৰেক্টলি গৈ ক'ত গঠিত হৈ যাব এইবাৰ প্ৰতিবিম্বটো? অক্ষিপটত গঠিত হৈ যাব। আৰু তেতিয়া মই স্পষ্টকে দেখি পাম।
বুজি পাইছা? এইটো চিত্ৰ আমি আঁকিব লাগে। ইয়াতে মই আৰু এটা বস্তু দেখাই দিছোঁ, যে এই ৰশ্মিটোক যেতিয়া আমি পিছলৈ বঢ়াই দিবা, ইয়াত আহি গ'ল। এই ৰশ্মিটোক পিছলৈ বঢ়াই দিলে ইয়াত আহি গ'ল। তাৰমানে কি? O, যিটো লক্ষ্যবস্তু দূৰত থাকিছিলে, দূৰত থাকোঁতে আমি দেখা নাছিলোঁ ন? তাৰমানে আমি লেন্সখন পিন্ধাৰ বাবে তাক আমি ওচৰলৈ লৈ অনাৰ নিচিনা হৈছে। এই যে প্ৰতিসৰিত ৰশ্মিকেইডাল, এই ৰশ্মিকেইডালক পিছলৈ বঢ়াই দিলে য'ত কটাকটি কৰে, তুমি এনেকে ভাবা যে দূৰৰ বস্তুটো যেন আমি ওচৰলৈ আনি লৈছোঁ, তাৰপিছত আমি তাক দেখিছোঁ। বুজি পাইছা? দূৰৰ বস্তুটো যেন আমি ওচৰলৈ আনি লৈছোঁ, কিয়নো দূৰত আমি নেদেখোঁ। সেই ওচৰলৈ অনা কামটো কোনে কৰিলে? এই লেন্সখনে। তাৰপিছত আমি তাক ধুনীয়াকে ইয়াত প্ৰতিবিম্বটো দেখিছোঁ। এইটো চিত্ৰ। এইকেইডাল আঁতৰি যাব, চাব খাই তাত লাগি যাব। তাতকে বেলেগ আঁকিবলৈ ইয়াত বিশেষ কথা নাই। এইটো O' বুলি দি দিয়া, প্ৰতিবিম্ব গঠন হৈছে O'। হ'ব?
তাৰপিছত আৰু এটা বস্তু এতিয়া আহি যোৱা। সেইটো যদি বুজিলা, এইটো ইজিলি বুজি পাবা। নাম হৈছে হাইপাৰমেট্ৰ'পিয়া, ইয়াক কোৱা হয় দূৰ দৃষ্টিগ্ৰস্ততা। ত' গ্ৰস্ততা মানে দেখি পোৱা, হীনতা মানে দেখি নোপোৱা। তাৰমানে দূৰৰটো দেখি পায়, দূৰ দৃষ্টিগ্ৰস্ততা, হাইপাৰমেট্ৰ'পিয়া। দূৰৰটো ঠিকেই দেখে, ওচৰৰটো কিন্তু নেদেখে। চিত্ৰটো আমি এনেকে ধৰণে আঁকিব পাৰোঁ। এইটো বেছি ওফোন্দাই নিদিবা, অলপমান। হ'ল? এতিয়া আমি ইয়াত কি লেন্স লগাম? আমি ইয়াত উত্তল লেন্স লগাম। উত্তল লেন্স কিয় লগাম চোৱা। এইখন উত্তল লেন্স অলৰেডি আছে, আৰু এই উত্তল লেন্সখনে অকলে কাম কৰিব পৰা নাই মঠনি কোৱাৰ নিচিনাকে। গতিকে তাক এটা চাপ'ৰ্টৰ দৰকাৰ হৈছে।
ইয়াত উত্তল লেন্সখনে বেছিকে চাব খব পৰা নাই, এতিয়া মোক কি লাগিব তেতিয়াহ'লে? মোক এখন উত্তল লেন্সেই লাগিব, যাতে এই লেন্সখনক সি কি কৰিব পাৰে, এটা চাপ'ৰ্ট দিব পাৰে যে তই অকলে পৰা নাই, মই গৈ আছোঁ লগত। হয়নে? গতিকে আমাক ইয়াত আৰু এখন উত্তল লেন্সেই লাগিব। যদি অৱতল লেন্স লগাওঁ, সি আৰুহে দূৰলৈ লৈ যাব। আৰু চাবা, এই বেমাৰটো জেনেৰেলি আমাৰ বেছি বয়সত হয়। আমাৰ সমান বয়সত এইবিলাক ধনাত্মক লেন্স নালাগে। এইখন পজিটিভ ক্ষমতা বুলি কোৱা হয়। পজিটিভ, আমি যে কওঁ প্লাছত আছে নে পাৱাৰটো মাইনছত আছে? পাৱাৰ মানে ক্ষমতা। চ' উত্তল লেন্সৰ সদায় পজিটিভ। হাইপাৰমেট্ৰ'পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা—দূৰৰটো দেখে, ওচৰৰটো নেদেখে। সেইটো বয়সত হয়। সেইকাৰণে আমি এতিয়া পঢ়োঁতে এনেকে পঢ়িব নালাগে পেপাৰখন। কিন্তু যেতিয়া বয়সীয়াল মানুহেজনে পঢ়িব, তেওঁ দূৰলৈ নি পঢ়িব। কিয়নো তেওঁ ওচৰৰ বিন্দুটো, ওচৰৰ বস্তু ভালকে দেখি নাপায়। সেইটো বয়সতে হয়। বুজি পাইছা? তেওঁ দূৰলৈ নি পঢ়িব লাগে। সেইকাৰণে চছমাজোৰ পিন্ধে, যাতে দূৰলৈ নিব নিদিলে হয়, ওচৰতে ৰাখি তেওঁ পঢ়িব পাৰে। মুঠতে হাইপাৰমেট্ৰ'পিয়াটো বয়সত হয়।
এতিয়া চোৱা। এফালে পৰা পোহৰ ৰশ্মি চাপ'জ গ'ল। এইয়া, এই পোহৰ ৰশ্মিক অকণমান ই এনেকে চাব খুৱাই দিব। ই চিধাচিধি কোনফালে গৈ যাব লাগিছিলে? এইফালে। নগ'ল, অলপ চাব খুৱাই দিলে। তাৰপিছত ই ইয়াৰ ধুনীয়াকে প্ৰতিবিম্বটো তেতিয়া গঠন কৰিব পাৰিব। য'ত লাগে ত'তে গঠন কৰিব পাৰিব। আমি এটা বস্তু ইয়াতে দেখাই দিব পাৰোঁ যে এই ৰশ্মিকেইডালক আকৌ যদি আমি পিছফালে বঢ়াই দিওঁ, এই ৰশ্মিকেইডালক পিছফালে বঢ়াই দিলে য'ত কটাকটি কৰে, তুমি এনেকে ভাবা যে ওচৰৰটোহে নেদেখে। সেই ওচৰৰ বস্তুটো যেন আঁতৰাই নি লৈছে তাৰমানে। আৰু আঁতৰাই নি লোৱা কামটো কোনে কৰি আছে এতিয়া? লেন্সখনে। তাৰপিছত আমি তাক ধুনীয়াকে ইয়াত প্ৰতিবিম্বটো দেখিছোঁ। এইটো চিত্ৰ।
এয়া হৈ গ'ল আমাৰ দুটা চকুৰ বেমাৰ আৰু তাক আমি কেনেকে নিৰাময় কৰিব পাৰোঁ। এইটো আছিলে আমাৰ পাৰ্ট ৱান। আমি আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ। আমি চকুৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰিলোঁ, লগতে আমি বেমাৰবিলাক চালোঁ। এইটো, ইয়াৰ পিছৰ বাকী পাৰ্টবিলাক তোমালোকে আমাৰ জ্ঞানম টিউচন এপটোত পাবা। গোটেইখিনি বস্তু ইউটিউবত কিন্তু এভেইলেবল নহয়। গতিকে তোমালোকে, ইয়াৰ পিছত মই দেখিছোঁ যে ভিডিঅ'টো দিয়াৰ পিছত বাৰে বাৰে কমেণ্ট কৰিয়েই থাকা, কৰিয়েই থাকা, কিন্তু মই ভিডিঅ'টোত প্ৰতিটোতে কৈ দিওঁ যে এইটো ভিডিঅ' যে তোমালোকে দেখিছা, ইয়াৰ পিছৰখিনি তোমালোকে গোটেইখিনি ইয়াতে পাই নুযোৱা। তোমালোকে আমাৰ যিটো প্লে'ষ্ট'ৰ, প্লে'ষ্ট'ৰৰ পৰা তোমালোকে জ্ঞানম টিউচন এপটো ইনষ্টল কৰি ল'বা। প্লে'ষ্ট'ৰৰ পৰা। অকে? প্লে'ষ্ট'ৰৰ পৰা জ্ঞানম টিউচন এপটো ডাউনল'ড কৰাৰ পিছত কি ডাউনল'ড কৰিবা? জ্ঞানম টিউচন। আৰু এই এপটো ডাউনল'ড কৰাৰ পিছত তোমালোকে তাতে ক্লাছ টেনৰ জেনেৰেল চায়েন্সৰ বাবে এটা ক'ৰ্চ পাবা। যিটো ফিফটিন হাণ্ড্ৰেড ৰূপীজতে এতিয়ালৈকে আমি ৰাখি থোৱা আছে। অনলি ফিফটিন হাণ্ড্ৰেড, গোটেই বছৰটোৰ কাৰণে। চব বস্তু ফ্ৰীকে দিয়াটো পছিবল নহয়। এইবোৰ ক্লাছ বনাবলৈ বহুত সময় লাগে, বহুত এফ'ৰ্ট লাগে। অতি কম খৰচত, ফিফটিন হাণ্ড্ৰেড ৰূপীজত তোমালোকৰ কাৰণে গোটেই ক'ৰ্চটো এভেইলেবল কৰাই ৰখা হৈছে আমাৰ এপটোত, অলৰেডি। আৰু তাত আমি এই নতুন নতুন ক্লাছবিলাক আৰু তাত এতিয়া আপল'ড কৰি আছোঁ। সেইখিনি ক্লাছত, সেইখিনি ক্লাছ যিখিনি আমাৰ কৰা আছিলে অলৰেডি, তাতে ৰেক'ৰ্ডেড যিখিনি ভাৰ্ছন আছে, সেইখিনি কৰি আমাৰ হাণ্ড্ৰেড আউট অফ হাণ্ড্ৰেড পোৱা ষ্টুডেণ্টছ এতিয়ালৈকে বহুত আছে। বুজি পাইছা? ইমানেই ইফেক্টিভলি আমি ক'ৰ্চটো মানে এফ'ৰ্ট দি বনাই ৰাখিছোঁ, প্ৰতিটো কুৱেচন-আনছাৰ ডিস্কাছ কৰা আছে, চব ক্লাছ নোটছ দিয়া আছে। চ' সেই ক'ৰ্চটোত তোমালোকে যাব লাগিব। তেতিয়া তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'খিনি পাবা।
অকে? এইটো ভিডিঅ' তোমালোকক মই এইটো কাৰণে আগবঢ়াই দিলোঁ ইউটিউবত, যাতে চবে চাব পাৰা, ক্লাছবিলাক একচুৱেলি তাত কেনেকে হয়। এনেকে ধৰণৰ হয়। ঠিক আছে? আৰু এটা বস্তু কৈ দিছোঁ যে তোমালোকে সেই ক'ৰ্চটোত যাবা, কি বুলি পাবা? ক্লাছ টেন জেনেৰেল চায়েন্স, ক্লাছ টেন জেনেৰেল চায়েন্স তোমালোকে গ'লা, খোলাৰ পিছত তাতে তোমালোকে যাবা কন্টেন্ট। কন্টেন্টত গৈ তোমালোকে যাবা চেপ্তাৰ ইলেভেন। চেপ্তাৰ ইলেভেনত গৈ তোমালোকে নোটছ এণ্ড ভিডিঅ'ছ পাবা দুটা, নোটছত গুচি যাবা, পাই যাবা তাতে। মই এই ক্লাছ নোটটো এভেইলেবল কৰি দিম সকলোৰে বাবে।
অকে? আৰু তাতে বেলেগ ধৰণৰ ফ্ৰী মেটেৰিয়েলছ কিছুমানো আছে। প্ৰতিটো চেপ্তাৰৰ এটা বা দুটা ক্লাছ তোমালোকে তাত চাব পাৰিবা, ফ্ৰিলি। চ' সেইখিনি ক্লাছ তোমালোকে যদি চাব বিচাৰা, তেতিয়াহ'লে এপটো ডাউনল'ড কৰি আজিয়ে চাব পাৰিবা। থিংক ইউ চ' মাচ। চ' আকৌ নতুন এটা চেপ্তাৰৰ হৈতে আমি লগ পাম ইউটিউবত। আৰু বাকী যিসকলে ক'ৰ্চটো অলৰেডি লৈ পিলানি এই ক্লাছটো চাই আছা, তেওঁলোকে নেক্সট ক্লাছটোৰ হৈতে আমাক লগ পাবা। থিংক ইউ চ' মাচ। বাই-বাই।